• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌন শক্তি বৃদ্ধিৰ বাবে দৈনন্দিন খাদ্যৰ তালিকাত কি কি খাদ্য ৰাখিব?

যৌন শক্তি বৃদ্ধিৰ বাবে দৈনন্দিন খাদ্যৰ তালিকাত কি কি খাদ্য ৰাখিব?

4 years ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

14 minutes ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

1 hour ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

14 hours ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

15 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

15 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

16 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

16 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

17 hours ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

18 hours ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

18 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

19 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

যৌন শক্তি বৃদ্ধিৰ বাবে দৈনন্দিন খাদ্যৰ তালিকাত কি কি খাদ্য ৰাখিব?

editor by editor
July 24, 2022
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
যৌন শক্তি বৃদ্ধিৰ বাবে দৈনন্দিন খাদ্যৰ তালিকাত কি কি খাদ্য ৰাখিব?
0
SHARES
71.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্যস্ততাপূৰ্ণ জীৱন, জটিল খাদ্যাভ্যাস ইত্যাদিৰ বাবে দেহত বিভিন্ন ৰোগে শিপাই যোৱাৰ লগে লগে দৈনন্দিন জীৱনৰ পৰা যৌনতাৰ হেঁপাহ ক্ৰমশঃ টুটি গৈ আছে।

দেশ-বিদেশৰ বিভিন্ন অধ্যয়নত প্ৰমাণিত হৈছে যে দৈনন্দিন জীৱনত কৰ্মৰ চাপ যিমানেই বাঢ়ি যায় সিমানেই কাম শক্তি কমি যায়। এই ক্ষেত্ৰত সুস্থ আৰু স্বাভাৱিকভাৱে জীয়াই থাকিব বিচাৰিলে এটা ভাল যৌন জীৱনৰো অতি প্ৰয়োজনীয়।

ব্যায়ামৰ উপৰিও কিছুমান বিশেষ খাদ্যইও নিয়মিতভাৱে যৌন ক্ষমতা বৃদ্ধি কৰাত ভূমিকা পালন কৰে। ফিটনেছ বিশেষজ্ঞ তথা পুষ্টিবিদ সুমেধা সিঙৰ মতে কিছুমান বিশেষ খাদ্য আছে যিবোৰ নিয়মীয়া খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে যৌনতা আৰু শক্তি দুয়োটা বৃদ্ধি পায়।

 

লগতে পঢ়ক সাগৰত উদ্ধাৰ তিমি মাছৰ বমি, যাৰ মূল্য ২৮ কোটি টকা! কিয় ইমান দাম এই বমিৰ?

এই সকলোবোৰ খাদ্যই শৰীৰক শক্তিশালী কৰাৰ লগতে ভাগৰ কমাবলৈ অতি ফলপ্ৰসূ। সেইবোৰ সকলোৱে পৰীক্ষা কৰি চাব পাৰে।

তৰমুজ: এই ফলটোৱে ভায়াগ্ৰাৰ দৰে কাম কৰে। শেহতীয়াকৈ বিভিন্ন গৱেষণাৰ দ্বাৰা প্ৰমাণিত তৰমুজে কেৱল শৰীৰত পানীৰ মাত্ৰা বৃদ্ধি কৰা আৰু ওজন কমোৱাত সহায় কৰাই নহয়, এই ফলটোৱে যৌন ইচ্ছা বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ চিট্ৰুলিন এমিনো এচিডে লিবিডোৰ মাত্ৰা বৃদ্ধি কৰে। ফলত কামনাশক্তি আৰু যৌন শক্তি দুয়োটা বৃদ্ধি পায়।

 

 

লগতে পঢ়ক ৭৫ দেশত মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ, সৰ্বাধিক আক্ৰান্ত হৈছে সমকামীকল, কিন্তু কিয়?

আলমণ্ড আৰু পিষ্টাঃ আলমণ্ডত প্ৰচুৰ পৰিমাণে ভিটামিন ই থাকে। ইষ্ট্ৰজেন আৰু টেষ্টষ্টেৰন হৰম’ন নিঃসৰণত বিশেষ ভূমিকা পালন কৰা ভিটামিন ই যুক্ত খাদ্যৰ ভিতৰত আলমণ্ড অন্যতম। সেয়েহে পুৰুষ-মহিলা নিৰ্বিশেষে এই খাদ্যই কামনাশক্তি বৃদ্ধি কৰে। কামনাশক্তি বৃদ্ধি কৰাত পিষ্টাচ’ই বিশেষ ভূমিকা পালন কৰে। ই তাম, জিংক আৰু মেংগানিজৰ এক বৃহৎ প্ৰাকৃতিক উৎস। শুক্ৰাণুৰ ঘনত্ব বৃদ্ধি কৰাত পিষ্টাকো বিশেষ ভূমিকা পালন কৰে।

 

 

কেশৰঃ যৌন শক্তি বৃদ্ধি আৰু স্বাভাৱিক কামনাশক্তি বজাই ৰখাত এই ফলৰ ভূমিকা অনস্বীকাৰ্য। কেশৰে যিহেতু মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰে, সেয়েহে ই ইষ্ট্ৰজেন, চেৰ’টনিন আৰু অন্যান্য ফিল-গুড হৰম’ন তেজলৈ মুক্ত কৰাত সহায় কৰে। গতিকে বহু ফিটনেছ বিশেষজ্ঞই গাখীৰত কেশৰ মিহলোৱাৰ পক্ষপাতী। বিশেষকৈ কামনাশক্তি বৃদ্ধি কৰাত এই খাদ্য উপকাৰী।

 

লগতে পঢ়ক Love Jihad! ভুৱা পৰিচয়েৰে দুই ভগ্নীক যৌন নিৰ্যাতন মুছলমান যুৱকৰ

ডাৰ্ক চকলেটঃ প্ৰতিদিনে খাদ্যত দুটা টুকুৰা ডাৰ্ক চকলেট থাকিব লাগে। ই কেৱল কামনাশক্তি বৃদ্ধি কৰাত সহায় কৰাই নহয়, ই দীৰ্ঘদিনীয়া অভ্যস্ত যৌন জীৱনৰ ছন্দও দ্ৰুতভাৱে আনিব। ইয়াত L-arginine amino acid থাকে, যিয়ে তেজৰ সঞ্চালন স্বাভাৱিক মাত্ৰাত ৰাখি শৰীৰক শক্তিশালী কৰে।

 

 

পটাছিয়াম সমৃদ্ধ খাদ্যঃ শৰীৰত পটাছিয়াম কমি গ’লে উচ্চ ৰক্তচাপৰ সমস্যা দেখা যায়। পটাছিয়াম সমৃদ্ধ খাদ্যইও কামনাশক্তি বৃদ্ধি কৰাত বিশেষভাৱে ফলপ্ৰসূ ভূমিকা পালন কৰে। গতিকে কল, শুকান ভেন্দি, তামোলৰ পানী ইত্যাদি খাদ্য প্ৰতিদিনে খাদ্যত ৰাখক।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamsexual lifesexual skillssexual skills and desire
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক
ভাৰত

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

September 5, 2026
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!
জীৱনশৈলী

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

September 5, 2026
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?
জীৱনশৈলী

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

September 4, 2026
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?
বিবিধ

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

September 4, 2026
Next Post
বিশ্বৰ ক্ষুদ্ৰতম দেশকেইখন কি কি? যিবোৰ দেশ ভাৰতৰ বহু গাঁওতকৈ ক্ষুদ্ৰ

বিশ্বৰ ক্ষুদ্ৰতম দেশকেইখন কি কি? যিবোৰ দেশ ভাৰতৰ বহু গাঁওতকৈ ক্ষুদ্ৰ

কেটৰিনা কাইফ আৰু বিকি কৌশলক হত্যাৰ ভাবুকি, কোন দিলে এই ভাবুকি?

কেটৰিনা কাইফ আৰু বিকি কৌশলক হত্যাৰ ভাবুকি, কোন দিলে এই ভাবুকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.