• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰযুক্তিবিদসকলক ফান্দত পেলাইছে ৰাছিয়া-চীনৰ ছে*** স্পাইয়ে! কেনেকৈ ফান্দত পেলাই টাৰ্গেটক? প্ৰাক্তন এগৰাকী মহিলা গুপ্তচৰৰ ভাইৰেল এক সাক্ষাৎকাৰ

প্ৰযুক্তিবিদসকলক ফান্দত পেলাইছে ৰাছিয়া-চীনৰ ছে*** স্পাইয়ে! কেনেকৈ ফান্দত পেলাই টাৰ্গেটক? প্ৰাক্তন এগৰাকী মহিলা গুপ্তচৰৰ ভাইৰেল এক সাক্ষাৎকাৰ

9 months ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

8 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

9 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

10 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

10 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

11 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

12 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

13 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

13 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

14 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

15 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

15 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰযুক্তিবিদসকলক ফান্দত পেলাইছে ৰাছিয়া-চীনৰ ছে*** স্পাইয়ে! কেনেকৈ ফান্দত পেলাই টাৰ্গেটক? প্ৰাক্তন এগৰাকী মহিলা গুপ্তচৰৰ ভাইৰেল এক সাক্ষাৎকাৰ

প্ৰযুক্তিবিদসকলক ফান্দত পেলাইছে ৰাছিয়া-চীনৰ ছে*** স্পাই! কেনেকৈ ফান্দত পেলাই টাৰ্গেটক? প্ৰাক্তন এগৰাকী মহিলা গুপ্তচৰৰ ভাইৰেল এক সাক্ষাৎকাৰ

editor by editor
November 4, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
প্ৰযুক্তিবিদসকলক ফান্দত পেলাইছে ৰাছিয়া-চীনৰ ছে*** স্পাইয়ে! কেনেকৈ ফান্দত পেলাই টাৰ্গেটক? প্ৰাক্তন এগৰাকী মহিলা গুপ্তচৰৰ ভাইৰেল এক সাক্ষাৎকাৰ
0
SHARES
553
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গোপনীয় আৰু সংবেদনশীল তথ্য হস্তগত কৰাৰ বাবে যৌনতাৰ ফান্দ পাতে চীন আৰু ৰাছিয়াৰ গুপ্তচৰসকলে৷ এই দাবী কৰিছে ৰাছিয়াৰেই এগৰাকী প্ৰাক্তন গুপ্তচৰে৷ দাবী কৰিছে ৰাছিয়াৰেই এগৰাকী প্ৰাক্তন চৰে৷ ৰাছিয়াৰ সেই প্ৰাক্তন মহিলা গুপ্তচৰৰ নাম আলিয়া ৰোজা৷ বৰ্তমান তেওঁ আমেৰিকাত থাকে৷ আলিয়াৰ দাবী, কৌশলেৰে গুৰুত্বপূৰ্ণ তথ্য হাতলৈ আনিবলৈ চীন আৰু ৰাছিয়াই যৌন গুপ্তচৰসকলক কামত লগাই৷ ৰাছিয়াৰ সেই প্ৰাক্তন মহিলা গুপ্তচৰৰ নাম আলিয়া ৰোজা৷ বৰ্তমান তেওঁ আমেৰিকাত থাকে৷ আলিয়াৰ দাবী, কৌশলেৰে গুৰুত্বপূৰ্ণ তথ্য হাতলৈ আনিবলৈ চীন আৰু ৰাছিয়াই যৌন গুপ্তচৰসকলক কামত লগায়৷

আইনজীৱীৰ পৰামৰ্শত সম্প্ৰতি সংবাদমাধ্যমৰ সন্মুখত তেওঁ পুৰণি জীৱনক লৈ মুখ খুলিছে৷ আলিয়াই তেওঁৰ সহযোগী যৌন গুপ্তচৰসকলক কেনেকৈ প্ৰশিক্ষণ দিয়া হৈছিল, সেই সম্পৰ্কেও কথা কৈছে তেওঁ৷ প্ৰাক্তন ৰুছ চৰে সংবাদমাধ্যম নিউয়ৰ্ক পোষ্টক এক সাক্ষাৎকাৰত জনাইছে, কিশোৰী বয়সৰ পৰাই গুপ্তচৰ হোৱাৰ প্ৰশিক্ষণ দিয়া হৈছিল তেওঁক৷ তাতেই টাৰ্গেট কৰা সকলক প্ৰলুব্ধ কৰিবলৈ আৰু  তেওঁক কামত লগোৱাৰ বিদ্যা শিকাইছিল তেওঁ৷

কেনেকৈ এজন গুপ্তচৰসকলক লক্ষ্যবস্তুৰ কাষলৈ লৈ যোৱা হয় সাক্ষাৎকাৰত সেই সম্পৰ্কেও বিশদভাৱে জনাইছে আলিয়াই৷ তেওঁ কয়, ‘টাৰ্গেট ঠিক কৰা হয় তেওঁৰ কাষত থকা তথ্যৰ ওপৰত নিৰ্ভৰ কৰি৷ টাৰ্গেটক ফান্দত পেলাবলৈ তেওঁলোকৰ আৱেগ অনুভূতিৰ সৈতে খেলা কৰিব লাগে৷

আলিয়াই কয়, ‘যাৰ পৰা তথ্য ওলিয়াব পাৰি তেওঁৰ সৈতে মুঠ ৭ বাৰ দেখা কৰিব লাগে৷ টাৰ্গেট কোন কফি শ্বপলৈ গৈছে, কোন জিমলৈ গৈছে সেই দিশতো নজৰ দিব লাগে৷ নজৰ ৰাখিব লাগে টাৰ্গেটৰ সামাজিকমাধ্যম একাউণ্টৰ ওপৰতো৷’ প্ৰাক্তন ৰুছ গুপ্তচৰে জনাইছে যে ইয়াৰ পাছৰ পদক্ষেপ হয় টাৰ্গেটক প্ৰেম আৰু যৌনতাৰে কাবু কৰা৷ ইয়াৰ বাবে লক্ষ্যবস্তুক নিজৰ আকৰ্ষণীয় ছবি পঠিওৱা হয় মাজেমাজে৷ প্ৰশংসা কৰি মেছেজো পঠিয়াব লাগে৷ আৰু এইসমূহ কৰাৰ পাছত টাৰ্গেটৰ বিশ্বাস অৰ্জন কৰা অত্যন্ত জৰুৰী৷

আলিয়াৰ দাবী, ইয়াৰ পাছতেই আৰম্ভ হয় প্ৰকৃত খেলা৷ কাৰোবাৰ সৈতে বন্ধুত্ব হোৱাৰ পাছত নিজকে খুব দুৰ্বল দেখুৱাবলৈ আৰম্ভ কৰে৷ ভুৱা কাৰণত মানসিকভাৱে ভাঙি পৰাৰো অভিনয় কৰিব লাগে তেওঁলোকে৷ সংবাদমাধ্যমত আলিয়াই কয়, ‘দুৰ্বল বা মানসিকভাৱে ভাঙি পৰাৰ ভাও ধৰি নিজক টাৰ্গেটৰ ওচৰত সঁপি দিব লাগে৷ আৱেগৰ বশত টাৰ্গেটেও ধাৰণা কৰে যে তেওঁ সেই মহিলাক বিশ্বাসত লব পাৰে৷

আলিয়াই জনাইছে যে টাৰ্গেটৰ মনত তেওঁ নিজকে পত্নী, সহকৰ্মী আৰু বন্ধুৰ স্থান ল’ব লাগে৷ যেতিয়া এজন চৰে তেওঁৰ টাৰ্গেটক সম্পূৰ্ণৰূপে বশ কৰি পেলাই তেতিয়া আৰম্ভ হয় যৌনতাক ফান্দত পেলোৱাৰ প্ৰক্ৰিয়া৷ ধীৰে ধীৰে তেওঁৰ পৰা প্ৰয়োজনীয় সকলো তথ্য উলিয়াই গুপ্তচৰে৷ প্ৰাক্তন ৰুচ চৰৰ দাবী, ছিলিকন ভেলিৰ প্ৰযুক্তি কৰ্মীসকলেই মূলত লক্ষ্যবস্তু কৰে চীন আৰু ৰাছিয়াৰ চৰসকলে৷ কিন্তু প্ৰযুক্তি কৰ্মীসকলেই কিয়?

আলিয়াই বাখ্যা কৰিছে যে প্ৰযুক্তি কৰ্মীসকলে বহু তথ্য জানে৷ পৰিয়ালৰ পৰা পৃথকে থাকে তেওঁলোক৷ আৰু সেই কাৰণেই তেওঁলোকক বশ কৰাৰ সুবিধা থাকে৷ প্ৰযুক্তি কৰ্মী খুবেই বুদ্ধিমান আৰু পৰিশ্ৰমী৷ আৰু তেওঁলোক যিমানেই প্ৰতিভাবান নহওক কিয় কামৰ চাপত তেওঁলোকৰ বেছিভাগৰে প্ৰেম আধৰুৱা হৈ থাকে৷ একাকিত্বত ভোগে তেওঁলোক৷ আৰু সেই সুযোগকেই কামত লগাই চৰসকলে৷

গুৰুত্বপূৰ্ণ তথ্য হাতলৈ আনিবলৈ আলিয়াই নিজেও এইধৰণেই ফান্দত পেলাইছে বিভিন্নজনক৷ চৰ হিচাপে আমেৰিকাৰ পৰা ব্ৰিটেইন আৰু ইউৰোপৰ অন্য দেশসমূহত বেছিকৈ কাম কৰিছে তেওঁ৷ এই দাবী আলিয়াৰ৷ আলিয়াই জনাইছে যে চৰ হিচাপে কাম কৰোতে কৰোতে এবাৰত এজনকেই টাৰ্গেট কৰি প্ৰেম কৰে৷ তেওঁ যাৰ প্ৰেমত পৰিচিল তেওঁ এজন বিষয়া আছিল৷ আৰু সেই কাৰণেই তেওঁক দেশৰ পৰা বাহিৰলৈ পঠিওৱা হৈছিল৷ আৰু সেই সুযোগতে ২০২০ চনত গ্ৰীণ কাৰ্ড পাই একেবাৰে আমেৰিকালৈ গুচি আহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
কাইলৈ লক্ষ্মীলাভ কৰিব ৩ ৰাশিৰ জাতকে, কাৰ কাৰ শুভ সময় আৰম্ভ হ’ব?

কাইলৈ লক্ষ্মীলাভ কৰিব ৩ ৰাশিৰ জাতকে, কাৰ কাৰ শুভ সময় আৰম্ভ হ’ব?

অৱসৰ জীৱন একেবাৰেই নিশ্চিন্ত! অষ্টম দৰমহা কমিছনত পেঞ্চনাৰৰ বাবে আছে ভাল খবৰ, ২৫,০০০ পেঞ্চনভোগীয়ে পাব নেকি ৫০,০০০?

অৱসৰ জীৱন একেবাৰেই নিশ্চিন্ত! অষ্টম দৰমহা কমিছনত পেঞ্চনাৰৰ বাবে আছে ভাল খবৰ, ২৫,০০০ পেঞ্চনভোগীয়ে পাব নেকি ৫০,০০০?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.