• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ ৰে’ল দুৰ্ঘটনা, দপদপাই জ্বলি উঠিল ৪ টাকৈ ডবা…

পুনৰ ৰে’ল দুৰ্ঘটনা, দপদপাই জ্বলি উঠিল ৪ টাকৈ ডবা…

2 years ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

13 minutes ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

35 minutes ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

58 minutes ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

1 hour ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

2 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

3 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

4 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

5 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

5 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

6 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

7 hours ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুনৰ ৰে’ল দুৰ্ঘটনা, দপদপাই জ্বলি উঠিল ৪ টাকৈ ডবা…

editor by editor
August 4, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
পুনৰ ৰে’ল দুৰ্ঘটনা, দপদপাই জ্বলি উঠিল ৪ টাকৈ ডবা…
0
SHARES
144
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ ৰে’ল দুৰ্ঘটনা, দপদপাই জ্বলি উঠিল ৪ টাকৈ ডবা…

আজি ৪ আগষ্ট দেওবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত এক ডাঙৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়। কোৰ্বাৰ পৰা অহা কোৰ্বা-বিশাখাপত্তনম এক্সপ্ৰেছৰ চাৰিটা এচি ডবাত জুই লাগে। জুই ইমানেই বিধ্বংসী আছিল যে মুহূৰ্তৰ ভিতৰতে ৰে’লখনৰ চাৰিটা ডবা গ্ৰাহ কৰিবলৈ আৰম্ভ কৰে।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ৰে’লৱে বিভাগৰ লোক, ৰে’লৱে আৰক্ষী আৰু উদ্ধাৰকাৰী দল ষ্টেচনটোত উপস্থিত হয়। ভয়াতংক সকলো যাত্ৰীক কোনোমতে সেই অগ্নিকাণ্ড সংঘটিত হোৱা ৰে’লখনৰৰ পৰা বাহিৰলৈ উলিয়াই আনে। ঘটনাটোত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। কিন্তু চাৰিওটা ডবাৰ যাত্ৰীসকলৰ সকলো সামগ্ৰী ভস্মীভূত হৈছে।

ৰে’লখনত থকা যাত্ৰীসকলৰ মতে, ৰেলখন বিশাখাপট্টনমৰ ৪ নং প্লেটফৰ্মত ৰৈ আছিল। সেইসময়তে B7 কোচত ধোঁৱা দেখিবলৈ পোৱা যায়। ধোঁৱা দেখি সেই কোচৰ যাত্ৰীসকল অন্য ডবালৈ দৌৰিবলৈ ধৰে। তাৰ পাছত কোচৰ পৰা জুই বিয়পিবলৈ আৰম্ভ কৰি মুহুৰ্ততে ৪ টা ডবা আগুৰি ধৰে।

ৰে’ল বিষয়াসকলৰ মতে, ৰে’লখন পুৱা প্ৰায় ৬:৩০ মান বজাত বিশাখাপট্টনম ৰে’ল ষ্টেচনত উপস্থিত হৈছিল। তাৰ পাছত ৯:৪৫ বজাত য়াৰ্ডলৈ ৰাওনা হোৱাৰ কথা আছিল। ইয়াৰ মাজতে ৰে’লখনৰ বি-৭ ডবাটোৰ পৰা ধোঁৱা ওলাবলৈ আৰম্ভ কৰে আৰু মুহূৰ্তৰ ভিতৰতে জুয়ে বি-৬ কোচটো আগুৰি ধৰিছিল।

জুই নিয়ন্ত্ৰণলৈ অনাৰ পাছত ৰে’লৱেই ঘটনাটোৰ কাৰণৰ তদন্তৰ নিৰ্দেশ দিছে। ৰে’লৱেই স্বীকাৰ কৰিছে যে এই দুৰ্ঘটনাটো বহুত ডাঙৰ হোৱাৰ সম্ভাৱনা আছিল। কিন্তু দুৰ্ঘটনাটোৰ সময়ত ৰে’লখন প্লেটফৰ্মত ৰৈ হৈ আছিল বাবে ই নিয়ন্ত্ৰণৰ হাতত থাকে। ৰে’লৱেই কাৰিকৰী ত্ৰুটিক দুৰ্ঘটনাটোৰ প্ৰাথমিক কাৰণ বুলি বৰ্ণনা কৰিছে। অৱশ্যে বিষয়টো যথাযথভাৱে তদন্ত কৰা হৈছে আৰু প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentBisakhapattanamfireMassive firetrain accidentTrain Station
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম
বাণিজ্য

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

March 17, 2026
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত
জীৱনশৈলী

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

March 17, 2026
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান
বিশ্ব

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

March 17, 2026
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!
জীৱনশৈলী

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

March 17, 2026
Next Post
SBI চেয়াৰমেনৰ বিশেষ মন্তব্য, এতিয়াৰ পৰা বেংক কৰ্মচাৰীয়ে কাম কৰিব লাগিব এনেদৰে

SBI চেয়াৰমেনৰ বিশেষ মন্তব্য, এতিয়াৰ পৰা বেংক কৰ্মচাৰীয়ে কাম কৰিব লাগিব এনেদৰে

কাইলৈ শাওনৰ তৃতীয় সোমবাৰ, ভাগ্য জিলিকি উঠিব ৩ ৰাশিৰ, অশ্লেষ-মাঘা নক্ষত্ৰৰ বাবে ধন আহিব জীৱনলৈ

কাইলৈ শাওনৰ তৃতীয় সোমবাৰ, ভাগ্য জিলিকি উঠিব ৩ ৰাশিৰ, অশ্লেষ-মাঘা নক্ষত্ৰৰ বাবে ধন আহিব জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.