• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাগৰত উদ্ধাৰ তিমি মাছৰ বমি, যাৰ মূল্য ২৮ কোটি টকা! কিয় ইমান দাম এই বমিৰ?

সাগৰত উদ্ধাৰ তিমি মাছৰ বমি, যাৰ মূল্য ২৮ কোটি টকা! কিয় ইমান দাম এই বমিৰ?

4 years ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

23 minutes ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

44 minutes ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

1 hour ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

2 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

2 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

2 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

3 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

4 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

5 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

7 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

7 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সাগৰত উদ্ধাৰ তিমি মাছৰ বমি, যাৰ মূল্য ২৮ কোটি টকা! কিয় ইমান দাম এই বমিৰ?

editor by editor
July 24, 2022
in বিবিধ, বিশ্ব, ভাৰত
0
সাগৰত উদ্ধাৰ তিমি মাছৰ বমি, যাৰ মূল্য ২৮ কোটি টকা! কিয় ইমান দাম এই বমিৰ?
0
SHARES
26.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৰালাৰ এটা মাছমৰীয়াৰ এটা দলে প্ৰায় ২৮ কোটি টকাৰ মূল্যৰ এক আপুৰুগীয়া সাগৰীয় সম্পদ উদ্ধাৰ কৰিছে। এই ২৮ কোটিটকীয়া অমূল্য সম্পদবিধ হৈছে বিপন্ন প্ৰজাতিৰ তিমিৰ স্পৰ্ম ৱেলৰ বমি!

মাছমৰীয়াসকলে সাগৰত ওপঙি থকা মূল্যৱান বস্তুটো দেখা পাই উদ্ধাৰ কৰি উপকূলৰক্ষী কৰ্তৃপক্ষৰ হাতত তুলি দিয়ে।

শুকুৰবাৰে কেৰালাৰ তিৰুৱানন্তপুৰমৰ সমীপৰ ভিজিঞ্জাম অঞ্চলৰ বাসিন্দা মাছমৰীয়া কেইজনে যোৱা সাগৰত মাছ ধৰিবলৈ গৈছিল।

লগতে পঢ়ক ৭৫ দেশত মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ, সৰ্বাধিক আক্ৰান্ত হৈছে সমকামীকল, কিন্তু কিয়?

উপকূল আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে প্ৰায় ২৮ কিলো ৪০০ গ্ৰাম ওজনৰ এম্বাৰগ্ৰিছ বা তিমিৰ বমি উদ্ধাৰ কৰিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি কেজিত ইয়াৰ মূল্য এক কোটি টকা।

মাছমৰীয়াৰ পৰা সংগ্ৰহ কৰা এই বমি উপকূল আৰক্ষী কৰ্তৃপক্ষই বন বিভাগক গতাই দিছে। বন বিভাগে জনোৱা মতে, প্ৰকৃততে এম্বেৰগ্ৰিছ নে নহয় সেয়া পৰীক্ষা কৰিবলৈ ইয়াক ৰাজীৱ গান্ধী চেণ্টাৰ ফৰ বায়’টেকন’লজীলৈ প্ৰেৰণ কৰিছে।

এম্বাৰগ্ৰিছৰ এই আকাশলংঘী দাম হোৱাৰ কাৰণ হ’ল ইয়াৰ সুগন্ধি। তিমিৰ পাচনতন্ত্ৰত প্ৰস্তুত হোৱা এই পদাৰ্থ সুগন্ধি প্ৰস্তুতত ব্যৱহাৰৰ বাবে অতি মূল্যৱান হিচাপে পৰিগণিত হৈ আহিছে।

লগতে পঢ়ক কোন সুন্দৰী যুৱতীৰ বাসগৃহৰ পৰা ২০ কোটি ধন উদ্ধাৰ? ক’ৰ পৰা লাভ কৰিছিল বিশাল ধনৰাশি?

মাস্কৰ দৰে সুগন্ধি তৈয়াৰ কৰিবলৈ এম্বেৰগ্ৰিছ ব্যৱহাৰ কৰা হয়। যিহেতু এই সামগ্ৰী সহজে উপলব্ধ নহয়, সেয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰতো ইয়াৰ দাম অতি বেছি।

তিমিৰ আটাইতকৈ ডাঙৰ প্ৰজাতি স্পৰ্ম ৱেলৰ এই এম্বেৰগ্ৰিছ উৎপন্ন কৰাৰ ক্ষমতা আছে। এই প্ৰজাতিটো বৰ্তমান ভাৰতত বিলুপ্ত হৈছে। সেয়েহে তিমি বচাবলৈ এম্বাৰগ্ৰিছ বিক্ৰী কৰাটোও ভাৰতত আইনগতভাৱে নিষিদ্ধ।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamwhale Vomit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
LIFT দিয়াৰ অজুহাতত অপকৰ্ম
অপৰাধ

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

September 26, 2026
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?
ভাৰত

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

September 26, 2026
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

September 26, 2026
Next Post
পিৰিয়ড ক্ৰেম্প: কি কি ৭ টা অভ্যাস ঋতুস্ৰাৱৰ সময়ত এৰাই চলাটো ভাল?

পিৰিয়ড ক্ৰেম্প: কি কি ৭ টা অভ্যাস ঋতুস্ৰাৱৰ সময়ত এৰাই চলাটো ভাল?

যৌন শক্তি বৃদ্ধিৰ বাবে দৈনন্দিন খাদ্যৰ তালিকাত কি কি খাদ্য ৰাখিব?

যৌন শক্তি বৃদ্ধিৰ বাবে দৈনন্দিন খাদ্যৰ তালিকাত কি কি খাদ্য ৰাখিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.