• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উৰন্ত বিমানতে অসুস্থ যাত্ৰী; জৰুৰী অৱতৰণৰ পিছতে যাত্ৰীৰ মৃত্যু

উৰন্ত বিমানতে অসুস্থ যাত্ৰী; জৰুৰী অৱতৰণৰ পিছতে যাত্ৰীৰ মৃত্যু

4 years ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

12 minutes ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

30 minutes ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

56 minutes ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

1 hour ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

2 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

2 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

3 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

3 hours ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

4 hours ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

4 hours ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

6 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

উৰন্ত বিমানতে অসুস্থ যাত্ৰী; জৰুৰী অৱতৰণৰ পিছতে যাত্ৰীৰ মৃত্যু

editor by editor
March 14, 2022
in ভাৰত, স্বাস্থ্য
0
উৰন্ত বিমানতে অসুস্থ যাত্ৰী; জৰুৰী অৱতৰণৰ পিছতে যাত্ৰীৰ মৃত্যু
0
SHARES
220
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উৰন্ত বিমানতে অসুস্থ এগৰাকী যাত্ৰীয়ে যাত্ৰা পথতে মৃত্যুক আকোৱালি লোৱাৰ দৰে এক কৰুণ ঘটনা সংঘটিত হৈছে৷

এই কৰুণ ঘটনাটো বাংগালুৰুৰ পৰা কলকতা অভিমুখী এয়াৰ এছিয়াৰ এখন যাত্ৰীবাহী বিমানত  সংঘটিত হৈছে৷

প্ৰকাশিত খবৰ অনুসৰি বাংগালুৰুৰ পৰা কলকতা অভিমুখী এয়াৰ এছিয়াৰ যাত্ৰীবাহী বিমানখনত টাইমুৰ আলী খান নামৰ এগৰাকী ৩৩ বছৰীয়া যুৱক হঠাতে অসুস্থ হৈ পৰে৷

লগতে পঢ়ক অসম বিধানসভা বাজেট অধিবেশন : প্ৰথম দিনাই সদনৰ পৰা বহিষ্কৃত বিধায়ক অখিল গগৈ

যুৱকগৰাকী  হঠাতে অসুস্থ  হৈ পৰাৰ লগে লগে যাত্ৰীবাহী বিমান ততাতৈয়াকৈ ওড়িশাৰ ভুৱনেশ্বৰৰ বিজু পাটনায়কৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰোৱা হয়৷

ইয়াৰ পিছতে অসুস্থ যুৱকজনক জৰুৰীভাৱে ভুৱনেশ্বৰৰ ৰাজধানী চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ কিন্তু ৰাজধানী হাস্পতালয়তে চিকিৎসকে পিছত যুৱকজনক মৃত্যু হোৱা বুলি ঘোষণা কৰে৷

লগতে পঢ়ক গৰ্ভৱতী পত্নীক গুলীয়াই হত্যা অসম আৰক্ষী জোৱানৰ; কিয় কৰিলে হত্যা?

ভুৱনেশ্বৰৰ বিজু পাটনায়কৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সঞ্চালক প্ৰভাত বেৰীয়াই প্ৰকাশ কৰিছে যে মাজ আকাশী পথত  অসুস্থ হৈ পৰা যুৱকজনৰ চিকিৎসাৰ বাবে এয়াৰ এছিয়াৰ যাত্ৰীবাহী বিমানখন ভুৱনেশ্বৰত অৱতৰণ কৰোৱা হৈছিল৷

মৃত টাইমুৰ আলী খানৰ ঘৰ পশ্চিমবংগৰ মেদিনীপুৰ জিলাৰ পূৰ্বাত বুলি জানিব পৰা গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Air Asia flightasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?
খাদ্য

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

April 6, 2026
Next Post
দ্বাদশ শ্ৰেণীৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল ঘটনাৰ নতুন মোৰ

দ্বাদশ শ্ৰেণীৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল ঘটনাৰ নতুন মোৰ

‘বাঘৰ নেগুৰেৰে কাণ খজুৱাই’ কাণত ধৰি উঠা বহা কৰিবলৈ বাধ্য হ’ল বিশ্ববিদ্যালয়ৰ ছাত্ৰী

‘বাঘৰ নেগুৰেৰে কাণ খজুৱাই’ কাণত ধৰি উঠা বহা কৰিবলৈ বাধ্য হ’ল বিশ্ববিদ্যালয়ৰ ছাত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.