• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Love Jihad! ভুৱা পৰিচয়েৰে দুই ভগ্নীক যৌন নিৰ্যাতন মুছলমান যুৱকৰ

Love Jihad! ভুৱা পৰিচয়েৰে দুই ভগ্নীক যৌন নিৰ্যাতন মুছলমান যুৱকৰ

2 weeks ago
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

17 hours ago
‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

18 hours ago
ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

19 hours ago
এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

20 hours ago
তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

22 hours ago
যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

22 hours ago
গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

23 hours ago
লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

24 hours ago
BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

1 day ago
বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

3 days ago
শহুৱেকৰ সৈতে বোৱাৰীৰ গভীৰ ৰোমাঞ্চ! স্ক্ৰীণ কঁপাই তুলিছে নূৰ মালবিকাই!

শহুৱেকৰ সৈতে বোৱাৰীৰ গভীৰ ৰোমাঞ্চ! স্ক্ৰীণ কঁপাই তুলিছে নূৰ মালবিকাই!

3 days ago
দেৱৰ-বৌৱেকৰ বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ জেৰ! ৪ দিনীয়া সন্তানক হত্যা বৰমাকৰ

দেৱৰ-বৌৱেকৰ বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ জেৰ! ৪ দিনীয়া সন্তানক হত্যা বৰমাকৰ

3 days ago
  • About
  • Advertise
  • Careers
Tuesday, August 9, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

Love Jihad! ভুৱা পৰিচয়েৰে দুই ভগ্নীক যৌন নিৰ্যাতন মুছলমান যুৱকৰ

editor by editor
July 24, 2022
in অপৰাধ, ভাৰত
0
Love Jihad! ভুৱা পৰিচয়েৰে দুই ভগ্নীক যৌন নিৰ্যাতন মুছলমান যুৱকৰ
0
SHARES
6.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ অন্য এক লাভ জেহাদৰ ঘটনা পোহৰলৈ আহিছে৷ ভুৱা পৰিচয়েৰে এক মুছলমান যুৱকে এগৰাকী হিন্দু যুৱতীক প্ৰেমৰ জালত পেলোৱাৰ লগতে প্ৰেমিকাৰ নাবালিকা ভগ্নীকো ধৰ্ষণ কৰাৰ চাঞ্চ্যলকৰ অভিযোগ উত্থাপন হৈছে৷

এই ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডত৷ ঝাৰখণ্ডৰ চিমডেগা জিলাৰ নাইম মিয়া নামৰ এজন মুছলমান যুৱকে ভুৱা পৰিচয় প্ৰদানেৰে এগৰাকী হিন্দু যুৱতীৰে প্ৰেমৰ সম্পৰ্কৰ গঢ়ি তোলে৷

প্ৰেমৰ সম্পৰ্ক আৰম্ভ হোৱাৰ পিছতে নাইম মিয়া নামৰ মুছলমান যুৱকজনে হিন্দু যুৱতীগৰাকীৰ সৈতে লিভ-ইনত বাস কৰিবলৈ ধৰে৷ এইদৰে প্ৰায় ৫ টা বছৰ অতিক্ৰম কৰাৰ সময়তে হঠাতে প্ৰেমিকা যুৱতীগৰাকী গৰ্ভৱতী হয়৷

 

লগতে পঢ়ক বিবাহিত মহিলা আৰু প্ৰেমিকক সুৰক্ষা দিব নোৱাৰি! উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

যুৱতীগৰাকী গৰ্ভৱতী হোৱাৰ পিছতে যুৱকজনে নিজৰ প্ৰকৃত পৰিচয় প্ৰকাশ কৰি বিবাহ কৰাবলৈ অস্বীকাৰ কৰে৷ ইফালে ইয়াৰ পিছতে যুৱতীগৰাকীৰ নাবালিকা ভগ্নীকো ধৰ্ষণ কৰি যুৱকজনে ভিডিঅ’ ৰেকৰ্ডিং কৰি দুই ভগ্নীক ব্লেকমেইল কৰি যৌন নিৰ্যাতন তথা হাৰাশাস্তি কৰি আহিবলৈ ধৰে৷

ঘটনা সন্দৰ্ভত বিজেপি জিলা সভাপতি লক্ষ্মণ বাদইকে জানিব পাৰি ভুক্তভোগী দুই ভগ্নী আৰু পৰিয়ালৰ লোকক সাক্ষাৎ কৰি মহিলা আৰক্ষী থানাত অভিযোগ দাখিল কৰে৷

 

লগতে পঢ়ক স্বামী-স্ত্ৰীৰ বিবাদ নিষ্পতি কৰা বন্ধুৱে ধৰ্ষণ কৰিলে বন্ধু পত্নীক, ইয়াৰ পিছত হ’ল কি?

ভুক্তভোগী দুই যুৱতীয়ে আৰক্ষীৰ ওচৰ চপাৰ সম্ভেদ লাভ কৰিয়ে জিলাখনৰ থেথাইটাংগাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাত্ৰামেটা গাঁৱৰ বাসিন্দা নাইম মিয়াই পলায়ন কৰে৷

আৰক্ষীয়ে অভিযোগ লাভ কৰাৰ পাছতে আৰক্ষী অভিযুক্ত নাইম মিয়াৰ সন্ধানত অভিযান আৰম্ভ কৰিছে৷ ইফালে এই সমগ্ৰ ঘটনাক  কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। বিভিন্ন সংগঠনে লাভ জেহাদৰ বলি হোৱা যুৱতীগৰাকী লগতে পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত প্ৰতিবাদো সাব্যস্ত কৰিছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamlove jihadmuslim man rape hindu teenager
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?
ভাৰত

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

August 8, 2022
‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  
ভাৰত

‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

August 8, 2022
ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু
স্বাস্থ্য

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

August 8, 2022
এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ
ভাৰত

এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

August 8, 2022
Next Post
৭৫ দেশত মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ, সৰ্বাধিক আক্ৰান্ত হৈছে সমকামীকল, কিন্তু কিয়?

৭৫ দেশত মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ, সৰ্বাধিক আক্ৰান্ত হৈছে সমকামীকল, কিন্তু কিয়?

সাগৰত উদ্ধাৰ তিমি মাছৰ বমি, যাৰ মূল্য ২৮ কোটি টকা! কিয় ইমান দাম এই বমিৰ?

সাগৰত উদ্ধাৰ তিমি মাছৰ বমি, যাৰ মূল্য ২৮ কোটি টকা! কিয় ইমান দাম এই বমিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.