বিহপুৰীয়া সমষ্টিত নির্দলীয় প্ৰার্থী কৃষক শোভেশ্বৰ। বজাৰত পাচলি বেচোঁতে আহিল নির্বাচনত যুঁজাৰ প্ৰস্তাৱ। খেতিপথাৰৰ পৰা ৰাজনীতিৰ পথাৰলৈ শোভেশ্বৰ গগৈ ।