• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭৫ দেশত মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ, সৰ্বাধিক আক্ৰান্ত হৈছে সমকামীকল, কিন্তু কিয়?

৭৫ দেশত মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ, সৰ্বাধিক আক্ৰান্ত হৈছে সমকামীকল, কিন্তু কিয়?

4 years ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

56 minutes ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

2 hours ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

15 hours ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

15 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

16 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

16 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

17 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

18 hours ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

18 hours ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

19 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

20 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৭৫ দেশত মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ, সৰ্বাধিক আক্ৰান্ত হৈছে সমকামীকল, কিন্তু কিয়?

editor by editor
July 24, 2022
in বিশ্ব, স্বাস্থ্য
0
৭৫ দেশত মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ, সৰ্বাধিক আক্ৰান্ত হৈছে সমকামীকল, কিন্তু কিয়?
0
SHARES
806
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বজুৰি দ্ৰুতগতিত বিয়পি পৰা মাংকি পক্সৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। WHOৰ সঞ্চালক প্ৰধান ডাঃ টেড্ৰ’ছ আধানম গেব্ৰেইছাছে কয় যে মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ আন্তঃৰাষ্ট্ৰীয় চিন্তাৰ বিষয় হৈ পৰিছে।

ডাঃ টেড্ৰছে লগতে কয় যে এই মুহূৰ্তত মাংকি পক্সৰ এই প্ৰাদুৰ্ভাৱ সমকামী পুৰুষৰ ভিতৰত বেছিকৈ হোৱা দেখা গৈছে৷ বিশেষকৈ যিসকলৰ একাধিক সমকামী যৌন সংগী আছে তেওঁলোক আক্ৰান্ত হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীৰ মতে সঠিক কৌশলেৰে মাংকি পাক্স ৰোধ কৰিব পৰা যায়। কিন্তু ইয়াক সহজভাৱে গ্ৰহণ কৰিলে ই যিকোনো ভাইৰাছৰ দৰেই বিপদজনক হ’ব পাৰে।

লগতে পঢ়ক কোন সুন্দৰী যুৱতীৰ বাসগৃহৰ পৰা ২০ কোটি ধন উদ্ধাৰ? ক’ৰ পৰা লাভ কৰিছিল বিশাল ধনৰাশি?

ডাঃ গেব্ৰেইছাছে এইচ আই ভি ৰোগত আক্ৰান্ত লোকসকলৰ সৈতে কাম কৰাৰ অভিজ্ঞতা থকা সামাজিক সংগঠনসমূহক মাংকি পক্সৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায়৷

একে সময়তে দক্ষিণ-পূব এছিয়াৰ বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক সঞ্চালকেও মাংকি পক্সৰ সংক্ৰমণৰ ক্ষেত্ৰত সমকামী পুৰুষসকলে যৌন সম্পৰ্ক কৰাৰ ক্ষেত্ৰত ওপৰত গুৰুত্ব দিয়া উচিত। আঞ্চলিক সঞ্চালক ডাঃ পুনম খেত্ৰপাল সিঙৰ মতে পূৰ্বে মাংকি পক্স নোহোৱা ৰাষ্ট্ৰবোৰত ই দ্ৰুতগতিত বিয়পি পৰিছে।

লগতে পঢ়ক বিবাহিত মহিলা আৰু প্ৰেমিকক সুৰক্ষা দিব নোৱাৰি! উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

ডাঃ সিঙৰ পুৰুষে পুৰুষৰ সৈতে স্থাপন কৰা যৌন সম্পৰ্কৰ বাবে ইয়াৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখা গৈছে।

ডাঃ খেত্ৰপাল সিঙে কয়, ‘‘গোলকীয়ভাৱে মাংকি পক্সৰ আশংকা আছে আৰু ই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিয়পি পৰাৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰেও আমি এতিয়াও ক’ৰোনা ভাইৰাছৰ বিষয়ে বহু কথা নাজানো। আমি সজাগ হোৱাটো প্ৰয়োজন।’’

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য মতে ইতিমধ্যে বিশ্বৰ ৭৫ খন ৰাষ্ট্ৰত মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ ঘটিছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMonkey PoxWHO
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?
জীৱনশৈলী

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

September 4, 2026
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!
বিনোদন

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

September 4, 2026
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান
জীৱনশৈলী

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

September 3, 2026
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?
ভাৰত

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

September 3, 2026
Next Post
সাগৰত উদ্ধাৰ তিমি মাছৰ বমি, যাৰ মূল্য ২৮ কোটি টকা! কিয় ইমান দাম এই বমিৰ?

সাগৰত উদ্ধাৰ তিমি মাছৰ বমি, যাৰ মূল্য ২৮ কোটি টকা! কিয় ইমান দাম এই বমিৰ?

পিৰিয়ড ক্ৰেম্প: কি কি ৭ টা অভ্যাস ঋতুস্ৰাৱৰ সময়ত এৰাই চলাটো ভাল?

পিৰিয়ড ক্ৰেম্প: কি কি ৭ টা অভ্যাস ঋতুস্ৰাৱৰ সময়ত এৰাই চলাটো ভাল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.