• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দ্ৰুত গতিত আহি আছে ঘূৰ্ণীবতাহ ‘ফাংগাল’, উত্তৰ-পূৱ ভাৰতত বিশেষ প্ৰভাৱ

দ্ৰুত গতিত আহি আছে ঘূৰ্ণীবতাহ ‘ফাংগাল’, উত্তৰ-পূৱ ভাৰতত বিশেষ প্ৰভাৱ

1 year ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

5 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

6 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

7 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

8 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

9 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

9 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

10 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

10 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

11 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

11 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

12 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দ্ৰুত গতিত আহি আছে ঘূৰ্ণীবতাহ ‘ফাংগাল’, উত্তৰ-পূৱ ভাৰতত বিশেষ প্ৰভাৱ

editor by editor
November 26, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
দ্ৰুত গতিত আহি আছে ঘূৰ্ণীবতাহ ‘ফাংগাল’, উত্তৰ-পূৱ ভাৰতত বিশেষ প্ৰভাৱ
0
SHARES
597
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দ্ৰুত গতিত আহি আছে ঘূৰ্ণীবতাহ ‘ফাংগাল’, উত্তৰ-পূৱ ভাৰতত বিশেষ প্ৰভাৱ

দিল্লীকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত শীতৰ প্ৰভাৱ আৰম্ভ হৈছে। এইবাৰ দিল্লীত শীতৰ প্ৰভাৱ বৰ্তমানলৈ অন্য বাৰৰ দৰে হোৱা নাই। প্ৰদূষণৰ মাত্ৰাহে বৃদ্ধি পাই গৈ আছে। যাৰ বাবে মানুহে বিশুদ্ধ অক্সিজেন ল’ব পৰা নাই৷ এনে পৰিস্থিতিত আগন্তুক দিনত ঠাণ্ডাৰ প্ৰভাৱ বাঢ়িব বুলি আশা কৰা হৈছে। পাছে শীতৰ মাজতে আহিছে আন এক খবৰ। এইবাৰ ফাংগাল ঘূৰ্ণীৰ প্ৰভাৱ।

উত্তৰ-পূব আৰু দক্ষিণ বংগ ৰাজ্যত ধাৰাসাৰ বৰষুণ দি থকা বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। বংগোপসাগৰৰ ওপৰত ঘূৰ্ণীবতাহৰ ৰূপ দেখা গৈছে। বতৰ বিজ্ঞান বিভাগে বহু ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।

আইএমডিৰ তথ্য অনুসৰি ঘূৰ্ণীবতাহ ফেংগালে বংগোপসাগৰত স্থলপথত প্ৰৱেশ কৰিছে। ধুমুহাৰ বাবে ২৬ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ তামিলনাডুৰ ওড়িশা, পুডুচেৰীত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। ২৬ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰৰ ভিতৰত অন্ধ্ৰ প্ৰদেশতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।

বৰষুণ সন্দৰ্ভত আইএমডিয়ে জাৰি কৰিছে ৰেড এলাৰ্ট। বৰষুণৰ লগত প্ৰচণ্ড বতাহ আহিব, যাৰ ফলত উপকূলীয় অঞ্চলত ক্ষতি হ’ব পাৰে। শ্ৰীলংকাৰ উপকূল, তামিলনাডু-পুডুচেৰী আৰু দক্ষিণ অন্ধ্ৰপ্ৰদেশৰ কাষেৰে ৫০-৬০ কি.মি. প্ৰতি ঘণ্টাত বেগত বতাহ বলিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: FungelFungel stromeHeavy RainIMDWeather Report
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

March 18, 2026
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…
জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
Next Post
দেবগুৰু বৃহস্পতিৰ কাৰণে ভাগ্য খোল খাব ৫ ৰাশিৰ লোকৰ, নতুন বছৰ হৈ পৰিব সৌভ্যৰে ভৰা

দেবগুৰু বৃহস্পতিৰ কাৰণে ভাগ্য খোল খাব ৫ ৰাশিৰ লোকৰ, নতুন বছৰ হৈ পৰিব সৌভ্যৰে ভৰা

১৩ নে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী ? নিজৰেই এক সাক্ষাৎকাৰত বেয়াকৈ আৱদ্ধ

১৩ নে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী ? নিজৰেই এক সাক্ষাৎকাৰত বেয়াকৈ আৱদ্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.