• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃৰ সপোন আছিল পুত্ৰক ভাল দৰ্জী বনোৱা, ভাগ্যই বলীউডলৈ আনি তাৰকা বনালে পুত্ৰক

পিতৃৰ সপোন আছিল পুত্ৰক ভাল দৰ্জী বনোৱা, ভাগ্যই বলীউডলৈ আনি তাৰকা বনালে পুত্ৰক

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পিতৃৰ সপোন আছিল পুত্ৰক ভাল দৰ্জী বনোৱা, ভাগ্যই বলীউডলৈ আনি তাৰকা বনালে পুত্ৰক

editor by editor
February 27, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
পিতৃৰ সপোন আছিল পুত্ৰক ভাল দৰ্জী বনোৱা, ভাগ্যই বলীউডলৈ আনি তাৰকা বনালে পুত্ৰক
0
SHARES
773
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পিতৃৰ সপোন আছিল পুত্ৰক ভাল দৰ্জী বনোৱা, ভাগ্যই বলীউডলৈ আনি তাৰকা বনালে পুত্ৰক

কাৰ ভাগ্যত কি লিখা থাকে সেয়া কোনেও নাজানে। কোনো যদি ৰজাৰ পৰা প্ৰজা হয়, কোনো আকৌ ভাগ্যৰ বলত প্ৰজাৰ পৰা ৰজা হয়গৈ। তেনেই এক কাহিনী বলীউডৰ এগৰাকী জনপ্ৰিয় তাৰকাৰ। দৰিদ্ৰ পৰিয়ালৰ সেই পুত্ৰক পিতৃয়ে বনাব বিচাৰিছিল এগৰাকী সফল দৰ্জী, কিন্তু ভাগ্যদেৱীয়ে টানি আনে বলীউডলৈ। বৰ্তমানে প্ৰায় ৪০০ কোটি টকাৰ মালিক।

বৰ্তমানে কেৱল সেই পুত্ৰই সফল হোৱা নাই , সেই পুত্ৰৰ কন্যাও আজিৰ তাৰিখত বলীউডত অতিকে সফল। অভিনেত্ৰী সকলৰ ভিতৰত এগৰাকী অন্যতম সফল অভিনেত্ৰী। ইয়াত কৈ থকা হৈছে , নিজৰ কমেডি টাইমিং আৰু খলনায়ক দুয়োটা চৰিত্ৰতে সাৱলিল অভিনয় কৰি দৰ্শকৰ মাজত অতিকে জনপ্ৰিয় হোৱা শক্তি কাপুৰ।

এটা সময় আছিল যেতিয়া শক্তি কাপুৰৰ পিতৃয়ে, পুত্ৰ চিনেমালৈ অহাটো নিবিচাৰিছিল। পুত্ৰক দৰ্জী বনাব বিচাৰিছিল যদিও শক্তিৰ ইচ্ছা সদায় অভিনেতা হোৱাৰ আৰু এই সপোন পূৰণৰ বাবে বহু প্ৰচেষ্টাৰ অন্তত প্ৰথমবাৰৰ বাবে ছবিৰ প্ৰস্তাৱ লাভ কৰিছিল। এই অভিনেতাজনে প্ৰথমখন ছবি পোৱাটো এখন ছবিৰ কাহিনীতকৈও কম নহয়।

শক্তি কাপুৰে প্ৰথম অৱস্থাত বিজ্ঞাপনত কাম কৰিছিল আৰু প্ৰায় ১৩ হাজাৰ টকা উপাৰ্জন কৰিছিল। গাড়ীৰ প্ৰতি আগ্ৰহী হোৱাৰ বাবে তেওঁ সেই ধনেৰে আগলৈ খোলা দুৱাৰ থকা ছেকেণ্ড হেণ্ড ফিয়েট গাড়ী এখন কিনিছিল। সেই বাহনেৰে বান্দ্ৰাৰ লিংকিং ৰোডত গাড়ীখন চলাই গৈ থাকোঁতে অভাৰটেক কৰিবলৈ চেষ্টা কৰি থকা এখন মাৰ্চিডিজ বাহনে শক্তিৰ বাহনত খুন্দা মাৰে, যাৰ ফলত বাহনখনৰ ক্ষতি হয়। নতুনকৈ কিনা বাহনৰ ক্ষতি হোৱা মেৰামতি কৰাৰ খৰচ তথা ক্ষতিপূৰণ আদায় কৰাৰ কৰাৰ কথা ভাবে।

কথা মতেই কাম, বাহনৰ পৰা ওলাই আহি মাৰ্চিডিজ বাহনৰ গৰাকীক ধমক দিবলৈ বুলি গৈ দেখে সেই বাহনৰ চালকৰ আসনত তেতিয়াৰ জনপ্ৰিয় অভিনেতা ফিৰোজ খান। লগে লগে শক্তি কাপুৰৰ খং লুকাই ফাট মাৰে, আৰু ফিৰোজ খানক নিজৰ পৰিচয় দি ছবিত কাম দিয়াৰ বাবে অনুৰোধ কৰে। ফিৰোজ খানক ৰাজপথত দেখি অন্য অনুৰাগীয়েও ভিৰ কৰে। ফিৰোজ খানে একো নকয় লগে লগে সেই স্থান পৰিত্যাগ কৰে। শক্তি কাপুৰৰো ঘটনা দেখি মনত বেজাৰ লাগে।

পাছত শক্তি কাপুৰ লেখক কে কে শুক্লাৰ ঘৰলৈ যায় কামৰ সন্ধানত। লেখকে শক্তিক কয়, ‘তোৰ ভাগ্যই বেয়া’ যি ছবিত তোক লোৱাৰ কথা আছিল, সেই ছবিত ফিৰোজে অন্য এজনক লোৱাৰ কথা কৈছে। কিন্তু পাছত বিচাৰ খোচাৰ কৰি জানিব পাৰে ফিৰোজে শক্তিকেই সেই ছবিত লোৱাৰ কথা কৈছিল। কাৰণ ফিৰোজ খানে শক্তিৰ তাত দেখিল এগৰাকী খলনায়ক হোৱাৰ সকলো গুণ।

শক্তিয়ে দুৰ্ঘটনাৰ সময়ত যি খঙেৰে ফিৰোজলৈ চোচা লৈছিল, সেই আগ্ৰাসনেই ফিৰোজে বিচাৰি আছিল নতুন ছবিৰ খলনায়কৰ বাবে। শেষত সকলো কাম হৈ উঠে। শক্তি কাপুৰেই ফিৰোজ খান, বিনোদ খান্না, অমৰেশ পুৰী আদি ডাঙৰ তাৰকা খচিত ছবি ‘কুৰবাণী’ত কাম কৰে।

জীৱনৰ প্ৰথমখন ছবিয়েই অতিকে হিট প্ৰমাণিত হয়। শক্তি কাপুৰৰো অভিনয় আকোৱালী লয় দৰ্শকে। সেই ছবিখনৰ জৰিয়তে ভাগ্য জিলিকি উঠে শক্তি কাপুৰৰ। আৰু কোনোদিনে পিছলৈ উভতি চাব লগা হোৱা নাই শক্তিৰ। পাছলৈ খলনায়কৰ সমানে হাস্য ৰসিক চৰিত্ৰ কৰিয়ো সমানে জনপ্ৰিয়তা লাভ কৰে বলীউডৰ চৰিত্ৰঅভিনেতা তথা তাৰকাগৰাকী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodBollywood HeroStruggle Life
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
মহাকুম্ভৰ সমাপ্তৰ পাছতে কিয় ক্ষমা খুজিলে প্ৰধানমন্ত্ৰীয়ে…!

মহাকুম্ভৰ সমাপ্তৰ পাছতে কিয় ক্ষমা খুজিলে প্ৰধানমন্ত্ৰীয়ে...!

মেডিকেল মিৰাকল, এজন ভাৰতীয় লোকৰ শৰীৰত ৫ টা বৃক্ক

মেডিকেল মিৰাকল, এজন ভাৰতীয় লোকৰ শৰীৰত ৫ টা বৃক্ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.