আত্মহত্যাৰ পূর্বে মোদীক কি কৈ গ’ল কৃষকে? মোদীজী অহা-যোৱাটো চলি থাকে। ৪ বছৰৰ পাছত আপুনিও ওপৰলৈ আহিব। ওপৰত বহিয়েই কথা পাতিম আপোনাৰ সৈতে।