• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঐশ্বৰ্যক হৰুৱাই শীৰ্ষত, ২৪ বছৰ বয়সতে বিয়া নোহোৱাকৈ মাতৃ, কোন এই কনমানি

2 years ago
CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026

2 minutes ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

40 minutes ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

53 minutes ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

1 hour ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

19 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

20 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

21 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

22 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

24 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

1 day ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ঐশ্বৰ্যক হৰুৱাই শীৰ্ষত, ২৪ বছৰ বয়সতে বিয়া নোহোৱাকৈ মাতৃ, কোন এই কনমানি

editor by editor
April 28, 2024
in চিনেমা, জীৱনশৈলী
0
ঐশ্বৰ্যক হৰুৱাই শীৰ্ষত, ২৪ বছৰ বয়সতে বিয়া নোহোৱাকৈ মাতৃ, কোন এই কনমানি
0
SHARES
262
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঐশ্বৰ্যক হৰুৱাই শীৰ্ষত, ২৪ বছৰ বয়সতে বিয়া নোহোৱাকৈ মাতৃ, কোন এই কনমানি

ঐশ্বৰ্য ৰায় কিমান সুন্দৰ সেয়া হয়তো আৰু কোৱাৰ প্ৰয়োজন নাই। যাৰ বিশ্বৰ ভিতৰতে অন্যতম সুন্ধৰী হিচাপে ধৰা হয়। যাক এবাৰ চাবলৈ উঠি পৰি লাগে বহু লোক। পাছে সেই ঐশ্বৰ্যকে হৰুৱাই শীৰ্ষত উপনীত হৈছিল আন এগৰাকীহে।

পাছলৈ বিয়া নোহাৱাকৈ মাতৃ হৈছিল । তাকো মাথো ২৪ বছৰ বয়সতে এটি কন্যা সন্তানৰ মাতৃ হৈছিল। পাছলৈ দ্বিতীয়টো কন্যা সন্তানৰো মাতৃ হয়। কিন্তু বৰ্তমানলৈ বিয়া পতা নাই সেই সুন্দৰীয়ে।

সেই সুন্দৰীগৰাকীয়ৈ হৈছে ভাৰত সুন্দৰী ততা ব্ৰহ্মাণ্ড সুন্দৰী সুষ্মিতা সেন। ১৯৯৪ চনত মিছ ইণ্ডিয়া প্ৰতিযোগীৰ কথা। সেই প্ৰতিযোগিতাত অংশ ল’বলৈ বহু যুৱতী আহিছিল, পাছে ঐশ্বৰ্য সেই বৰ্ষত অংশগ্ৰহণ কৰিব বুলি জানি বহুতেই নিজৰ নাম উঠাই লৈছিল।

সেই সময়ত মডেলিং জগতত ঐশ্বৰ্য ৰায় অতি বিখ্যাত আছিল। চেহেৰা, উচ্চতা, বুদ্ধিমত্তাৰ দৰে সকলো দিশতে নিখুঁত আছিল ঐশ্বৰ্য। যাৰ বাবে অন্য সুন্দৰীৰ সৈতে সুষ্মিতা সেনেও নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ কথা ভাবিছিল।

কিন্তু সুষ্মিতাৰ মাতৃ আছিল এই ক্ষেত্ৰত কঠোৰ। সুষ্মিতাৰ সিদ্ধান্তক অস্বীকাৰ কৰি কোন কিমান ধুনিয়া সেয়া পিছ পেলাই সম্পূৰ্ণ আত্মবিশ্বাসেৰে ৰেম্পত খোজ দিবলৈ পৰামৰ্শ দিছিল। সুষ্মিতা সেনেও মাকৰ কথা শুনি প্ৰতিযোগিতাৰ ফলাফল কি হ’ব সেই কথা নাভাবি কেৱল নিজৰ শ্ৰেষ্টখিনি উজাৰি দিছিল। যাৰ পৰিণতিত ঐশ্বৰ্যক পিছ পেলাই বিজয়ীৰ মুকুট পৰিধান কৰিছিল শীৰত।

মিছ ইণ্ডিয়া খিতাপৰ পাছত মিছ ইউনিভাৰ্চৰ খিতাপ। তাৰ পাছতে ২৪ বয়সতে এটি কন্যা সন্তান তুলি লৈ মাতৃ হৈছিল। দহ বছৰৰ পাছত তেওঁ আন এগৰাকী ছোৱালীক দত্তক লৈছিল।

বৰ্তমান অবিবাহিত সুষ্মিতাই দীৰ্ঘদিন ধৰি ছবিৰ পৰা বিৰত থকাৰ পিছত এতিয়া পুনৰ অটিটি প্লেটফৰ্মৰ জৰিয়তে প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে। আৰ্য আৰু তালিয়ে অ’টিটিত যথেষ্ট প্ৰশংসা লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Beauty ContestChildhood ImageChildhood PhotoMiss IndiaMiss UniverseSusmita Sen
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026
জীৱনশৈলী

January 17, 2026
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে
জীৱনশৈলী

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

January 17, 2026
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?
জীৱনশৈলী

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

January 17, 2026
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে
জীৱনশৈলী

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

January 17, 2026
Next Post
ই-ভিটামিন কেপচুলৰ সৈতে কেৱল মাত্ৰ ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী, নিশাটোৰ ভিতৰতে লাভ কৰক সুন্দৰ ছাল

‘তাৰক মেহতা কা উল্টা ছশমা’ ধাৰাবাহিকৰ অভিনেতা কেইবাদিনো ধৰি সন্ধানহীন, অপহৰণৰ সন্দেহ

'তাৰক মেহতা কা উল্টা ছশমা' ধাৰাবাহিকৰ অভিনেতা কেইবাদিনো ধৰি সন্ধানহীন, অপহৰণৰ সন্দেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন