• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱবৰ্ষৰ প্ৰথম দিনাই ত্ৰিপুষ্কৰ যোগ, প্ৰথম ব’হাগৰ দিনটোত লক্ষ্মীৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

নৱবৰ্ষৰ প্ৰথম দিনাই ত্ৰিপুষ্কৰ যোগ, প্ৰথম ব’হাগৰ দিনটোত লক্ষ্মীৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

2 years ago
শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

6 minutes ago
বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

48 minutes ago
অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

2 hours ago
নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

2 hours ago
মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

3 hours ago
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

4 hours ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

12 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

13 hours ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

13 hours ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

13 hours ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

14 hours ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

নৱবৰ্ষৰ প্ৰথম দিনাই ত্ৰিপুষ্কৰ যোগ, প্ৰথম ব’হাগৰ দিনটোত লক্ষ্মীৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

editor by editor
April 13, 2024
in Uncategorized
0
নৱবৰ্ষৰ প্ৰথম দিনাই ত্ৰিপুষ্কৰ যোগ, প্ৰথম ব’হাগৰ দিনটোত লক্ষ্মীৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে
0
SHARES
204
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাইলৈ ১৪ এপ্ৰিল ২০২৪ৰ দেওবাৰ পঞ্জিকা অনুসৰি চ’ত মাহৰ শুক্লপক্ষৰ ষষ্ঠী তিথি। চন্দ্ৰ কাইলৈ মিথুন ৰাশিত দিনজুৰি থাকিব। ইয়াৰোপৰি কাইলৈ হৈছে প্ৰথম ব’হাগ। কাইলৈ আৰম্ভ হ’ব ১৪৩১ অসমীয়া নতুন বছৰ। এইদিনটোক বিশেষভাৱে পালন কৰে প্ৰতিজন অসমীয়াই। ইয়াৰোপৰি কাইলৈ পালিত হ’ব চ’ত নৱৰাত্ৰি ষষ্ঠী। কাইলৈ পূজা কৰা হ’ব দেৱী কাত্যায়নীৰ। কাইলৈৰ দিনটোত আছে কেইবাটাও শুভ যোগ।

এই শুভ যোগসমূহ হৈছে সুকৰ্ম যোগ, ত্ৰিপুষ্কৰ যোগ আৰু ৰবি যোগ। ইয়াৰোপৰি কাইলৈ দেওবাৰে থাকিব আদ্ৰা নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব। জ্য়োতিষ অনুসৰি দেওবাৰ হৈছে সূৰ্য দেৱতাৰ নিজৰ দিন। ইয়াৰোপৰি চ’ত নৱৰাত্ৰি চলি থকাৰ বাবে এই সময়ত মা দূৰ্গাৰ আশীৰ্বাদ আপুনি লাভ কৰিব। জ্য়োতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণে প্ৰথম বহাগৰ দিনটো সুখকৰ হ’ব কেইটামান ৰাশিৰ জাতকৰ। জানি থওক কাইলৈ জ্য়োতিষ গণনা অনুসৰি সৌভাগ্য লাভ হ’ব কোন কোন পাঁচ ৰাশিৰ?

মেষ ৰাশি

১৪ এপ্ৰিল শুভ হ’ব মেষ ৰাশিৰ জাতকৰ বাবে। কাইলৈ আপোনাৰ মনত প্ৰচুৰ আনন্দ থাকিব। নিজৰ বুদ্ধিৰে কাইলৈ আপুনি সকলো কাম কৰিব পাৰিব। কাইলৈ বছৰৰ প্ৰথম দিনটো আপুনি আনন্দৰে কটাব। পৰিয়ালৰ সৈতে শুভ সময় কটাব। ব্য়ৱসায়ীসকলে কাইলৈ ভাল লাভ কৰাৰ সম্ভাৱনা আছে। সমাজত জনপ্ৰিয়তা বাঢ়িব মেষ ৰাশিৰ জাতকৰ।

 মিথুন ৰাশি

ত্ৰিপুষ্কৰ যোগৰ প্ৰভাৱত মিথুন ৰাশিৰ জাতকে কাইলৈ ভাল খবৰ পাব পাৰে। কাইলৈ বছৰৰ প্ৰথম দিনটোত আপুনি বন্ধুৰ সৈতে শুভ সময় কটাব। পেছাগত জীৱনত কাইলৈ আপোনাৰ আত্মবিশ্বাস বাঢ়িব। কাইলৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰিব মিথুন ৰাশিৰ জাতকে। ইয়াৰ ফলত নিজৰ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ থাকিব আপোনাৰ।

বৃশ্চিক ৰাশি

কাইলৈ সুকৰ্ম যোগৰ শুভ ফল লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে। কাইলৈ পৰিয়ালৰ লোকৰ সৈতে ভাল সময় কটাব। প্ৰথম বহাগৰ দিনটো উদ্যমৰে কটাব আপুনি। কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে কাইলৈ আপোনাৰ পৰিচয় হ’ব। আৰ্থিকভাৱে কাইলৈ লাভৱান হ’ব পাৰে বৃশ্চিক ৰাশিৰ জাতক।

ধনু ৰাশি

ধনু ৰাশিৰ জাতকে কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব। নতুন বছৰৰ প্ৰথম দিনাই কোনো আইনী জটিলতাৰ পৰা মুক্তি লাভ কৰিব। শত্ৰু পৰাস্ত হ’ব। অৰ্থ সংক্ৰান্তিয় কোনো ডাঙৰ সিদ্ধান্ত কাইলৈ ল’ব পাৰে। ৰবি যোগৰ শুভ প্ৰভাৱত কাইলৈ সকলো সমস্যাৰ পৰা মুক্তি পাব ধনু ৰাশিৰ জাতকৰ। ব্যৱসায়ত কাইলৈ ডাঙৰ সিদ্ধান্ত ল’ব পাৰে আপুনি।

মীন ৰাশি

১৪এপ্ৰিল লাভজনক হ’ব মীন ৰাশিৰ জাতকৰ বাবে। স্বাস্থ্যও কাইলৈ উন্নিত হ’ব। দেওবাৰে ছুটিৰ দিনটো আনন্দেৰে কটাব। সংগীৰ সৈতে সম্পৰ্ক গাঢ় হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
Next Post
আপুনি যদি কৃষ্ণভক্ত, আপুনি যদি ৰামভক্ত তেন্তে নামাজী গগৈক কেনেকৈ সহ্য কৰিছেঃ মুখ্য়মন্ত্ৰী

আপুনি যদি কৃষ্ণভক্ত, আপুনি যদি ৰামভক্ত তেন্তে নামাজী গগৈক কেনেকৈ সহ্য কৰিছেঃ মুখ্য়মন্ত্ৰী

অসমীয়াৰ সাত বিহু, কোনদিনা কি বিহু পালন কৰা হয় জানেনে?

অসমীয়াৰ সাত বিহু, কোনদিনা কি বিহু পালন কৰা হয় জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.