লোকসভা নিৰ্বাচনৰ পাছত গৌৰৱৰ টাৰ্গেট ২০২৬
মুকলিকৈ কংগ্ৰেছ নেতৃত্বৰ পৰা দুটা বছৰ বিচাৰিলে গৌৰৱ গগৈয়ে
ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় হৈ থকাৰ মন মেলিছে গৌৰৱ গগৈয়ে
‘মোক পদবী নালাগে মোক মাত্ৰ অসম এৰি দিয়ক’
‘মই অসমৰ হৈ অসমৰ জনতাৰ স্বাৰ্থত কাম কৰিব বিচাৰো’
২০২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰত্যক্ষ যুঁজ দিয়াৰ ইচ্চা প্ৰকাশ
কংগ্ৰেছৰ বাগানে বাগানে, চৰে চৰে যাত্ৰাত অংশ বলৈ নাপাই দুখ প্ৰকাশ
২০২৬ত বিজেপিক প্ৰতিহত কৰাৰ আনুষ্ঠানিক সংকল্প
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ