• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্নাটকৰ প্ৰাক্তন DGPৰ সৈতে ভয়ংকৰ ঘটনা, পত্নীৰ ওপৰত সন্দেহ, আৰক্ষীৰ আটক

কৰ্নাটকৰ প্ৰাক্তন DGPৰ সৈতে ভয়ংকৰ ঘটনা, পত্নীৰ ওপৰত সন্দেহ, আৰক্ষীৰ আটক

10 months ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

12 minutes ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

51 minutes ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

1 hour ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

2 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

2 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

3 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

4 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

4 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

5 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কৰ্নাটকৰ প্ৰাক্তন DGPৰ সৈতে ভয়ংকৰ ঘটনা, পত্নীৰ ওপৰত সন্দেহ, আৰক্ষীৰ আটক

editor by editor
April 21, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
কৰ্নাটকৰ প্ৰাক্তন DGPৰ সৈতে ভয়ংকৰ ঘটনা, পত্নীৰ ওপৰত সন্দেহ, আৰক্ষীৰ আটক
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্নাটকৰ প্ৰাক্তন DGPৰ সৈতে ভয়ংকৰ ঘটনা, পত্নীৰ ওপৰত সন্দেহ, আৰক্ষীৰ আটক

দেশ জোকাৰি যোৱা এক ঘটনা। কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুৰ পৰা আহিছে এই ঘটনা। বেংগালুৰুত কৰ্ণাটকৰ প্ৰাক্তন ডিজিপি ওম প্ৰকাশৰ হত্যা। হত্যাৰ সন্দেহ পত্নীৰ ওপৰত। পত্নীয়ে ডিজিপি ওম প্ৰকাশক ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ সন্দেহ।

দেওবাৰ ২০ এপ্ৰিল তাৰিখে সংঘটিত হয় এই ঘটনা । আৰক্ষীয়ে দেওবাৰে উদ্ধাৰ কৰে ডিজিপি গৰাকীৰ মৃতদেহ।

আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত পত্নীক আটক কৰিছে, অৱশ্যে আৰক্ষীয়ে এতিয়াও বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। ডিজিপিগৰাকীৰ মৃতদেহ বেংগালুৰুৰ এইচ এছ আৰ লেআউটত থকা তেওঁৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰিছে।

ঘটনাৰ সময়ত ঘৰতে উপস্থিত আছিল ডিজিপিৰ পত্নী আৰু কন্যা। পত্নীয়েই ফোন কৰি এই বিষয়ে আৰক্ষীক অৱগত কৰিছিল।

আৰক্ষীয়ে ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ কৰে ডিজিপি গৰাকীৰ নিথৰ দেহ।

বেংগালুৰুৰ এইচ এছ আৰ লেআউটত পৰিয়ালৰ সৈতে বাস কৰিছিল প্ৰাক্তন ডি জি পি ওম প্ৰকাশ। দেওবাৰে বিয়লি তেওঁৰ বাসগৃহত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। গোচৰটোৰ তদন্ত অব্যাহত আছে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে হত্যা কৰা হৈছে ডিজিপিক।

আৰক্ষীয়ে সন্দেহ কৰিছে যে প্ৰাক্তন ডিজিপি ওম প্ৰকাশক পত্নীয়ে হত্যা কৰিছিল, কিয়নো তেওঁৰ পত্নী আৰু কন্যা ঘৰৰ ড্ৰয়িং ৰূমতে আছিল। ইফালে আৰক্ষীৰ সূত্ৰই জনোৱা মতে, পত্নীয়েই আৰক্ষীক ফোন কৰি হত্যাকাণ্ডৰ বিষয়ে অৱগত কৰিছিল যদিও আৰক্ষীৰ দলটোৱে তেওঁলোকৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে দুৱাৰখন খুলিবলৈ অস্বীকাৰ কৰে।

উল্লেখ্য যে ১৯৮১ বেটচৰ ৬৮ বছৰীয়া আই পি এছ বিষয়া ওম প্ৰকাশ বিহাৰৰ চম্পাৰাণৰ বাসিন্দা আছিল। ২০১৫ চনৰ ১ মাৰ্চত তেওঁক আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DGP Murder CaseKarnatak DGPkarnatak DGP Murder Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

February 21, 2026
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

February 21, 2026
Next Post
সুতে-মূলে ওলাব টকা, ৯১ টকাৰ ৰিচাৰ্জ প্লেনত ২৮ দিনৰ বৈধতা

সুতে-মূলে ওলাব টকা, ৯১ টকাৰ ৰিচাৰ্জ প্লেনত ২৮ দিনৰ বৈধতা

৩০ এপ্ৰিললৈ এই ৩ ৰাশিৰ ওপৰত ধনৰ বৰষুণ, চন্দ্ৰৰ মকৰ ৰাশিত প্ৰৱেশ

৩০ এপ্ৰিললৈ এই ৩ ৰাশিৰ ওপৰত ধনৰ বৰষুণ, চন্দ্ৰৰ মকৰ ৰাশিত প্ৰৱেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.