Tag: farmer

খৰাং, কৃষকৰ হাহাকাৰ

খৰাং, কৃষকৰ হাহাকাৰ

প্ৰচণ্ড খৰাঙৰ কবলত ৰাজ্য। পানীৰ অভাৱত ফাটি গৈছে ৰোৱাতলী। নামত আছে জলসিঞ্চন বিভাগ। পর্যাপ্ত বৰষুণৰ অপেক্ষাত কৃষক।

খেতিয়কৰ নিস্তাৰ নাই…

খেতিয়কৰ নিস্তাৰ নাই…

ক’ৰোনাই নামাৰিলেও ভাতে মৰাৰ শংকা। ক’ৰোনাসৃষ্ট অচলপ্ৰায় অৱস্থাৰ পৰিণতিত কৃষকৰ হাহাকাৰ। গোটে দুটকা দৰত বিক্ৰী জাতিলাউ।

বিহপুৰীয়া সমষ্টিত নির্দলীয় প্ৰার্থী কৃষক শোভেশ্বৰ

বিহপুৰীয়া সমষ্টিত নির্দলীয় প্ৰার্থী কৃষক শোভেশ্বৰ

বিহপুৰীয়া সমষ্টিত নির্দলীয় প্ৰার্থী কৃষক শোভেশ্বৰ। বজাৰত পাচলি বেচোঁতে আহিল নির্বাচনত যুঁজাৰ প্ৰস্তাৱ। খেতিপথাৰৰ পৰা ৰাজনীতিৰ পথাৰলৈ শোভেশ্বৰ গগৈ ।

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]