• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ হাজাৰ ট্ৰেক্টৰ লৈ দিল্লী কঁপাবলৈ ৰাওনা হাজাৰ হাজাৰ কৃষক, ৭জিলাত কৰ্তন ইণ্টাৰনেট পৰিসেৱা

১০ হাজাৰ ট্ৰেক্টৰ লৈ দিল্লী কঁপাবলৈ ৰাওনা হাজাৰ হাজাৰ কৃষক, ৭জিলাত কৰ্তন ইণ্টাৰনেট পৰিসেৱা

2 years ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

5 minutes ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

35 minutes ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 hour ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

4 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

5 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

23 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

1 day ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১০ হাজাৰ ট্ৰেক্টৰ লৈ দিল্লী কঁপাবলৈ ৰাওনা হাজাৰ হাজাৰ কৃষক, ৭জিলাত কৰ্তন ইণ্টাৰনেট পৰিসেৱা

editor by editor
February 11, 2024
in বিবিধ, ভাৰত, ৰাজনীতি
0
১০ হাজাৰ ট্ৰেক্টৰ লৈ দিল্লী কঁপাবলৈ ৰাওনা হাজাৰ হাজাৰ কৃষক, ৭জিলাত কৰ্তন ইণ্টাৰনেট পৰিসেৱা
0
SHARES
12.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সংযুক্ত কৃষক মৰ্চাসহ বিভিন্ন কৃষক সংগঠনে ভাৰত বন্ধৰ আহ্বান জনাইছে। ১৬ফেব্ৰুৱাৰীত কেইবাটাও কৃষক সংগঠনৰ পৰা ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শাসক শিবিৰৰ ওপৰত বিশেষ চাপ সৃষ্টি কৰিবলৈকে আগবাঢ়িছে কৃষক। আন্দোলনকাৰীয়ে জনোৱা অনুসৰি আগন্তুক ১৬ফেব্ৰুৱাৰীত সমগ্ৰ দেশৰ গাওঁসমূহ বন্ধ কৰি দিয়াৰ ওপৰিও চলিব ধৰ্মঘট। আন্দোলনকাৰীয়ে কলকাৰখানাৰ কৰ্মচাৰীকো কাম বন্ধ ৰখাৰ বাবে অনুৰোধ জনাইছে। কৃষক মৰ্চা আৰু শ্ৰমিক সংগঠনৰ সৰ্বভাৰতীয় প্ৰতিনিধিসকলে মোদী চৰকাৰ বিৰোধী লিফ্টলেটো বিতৰণ কৰা দেখা গৈছে।

কৃষক মৰ্চাসহ ২৬টা কৃষক সংগঠনে ১৩ ফেব্ৰুৱাৰীত দিল্লীত মিছিল কৰিব। পঞ্জাৱৰ কৃষকে ঘোষণা কৰা অনুসৰি ১০হাজাৰ ট্ৰেক্টৰেৰে দিল্লী যাবৰ বাবে সাজু হৈছে কৃষক। হাৰিয়ানা হৈ দিল্লীত প্ৰৱেশ কৰিব প্ৰতিবাদী কৃষকে। দিল্লীত প্ৰৱেশ কৰিবলৈ শম্ভু বৰ্ডাৰ, ডাবোৱালী আৰু খনাউৰী বৰ্ডাৰকেই বাচি লৈছে পঞ্জাৱৰ প্ৰতিবাদী কৃষকে। কৃষক বিদ্ৰোহৰ ভয়াৱহ ৰূপ দেখি শংকিত হৈ পৰিছে শাসকদলো। যাৰবাবে আৰক্ষীয়ে প্ৰায়সমূহ কৃষক নেতাক ঘৰে ঘৰে গৈ এৰেষ্টো কৰিছে। পঞ্জাৱৰ পৰা যাত্ৰা কৰা দলটোক ভেটিবলৈকে ১৪৪ ধাৰা জাৰি কৰা হৈছে আম্বালা এলেকাত। পঞ্জাৱ, হাৰিয়ানাৰ মাজত শম্ভূ সীমান্তও চিমেণ্টৰ বেৰিকেড আৰু কাঁটাতাৰ দি সম্পূৰ্ণ ছিল কৰি দিয়া হৈছে। ঘাগৰ নদীৰ ওপৰৰ বিশেষ সেতুও বন্ধ কৰি দিয়া হৈছে। কৃষকে যাতে ট্ৰেক্টৰেৰে দিল্লীৰ ভিতৰত সোমাব নোৱাৰে তাৰবাবে ঠায়ে ঠায়ে খান্দি পেলোৱা হৈছে ৰাস্তা।

পঞ্জাৱৰ পাতিয়ালাৰ পৰা আম্বালা যোৱা পথো সলাই দিয়া হৈছে। সোনিপাত, ঝাজ্জাৰ, পঞ্চকুলাৰ আৰু কাইথালেও ১৪৪ ধাৰা জাৰি কৰা হৈছে। পঞ্জাৱৰ পৰা চণ্ডীগড় হৈ কৃষকসকলে দিল্লী যোৱাৰ পথত পঞ্চকুলা হৈ হাৰিয়ানাত প্ৰৱেশ কৰিব পাৰিব। সীমান্তত কৃষকসকলক আৱদ্ধ কৰিবলৈকে চেকপোষ্ট বহুওৱা হৈছে। টিকৰি সীমান্তত ড্ৰোনৰ মাধ্যমেৰে নজৰদাৰিও কৰা হৈছে। জনগণক পঞ্জাৱলৈ নাযাবৰ বাবেও পৰামৰ্শ দিছে চৰকাৰে। পৰিস্থিতিৰ দিশলৈ নজৰ ৰাখি আগন্তুক দিনত আম্বালা-চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথ-১৫২, আম্বালা-হিচাৰ ৰাষ্ট্ৰীয় ঘাইপথ-৬৫, পানীপথ-জলন্ধৰ ৰাষ্ট্ৰীয় ঘাইপথ-৪৪ আৰু আম্বালা-কালা আম্ব ৰাষ্ট্ৰীয় ঘাইপথ-৩৪৪ বন্ধ কৰি দিয়া হ’ব পাৰে বুলিও জনাইছে।

সোমবাৰে চণ্ডীগড়ত বিয়লি ৫বজাত ২৬ ছেক্টৰত বিশেষ বৈঠকো অনুষ্ঠিত হৈছিল। কৃষকসকলে দিল্লী চলো পদযাত্ৰাৰ এদিন পূৰ্বে ছেক্টৰ ২৬ত মহাত্মা গান্ধী ষ্টেট ইনষ্টিটিউট অৱ পাবলিক এডমিনিষ্ট্ৰেছনত এক বৈঠকত অংশগ্ৰহণ কৰিছিল। বৈঠকৰ পাছতেই কৃষক নেতা ছাৰাওয়ান সিং পান্ধেৰে শনিবাৰে জনোৱা অনুসৰি, কেন্দ্ৰই তেওঁলোকৰ দাবী লৈ আলোচনা কৰাৰ বাবে ১২ ফেব্ৰুৱাৰীত বিশেষ বৈঠকৰ আয়োজন কৰিছে। দেওবাৰে পুৱা ৬বজাৰ পৰা বুধবাৰ পৰ্যন্ত ৭খন জিলাত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। ইন্টাৰনেট কৰ্তন কৰা জিলাসমূহৰ ভিতৰত আছে, কুৰুক্ষেত্ৰ, আম্বালা, কাইথাল, জিন্দ, হিচাৰ, ফাতেহাবাদ আৰু চিৰছা। সেই স্থানসমূহত মোবাইল ইণ্টাৰনেট পৰিসেৱা বন্ধ কৰাৰ প্ৰধান কাৰণ হৈছে এই স্থানসমূহতে কৃষক বিদ্ৰোহ ভয়াৱহ হৈ উঠাৰ পূৰ্ণ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
দুচকুলৈ চালেই প্ৰশান্তিৰ চাপ! ৰামলালাৰ মায়াবী নয়নৰ ৰহস্য জনালে শিল্পী অৰুণ যোগীৰাজে

দুচকুলৈ চালেই প্ৰশান্তিৰ চাপ! ৰামলালাৰ মায়াবী নয়নৰ ৰহস্য জনালে শিল্পী অৰুণ যোগীৰাজে

চিনি থওক দেশৰ শেষৰ খন গাওঁ! ইয়াতেই জন্ম নেকি দেৱী সৰস্বতীৰ?

চিনি থওক দেশৰ শেষৰ খন গাওঁ! ইয়াতেই জন্ম নেকি দেৱী সৰস্বতীৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.