• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমীয়াৰ সাত বিহু, কোনদিনা কি বিহু পালন কৰা হয় জানেনে?

অসমীয়াৰ সাত বিহু, কোনদিনা কি বিহু পালন কৰা হয় জানেনে?

2 years ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

26 minutes ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

2 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

5 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

5 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

6 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

6 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

6 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

7 hours ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

8 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

10 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

10 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমীয়াৰ সাত বিহু, কোনদিনা কি বিহু পালন কৰা হয় জানেনে?

editor by editor
April 14, 2024
in অসম, জীৱনশৈলী
0
অসমীয়াৰ সাত বিহু, কোনদিনা কি বিহু পালন কৰা হয় জানেনে?
0
SHARES
625
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি মানুহ বিহু। অৰ্থাৎ ১ ব’হাগ। ১ বহাগৰ দিনটো মানুহ বিহু হিচাপে পালন কৰা হয়। গৰু বিহু বা মানুহ বিহুতেই ব’হাগ বিহু শেষ হয় তেনে নহয়। ব’হাগৰ প্ৰথম ৭টা দিন অসমীয়াই পালন কৰে। প্ৰথম ৭টা দিনত কেতিয়া কি বিহু পালন কৰে অসমীয়াই?

গৰু বিহু

চ’তৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ বিহুৰ প্ৰথম দিনটোতে গৰু বিহু পালন কৰা হয়।সৰ্বজনবিদিত যে, অসমীয়া সমাজত গৰুক ‘গো-লক্ষ্মী’ বুলি জ্ঞান কৰা হয়।সেয়ে গৰু বিহু দিনা ৰাতিপুৱা গৰুক মাহ-হালধীৰে নোঁৱাই সমীপৰ নৈ-পুখুৰী অথবা বিললৈ নি গা ধুৱাই লাউ, বেঙেনা, হালধী, থেকেৰা, কেৰেলা আদিৰে তৈয়াৰ কৰা ‘চাট’ ‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু’ বুলি গালৈ দলিয়াই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। সন্ধিয়া ঘৰলৈ ঘূৰি অহাৰ পাছত মাখিয়তী পাতৰে ‘মাখিয়তী মাখিপাত মাখি মাৰো জাক-জাক’ বুলি গাই গৰুক বিছি দিয়া হয় আৰু পিঠা-পনা খাবলৈ দি নতুন পঘাৰে বন্ধা হয়।

মানুহ বিহু

গৰু বিহুৰ পাছদিনা অৰ্থাৎ পহিলা বহাগৰ দিনা মানুহৰ বিহু পালন কৰা হয়। মানুহৰ বিহুত ৰাতিপুৱাই সকলোৱে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰি আৰ্শীবাদ লয়।মানুহ বিহুৰ দিনা সকলোৱে নতুন কাপোৰ পিন্ধি ইজনে-সিজনক বিহুৱান উপহাৰ দিয়ে।

গোঁসাই বিহু

ৰঙালী বিহুৰ তৃতীয় দিনা গোঁসাই বিহু পালন কৰা হয়। সেইদিনা ভগৱানক স্তুতি কৰি বছৰটোৰ বাবে সকলোৰে মংগল কামনা কৰা হয়।

তাঁতৰ বিহু 

অসমীয়া জাতিৰ জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল।অসমীয়া শিপীনীয়ে হেনো তাঁত শালতে সপোন ৰচে।দৈনন্দিন জীৱনত ব্যৱহৃত সাজ-পাৰসমূহ শিপীনীসকলে ঘৰতে তৈয়াৰ কৰি লয়।এই তাঁতশালখনক মৰ্যদা প্ৰদানৰেই এই দিনটোত অসমীয়াসকলে তাঁতৰ বিহু হিচাপে পালন কৰে।

নাঙলৰ বিহু

মূলত কৃষি-কৰ্মতেই নিৰ্ভৰশীল অসমীয়াৰ অন্যতম এপদ সম্পদ নাঙল।সেয়েহে কৃষিকৰ্মক  প্ৰাধান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু বুলি পালন কৰা হয়।

চেনেহী বা জীয়ৰী বিহু

বিহুৰ ষষ্ঠদিনা চেনেহী বা জীয়ৰী বিহু পালন কৰা হয়। এই বিহুত বিয়া দিয়া জীয়ৰী নিজৰ ঘৰলৈ আহে।সেয়েহে সেইদিনা ‘চেনেহী বা জীয়ৰী বিহু’।

চেৰা বিহু

সাত বিহুৰ শেষৰ দিনা চেৰা বিহু।এই বিহুক কোনো কোনোয়ে এৰা বিহু বুলিও কয়।এই বিহুত বহু আঞ্জাৰে ভাত আৰু ঠাই বিশেষে এশ এবিধ শাক খোৱাৰ নিয়ম আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’
অসম

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

August 24, 2026
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ
জীৱনশৈলী

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

August 24, 2026
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?
জীৱনশৈলী

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

August 24, 2026
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?
অসম

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

August 24, 2026
Next Post
বিহুত এইবাৰ বিহু নাগাওঁঃ জুবিন গাৰ্গ

বিহুত এইবাৰ বিহু নাগাওঁঃ জুবিন গাৰ্গ

৮মাহ কন্যাত থাকিব কেতু, প্ৰতিপদতে সমস্যা আহিব এই ৩ৰাশিৰ জাতকৰ

৮মাহ কন্যাত থাকিব কেতু, প্ৰতিপদতে সমস্যা আহিব এই ৩ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.