• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩১ মেত হাতলৈ ধন আহিব নে খৰচ বাঢ়িব? জানি থওক আগতীয়াকৈয়ে

৩১ মেত হাতলৈ ধন আহিব নে খৰচ বাঢ়িব? জানি থওক আগতীয়াকৈয়ে

2 years ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

11 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

12 hours ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

13 hours ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

14 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

15 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

16 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

17 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

17 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

18 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

18 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

1 day ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, January 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩১ মেত হাতলৈ ধন আহিব নে খৰচ বাঢ়িব? জানি থওক আগতীয়াকৈয়ে

৩১ মেত হাতলৈ ধন আহিব নে খৰচ বাঢ়িব? জানি থওক আগেভাগে

editor by editor
May 30, 2024
in জীৱনশৈলী
0
৩১ মেত হাতলৈ ধন আহিব নে খৰচ বাঢ়িব? জানি থওক আগতীয়াকৈয়ে
0
SHARES
12.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩১ মে ২০২৪ শুক্ৰবাৰ হৈছে পঞ্জিকা অনুসৰি জেঠ মাহৰ কৃষ্ণা অষ্টমী। চন্দ্ৰই কাইলৈ কুম্ভ ৰাশি এৰি মীন ৰাশিত বিৰাজ কৰিব। জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইবাটাও শুভ যোগ পৰিছে। এই শুভ যোগসমূহ হৈছে মালব্য ৰাজযোগ, শুক্ৰাদিত্য যোগ আৰু প্ৰীতি যোগ। ইয়াৰোপৰি কাইলৈ শুকুৰবাৰে থাকিব শতভিষা নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈৰ দিনটো মাহাত্ম্যপূৰ্ণ হব কেইটামান ৰাশিৰ জাতকৰ বাবে। হিন্দুধৰ্মমতে শুকুৰবাৰ হৈছে লক্ষ্মীৰ প্ৰিয় দিন। জ্যোতিষবিদৰ মতে এইসমূহ শুভ যোগৰ কাৰণে কাইলৈ দিনটো নানান দিশৰ পৰা লাভজনক হব ৫ৰাশিৰ জাতকৰ বাবে। মা লক্ষ্মীৰ আশীৰ্বাদত প্ৰচুৰ ধন সম্পদ হাতলৈ আহিব ৫ৰাশিৰ জাতকৰ। ৩১ মে শুকুৰবাৰে সুখ সৌভাগ্য ভৰি পৰিব কোন কোন ৰাশিৰ জাতকৰ, জানি থওক আজিয়েই।

মেষ ৰাশি

৩১মে শুকুৰবাৰ লাভজনক হব মেষ ৰাশিৰ জাতকৰ বাবে। কাইলৈ অতিৰিক্ত আয় কৰাৰ সুযোগ আহিব আপোনাৰ হাতলৈ। প্ৰীতি যোগৰ প্ৰভাৱত কািলৈ মাহৰ শেষ দিনটোত স্বাস্থ্যও ভালে থাকিব মেষ ৰাশিৰ জাতকৰ। কৰ্মক্ষেত্ৰত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব আপোনাৰ। ঊৰ্ধতন কৰ্তৃপক্ষ আপোনাৰ কামত সুখী হব। নিজৰ বুদ্ধিৰ বলত সকলো চেলেঞ্জ অনায়াসে পাৰ কৰিব পাৰিব এই ৰাশিৰ জাতকে।

কৰ্কট ৰাশি

শুক্ৰাদিত্য যোগৰ প্ৰভাৱত সুখ আৰু সাফল্য লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে। কাইলৈ সকলো কামতেই সৌভাগ্যই আপোনাক লগ দিব। সকলো কামতেই সৌভাগ্যক নিজৰ কাষতে পাব। সমাজত সন্মান বাঢ়িব আপোনাৰ। কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে দেখা হব পাৰে। পৰিয়ালৰ তৰফৰ পৰাও সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে।

কন্যা ৰাশি

মে মাহৰ শেষৰ দিনটোত শতভিষা নক্ষত্ৰৰ শুভ প্ৰভাৱত নিজৰ কামৰ বাবে সন্মান বাঢ়িব আপোনাৰ। কন্যা ৰাশিৰ জাতকে ধৰ্মীয় বিষয়ত আগ্ৰহী হৈ উঠিব। কাইলৈ কোনো সামাজিক কামত যুক্ত হৈ পৰিব পাৰে। সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব। মানসিক ভাৱেও শান্তিত থাকিব কন্যা ৰাশিৰ জাতক।

ধনু ৰাশি

মালব্য ৰাজযোগত সৌভাগ্য় লাভ কৰিব ধনু ৰাশিৰ জাতকে। কাইলৈ পেছাগত কাৰণত আপুনি বিদেশ যাত্ৰা কৰিব পাৰে। নতুন কোনো ব্য়ৱসায় আৰম্ভ কৰিলে লাভৰ মুখ দেখিব। বন্ধুৰ সৈতে ভাল সময় কটাব। মনত পজিটিভ চিন্তাই কাম কৰিব। শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰিলে আৰ্থিকভাৱে লাভৱান হব ধনু ৰাশিৰ জাতক।

কুম্ভ ৰাশি

৩১মে বিশেষ কোনো সুখবৰ পাব পাৰে কুম্ভ ৰাশিৰ জাতকে। কাইলৈ আপুনি নিজৰ জীৱনত কোনো বিশেষ সমস্যাৰ পৰা মুক্তি পাব পাৰে। আপোনাৰ ওপৰত কোনো ব্যক্তিয়ে খং কৰি থাকিলে আপোনাৰ মধুৰ ব্যৱহাৰত খং দূৰ হব। পৰিয়ালৰ সদস্য়ৰ পৰা কাইলৈ আপুনি প্ৰয়োজনীয় সহায় লাভ কৰিব। সংগীৰ সৈতে কোৱালিটি টাইম কটাব কুম্ভ ৰাশিৰ জাতকে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ
জীৱনশৈলী

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

January 17, 2026
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
জীৱনশৈলী

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

January 17, 2026
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ
জীৱনশৈলী

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

January 17, 2026
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
Next Post
পেছা কোনটো, ইউটিউব নে আৰক্ষী জোৱান? ইউটিউবাৰ হৈ বীৰাংগনা কামাণ্ডোৰ পৰা নিলম্বন পাপৰি কলিতা

পেছা কোনটো, ইউটিউব নে আৰক্ষী জোৱান? ইউটিউবাৰ হৈ বীৰাংগনা কামাণ্ডোৰ পৰা নিলম্বন পাপৰি কলিতা

মছজিদৰ শৌচাগাৰৰ বাবে খান্দি থোৱা গাঁতত পৰি কৰুণ মৃত্যু দুই কনমানিৰ

মছজিদৰ শৌচাগাৰৰ বাবে খান্দি থোৱা গাঁতত পৰি কৰুণ মৃত্যু দুই কনমানিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.