• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰেপ্তাৰ হ’ব ৰাখী সাৱন্ত! বহুবল্কীতাৰে মাতি আনিছে নিজৰ বিপদ!

গ্ৰেপ্তাৰ হ’ব ৰাখী সাৱন্ত! বহুবল্কীতাৰে মাতি আনিছে নিজৰ বিপদ!

4 years ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

4 minutes ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

44 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

2 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

2 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

3 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

3 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

5 hours ago
পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

6 hours ago
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

6 hours ago
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

7 hours ago
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

7 hours ago
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

গ্ৰেপ্তাৰ হ’ব ৰাখী সাৱন্ত! বহুবল্কীতাৰে মাতি আনিছে নিজৰ বিপদ!

editor by editor
April 22, 2022
in বিনোদন, ভাৰত
0
গ্ৰেপ্তাৰ হ’ব ৰাখী সাৱন্ত! বহুবল্কীতাৰে মাতি আনিছে নিজৰ বিপদ!
0
SHARES
275
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আইনী সংকটত পৰিছে বলিউদৰ বহুবল্কী তাৰকা ৰাখী সাৱন্ত৷ নিজৰ বহুবল্কিতাৰ বাবে প্ৰায়ে সংবাদ মাধ্যমৰ চৰ্চাত থকা বলিউদৰ এই তাৰকাগৰাকীয়ে এইবাৰ আইনী জঞ্জালত সোমাই পৰিছে৷

ড্ৰামা কুইন খ্যাত ৰাখী সাৱন্তে জনজাতীয় সাজপাৰক অপমান কৰাৰ অভিযোগ উঠিছে৷ এই অভিযোগেৰে ইতিমধ্যে ৰাঁচিৰ এখন আৰক্ষী থানাত ৰাখী সাৱন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে৷

ৰাখী সাৱন্তে ঝাৰখণ্ডৰ এটা জনজাতিৰ পৰম্পৰাগত পোছাকক অপমানজকভাৱে পৰিধান কৰি নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ আঅপলোড কৰিছিল৷ উক্ত পোছাকযোৰ পিন্ধি ৰাখীয়ে অপমানজনক মন্তব্য কৰাৰ লগতে ভেঙুচালি কৰাৰ অভিযোগ কৰিছে ঝাৰখণ্ড চেণ্ট্ৰল চাৰণ কমিটিয়ে৷

লগতে পঢ়ক এতিয়াৰে পৰা কল ৰেকৰ্ডিং এপসমূহ বন্ধ কৰিব গুগলে!

কমিটিৰ সভাপতি অজয় তিৰ্কীয়ে কয় যে ৰাখী সাৱন্তে জনজাতীয় সম্প্ৰদায়টোক অপমান কৰাৰ লগতে জাতীয় আৱেগত আঘাত কৰিছে আৰু ইয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷

অভিযোগ অনুসৰি জনজাতীয় পোছাক পৰিধানৰ নামত ৰাখীয়ে অৰ্ধ নগ্ন হৈ ভিডিঅ’টো আপলোড কৰি কৈছিল, ‘‘হাই বন্ধুসকল, তোমালোকে মোক নতুন ৰূপত দেখিছা… আজি মোক জনজাতীয় ৰূপত চোৱা…৷’’

ৰাখীয়ে জনজাতীয় পোছাকৰ নামত অৰ্ধ নগ্ন পোছাক পিন্ধি সম্প্ৰদায়টোৰ নাৰীসকলকো অপমান কৰা বুলি অভিযোগ কৰিছে সংগঠনটোৱে৷

লগতে পঢ়ক লতাশিলৰ বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাৰ বাসগৃহত নিশা ঘটিল অঘটন

অজয় তিৰ্কীয়ে লগতে কয় যে ৰাখী সাৱন্তে ক্ষমা ভিক্ষা নকৰিলে ইয়াৰ বিৰুদ্ধে ব্যাপকৰূপত প্ৰতিবাদ গঢ়ি তুলিব৷

ইফালে ৰাখী সাৱন্ত বিৰুদ্ধে অনুসূচীত জাতি আৰু জনজাতি(নৃশংসতা প্ৰতিৰোধ) আইন, ১৯৮৯ৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনগোষ্ঠীটোৰ সংগঠনটোৱে দাবী জনাইছে৷ উল্লেখ্য যে এই আইনৰ অধীনত গোচৰ ৰুজু কৰিলে ৰাখী সাৱন্তে আইনী সংকটত পৰাতো প্ৰায় নিশ্চিত৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRahki Sawant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ
জীৱনশৈলী

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

August 21, 2026
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়
জীৱনশৈলী

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

August 21, 2026
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!
জীৱনশৈলী

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

August 21, 2026
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’
বিনোদন

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

August 21, 2026
Next Post
‘চুপ থাকক,’ পুত্ৰ হেৰুওৱা মাতৃক আঙুলি দেখুওৱাই দুৰ্ব্যৱহাৰ জিলা দণ্ডাধীশৰ

‘চুপ থাকক,’ পুত্ৰ হেৰুওৱা মাতৃক আঙুলি দেখুওৱাই দুৰ্ব্যৱহাৰ জিলা দণ্ডাধীশৰ

আকাশলংঘী ইন্ধন! কেনেকৈ বৈদ্যুতিক সংস্কৰণ কৰিব আপোনাৰ দুচকীয়া বাহন?

আকাশলংঘী ইন্ধন! কেনেকৈ বৈদ্যুতিক সংস্কৰণ কৰিব আপোনাৰ দুচকীয়া বাহন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.