• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, আজি গৰু বিহু, গৰু বিহুৰ সৈতে সংগতি থকা এইকেইটা পৰম্পৰাৰ বিষয়ে জানেনে?

লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, আজি গৰু বিহু, গৰু বিহুৰ সৈতে সংগতি থকা এইকেইটা পৰম্পৰাৰ বিষয়ে জানেনে?

2 years ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

38 minutes ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

55 minutes ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

2 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

11 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

12 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

12 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

13 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

13 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

14 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

14 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

14 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, আজি গৰু বিহু, গৰু বিহুৰ সৈতে সংগতি থকা এইকেইটা পৰম্পৰাৰ বিষয়ে জানেনে?

লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, আজি গৰু বিহু, গৰু বিহুৰ সৈতে সংগতি থকা এইকেইটা পৰম্পৰাৰ বিষয়ে জানেনে?

editor by editor
April 13, 2024
in অসম, জীৱনশৈলী, ভাৰত, লেখা
0
লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, আজি গৰু বিহু, গৰু বিহুৰ সৈতে সংগতি থকা এইকেইটা পৰম্পৰাৰ বিষয়ে জানেনে?
0
SHARES
483
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজ্যজুৰি ৰঙালীৰ উছাহ। ৰঙালী বিহুক লৈ ব্যস্ততাৰ সীমা নোহোৱা হৈছে প্ৰত্যেকগৰাকী জীয়াৰী-বোৱাৰীকে ধৰি ডেকা গাভৰু সকলোৰে যেন গাত তৰণি নাই। ঢোল-পেঁপাৰ শব্দত ৰজনজনাইছে ৰাজ্য। বিহু কৃষিভিত্তিক এক উছৱ। সাতবিহুৰ আৰম্ভনি হয় গৰু বিহুৰে৷ তাৰপিছতেই মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙল বিহু, চেনেহী বিহু আৰু চেৰা বিহু। সাত বিহুৰ নাম মনত ৰাখিলেই জানো বিহু ন প্ৰজন্মৰ মাজত জী থাকিব? বিহুক জীয়াই ৰাখিবলৈ হ’লে, প্ৰতিজন অসমীয়াই গাৱলীয়া সমাজখনৰ শিপাডালক বিচাৰিব লাগিব। ঢেকী, ঢোল আৰু কুলিৰ মাতত ৰঙীন হয় প্ৰকৃতি সেয়া নতুন প্ৰজন্মই চিনি পাব লাগিব৷ ৰহিৰ বাটিতেই মজি নাথাকি নাঙলৰ মুঠি খামুছি ধৰি অসমীয়াই ক’ব লাগিব কৃষি অবিহনে সংস্কৃতি অৰ্থহীন৷

আজি গৰু বিহু। পথাৰখন এৰি, গোহালিৰ গৰু কেইটাক বাদ দি বহাগ বিহু সদায়ে আধৰুৱা। ব’হাগ মাহত চলি অহা বিভিন্ন লােক পৰম্পৰাৰ ভিতৰত অন্যতম হল এশ এবিধ শাক খােৱা। সাধাৰণতে ব’হাগৰ বিহুৰ বতৰত খােৱা এনে শাকৰ ঔষধি গুণে জ্বৰ, কাহ, চর্দি আদিৰ উপশম ঘটায় বুলি অসমীয়া সমাজত লোকবিশ্বাস আছে। উজনি অসমৰ লগতে নামনি অসমত এনে এশ এবিধ শাক খােৱাৰ প্ৰচলন বিদ্যমান। ব’হাগ মাহত মহিলাসকলে মূৰত শৰাই লৈ গীত গাই পথাৰত শাক তুলিব যায় আৰু এটুকুৰা ঠাইত থাপনা পাতি চাকি বন্তি জ্বলাই চেনি আৰু নিমখৰ নৈবেদ্যৰে নাম-কীর্তন কৰি আনন্দ উল্লাসেৰে শাক তুলে।

এই এশ এবিধ শাক ঠাই বিশেষে বেলেগ বেলেগ।ব’হাগ মাহৰ যিকোনাে এটা দিনত এই এশ এবিধ শাক খোৱাৰ পৰম্পৰা এটা আছে । কোনাে কোনাে ঠাইত গৰু বিহুৰ দিনাখন সন্ধিয়া এনে বনৌষধি শাক খােৱা হয় । সাধাৰণতে সহজতে পােৱা শাকেই ব্যৱহাৰ কৰা হয় ।সহজতে লাভ কৰা এনে শাক কিছুমান হ’ল জাতিলাউ, বেঁকীয়া, চেংমৰা, ভাত মেটেকা, বিহলঙণি, বৰপুৰৈ, লাচকচি, মধুৰি, মৰাণ আদা, কলা শিমলু, চাংগুৰি টেঞ্জ, মধুসালেং, লৰবৰুৱা, ধুটনি, হেলচি শাক, ৰঙালাউ, কলমৌ, মেচাকি, কচলু, মেজেঙা, কোমােৰা কাবৰি, বালি চাপৰি, লফা, চুটিয়া, পালেং, লাই শাক, মেমধু, চলাপালেং, খুতুবা, মাটিমাহ, বেঙেনা, কেৰেলা, জালুক, ভেকুৰী, জিকা, ধুন্দুলি, ভােল, বিলাহী, ভাতকেৰেলা, কলিয়াকচু, দাদাহক, নীলকণ্ঠ, চা, কৰ্শলা বন, জেটুলিপকা, দীঘলতি, জেকা, আনাৰস, দুৱৰি, তুলসী, বৰ মানিমুণি, সৰুমানিমুণি, কুকুৰে মতা, মানভােগ, পনৌনােৱা, তিতাবাহেক, টিকনিবৰুৱা, কৈ-কৈ টেঙা, বনি লতা, উচ্চ, ভেদাইলতা, হেটভেদালি, গান্ধ বিৰিণা, খেৰেজু, বহমথুৰি, তিল, তেতেলি, কেহৰাজ, শেলুক, কেহেৰু, বেতগাজ, তংলতি, সেউতি, তগৰ, খৰিকাজাই, পাৰিজাত, বকুল, কণ্ঠনা, নাহৰ, কপৌফুল, কেক্কেী, চিংৰা, দোৰোণ বন, কেঁতুৰী, লং, গুৱামানি, পদুম, ফুটুক, আদা, এডালিয়া কচু, কচু, বিৰিণা, বছ, মাধৈলতা ইত্যাদি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!
জীৱনশৈলী

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

March 31, 2026
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ
বাণিজ্য

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

March 31, 2026
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

March 31, 2026
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
Next Post
বিহুৰ বতৰতে জানি থওক হেৰাই যাব ধৰা কেইফাঁকি মান বিহুনাম

বিহুৰ বতৰতে জানি থওক হেৰাই যাব ধৰা কেইফাঁকি মান বিহুনাম

নৱবৰ্ষৰ প্ৰথম দিনাই ত্ৰিপুষ্কৰ যোগ, প্ৰথম ব’হাগৰ দিনটোত লক্ষ্মীৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

নৱবৰ্ষৰ প্ৰথম দিনাই ত্ৰিপুষ্কৰ যোগ, প্ৰথম ব'হাগৰ দিনটোত লক্ষ্মীৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.