• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিৰিয়ড ক্ৰেম্প: কি কি ৭ টা অভ্যাস ঋতুস্ৰাৱৰ সময়ত এৰাই চলাটো ভাল?

4 years ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

6 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

7 hours ago
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

8 hours ago
ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

9 hours ago
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

10 hours ago
বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

11 hours ago
চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

12 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

পিৰিয়ড ক্ৰেম্প: কি কি ৭ টা অভ্যাস ঋতুস্ৰাৱৰ সময়ত এৰাই চলাটো ভাল?

editor by editor
July 24, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
পিৰিয়ড ক্ৰেম্প: কি কি ৭ টা অভ্যাস ঋতুস্ৰাৱৰ সময়ত এৰাই চলাটো ভাল?
0
SHARES
35.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঋতুস্ৰাৱৰ দিনত শাৰীৰিক অস্বস্তিয়ে এৰি যাব নিবিচাৰে! কেতিয়াবা অত্যধিক ৰক্তক্ষৰণ, কেতিয়াবা তীব্ৰ পেটৰ বিষ হয়। তলপেটত গৰম পানী ঢালি সকাহ পোৱাৰ বাহিৰে আন উপায় নাথাকে। দেহৰ সমান্তৰালভাৱে মনটোও ক্লান্ত হৈ পৰে। মুঠতে এটা যথেষ্ট অস্বস্তিকৰ পৰিস্থিতি। কিন্তু এই সময়ত তলত উল্লেখ কৰা কামসমূহ কৰিলে অস্বস্তি আৰু বিষ বাঢ়িব পাৰে।

১. চিপচ, নিমখীয়া খাদ্য খাব বিচাৰে নেকি?

ঋতুস্ৰাৱৰ সময়ত এনেধৰণৰ খাদ্য খাব নালাগে। আনকি ঋতুস্ৰাৱৰ সময়তো শৰীৰত অতি গধুৰ অনুভৱ হয়। এই সকলোবোৰৰ ফলত শৰীৰত পানী জমা হৈ থাকিব পাৰে। অস্বস্তি বাঢ়িব পাৰে।

লগতে পঢ়ক সাগৰত উদ্ধাৰ তিমি মাছৰ বমি, যাৰ মূল্য ২৮ কোটি টকা! কিয় ইমান দাম এই বমিৰ?

২. ৰাতি সাৰ পোৱাৰ অভ্যাস আছে?

ঋতুস্ৰাৱৰ দিনবোৰত সাৰ নাপালে ভাল। আগতে শুই যোৱা ভাল। ই শৰীৰৰ চাপ আৰু ঋতুস্ৰাৱৰ অস্বস্তি হ্ৰাস কৰিব।

৩. ঋতুস্ৰাৱৰ বাবে ব্যায়াম বন্ধ কৰিলে?

ই শৰীৰটো আৰু বেয়া কৰি তুলিব পাৰে। বৰং এই সময়ছোৱাত লঘু ব্যায়াম কৰিলে ঋতুস্ৰাৱৰ বিষৰ পৰা মুক্তি পাব পাৰি।

৪. ঋতুস্ৰাৱৰ দিনতো বেছি দিন খালী পেটত নাথাকিব। যিহেতু এই সময়ত শৰীৰৰ পৰা যথেষ্ট পৰিমাণে তেজ ওলাই যায়৷ গতিকে এই সময়ত পুষ্টিকৰ খাদ্য খাব লাগে। কম খোৱা বা একেবাৰে নোখোৱাৰ ভুল নকৰিব। কিন্তু এই সময়ত চেনিযুক্ত খাদ্য পৰিহাৰ কৰক।

লগতে পঢ়ক ৭৫ দেশত মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ, সৰ্বাধিক আক্ৰান্ত হৈছে সমকামীকল, কিন্তু কিয়?

৫. ঋতুস্ৰাৱৰ সময়ত বেছিকৈ দৈ, গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী নাখালে ভাল। ফলত গেছ-হাৰ্টবাৰ্ণৰ সমস্যা বাঢ়ি যায়। আনকি কোষ্ঠকাঠিন্য হ’ব পাৰে।

৬. ধূমপানৰ অভ্যাস থাকিলে এই সময়ত নকৰিলে ভাল। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে অত্যধিক ধূমপানৰ প্ৰতি আসক্ত অধিকাংশ লোকে ঋতুস্ৰাৱৰ সময়ত তীব্ৰ বিষত ভুগিবলগীয়া হয়।

৭. এই সময়ত কফি বা কেফেইনযুক্ত পানীয় সেৱন নকৰাটো ভাল। অত্যধিক কফি খালে শৰীৰত পানীলগা হয়। ঋতুস্ৰাৱৰ সময়ত কফি সেৱন কৰিলে মূৰৰ বিষৰ দৰে লক্ষণ দেখা দিব পাৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhealth tipsPeriod Cramps
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?
জীৱনশৈলী

May 25, 2026
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?
জীৱনশৈলী

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

May 25, 2026
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?
ক্ৰীড়া

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

May 25, 2026
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

May 25, 2026
Next Post
যৌন শক্তি বৃদ্ধিৰ বাবে দৈনন্দিন খাদ্যৰ তালিকাত কি কি খাদ্য ৰাখিব?

বিশ্বৰ ক্ষুদ্ৰতম দেশকেইখন কি কি? যিবোৰ দেশ ভাৰতৰ বহু গাঁওতকৈ ক্ষুদ্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন