• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অমৰত্বৰ প্ৰত্যাশা আছে? মাত্ৰ ১.৮ কোটি খৰচ কৰি অমৰ হ’ব পাৰিব আপুনি, দাবী জাৰ্মান সংস্থাৰ

অমৰত্বৰ প্ৰত্যাশা আছে? মাত্ৰ ১.৮ কোটি খৰচ কৰি অমৰ হ’ব পাৰিব আপুনি, দাবী জাৰ্মান সংস্থাৰ

2 years ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

27 minutes ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

1 hour ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

2 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

2 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

4 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

4 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

4 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

5 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

5 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

6 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

6 hours ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অমৰত্বৰ প্ৰত্যাশা আছে? মাত্ৰ ১.৮ কোটি খৰচ কৰি অমৰ হ’ব পাৰিব আপুনি, দাবী জাৰ্মান সংস্থাৰ

অমৰত্বৰ প্ৰত্যাশা আছে? মাত্ৰ ১.৮ কোটি খৰচ কৰি অমৰ হ’ব পাৰিব আপুনি, দাবী জাৰ্মান সংস্থাৰ

editor by editor
August 7, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
অমৰত্বৰ প্ৰত্যাশা আছে? মাত্ৰ ১.৮ কোটি খৰচ কৰি অমৰ হ’ব পাৰিব আপুনি, দাবী জাৰ্মান সংস্থাৰ
0
SHARES
279
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভালপোৱা মানুহজনৰ কাষত বেছি সময় কটাবলৈ কোনে নিবিচাৰে? যদি মৃত্যু নোহোৱাকৈয়ে আজীৱন একেলগে কটাব পাৰি তেন্তে জীৱনতনো আৰু পৃথক সুখ কি লাগে? মানুহৰ এই অলীক কল্পনা বাস্তৱায়ন কৰিবলৈ আগবাঢ়িছে জাৰ্মানীৰ এটা সংস্থা৷ মৃত্যুৰ পাছত মানুহৰ প্ৰাণবায়ু আকৌ উভতাই অনা প্ৰযুক্তিৰ যুগান্তকাৰী আৱিষ্কাৰৰ দাবী কৰাৰ কথা জাৰ্মানীয়ে জনাইছে বিশ্বক৷

জাৰ্মানীৰ বিশেষ সংস্থাটোৰ চিইঅ’ ব্ৰায়ান জনছনৰ দাবী, মৃত্যুৰ পাছতো মানুহক আকৌ প্ৰাণ দিব পৰা যায়৷ কেৱল সেয়াই নহয়, বয়স প্ৰতিৰোধী এণ্টি এজিং প্ৰক্ৰিয়াৰ মাধ্যমেৰে বয়সৰ চকা ওলোটাকৈ ঘুৰোৱাও সম্ভৱ বুলি দাবী কৰিছে বিজ্ঞানীৰ দলটোৱে৷ জাৰ্মানীৰ স্থানীয় সংবাদ সংস্থা সূত্ৰই প্ৰকাশ কৰামতে, ‘ক্ৰায়োপিৰ্জাৰ্ভেশ্ব্যন’ নামৰ এক পদ্ধতিৰ মাধ্যমেৰে মানৱদেহ তৰল নাইট্ৰজেনৰ মাজত ৰাখি সংৰক্ষিত কৰা হয়৷ সেই দেহ -১৯৮ ডিগ্ৰি চেলছিয়াছ তাপমাত্ৰাত ১০ দিন ধৰি সংৰক্ষণ কৰা হয়৷ ইয়াৰ ফলত দেহৰ যাৱতীয় শাৰীৰবৃত্তীয় প্ৰক্ৰিয়াসমূহ অনিৰ্দিষ্ট কালৰ বাবে থমকি যায়৷

জাৰ্মানীৰ বিশেষ সংস্থাটোৰ লক্ষ্য এটাই৷ তেওঁলোকে এনে এক পৃথিৱী তৈয়াৰ কৰিব য’ত মৃত্যুৰ নিয়ন্ত্ৰণ থাকিব মানুহৰ হাততেই৷ ইতিমধ্যেই ৬জন ব্যক্তিয়ে অমৰত্বৰ লোভত এই সংস্থাৰ সৈতে যোগাযোগ কৰিছে৷ তালিকাত নাম আছে ৫টা পোহনীয়া কুকুৰৰো৷ সংস্থাৰ দাবী, আৰু ৬৫০ জন ব্যক্তিয়ে বিশেষ পদ্ধতিৰে অমৰত্ব লাভৰ ইচ্ছাপ্ৰকাশ কৰিছে৷ যদিও তেওঁলোকৰ নাম এতিয়াও ৱেইটিং লিষ্টততহে আছে৷ সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে, কোনোৱে যদি তেওঁৰ মস্তিষ্ক সংৰক্ষণ কৰিব বিচাৰে তেন্তে সংস্থাক ৬৭.২ লাখ টকা দিব লাগিব৷ আৰু যদি কোনোৱে সম্পূৰ্ণ দেহ সংৰক্ষণ কৰে তেন্তে তেওঁলোকে ১.৮ কোটি টকা খৰচ কৰিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ
অসম

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

September 16, 2026
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম
জীৱনশৈলী

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

September 16, 2026
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা
ভাৰত

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

September 16, 2026
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!
অপৰাধ

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

September 16, 2026
Next Post
হতাশ ভাৰতীয় ক্ৰীড়াপ্ৰেমী! পেৰিছ অলিম্পিকত সোণ যুদ্ধত Disqualified বিনেশ ফোগেট

হতাশ ভাৰতীয় ক্ৰীড়াপ্ৰেমী! পেৰিছ অলিম্পিকত সোণ যুদ্ধত Disqualified বিনেশ ফোগেট

ভাঙি পৰিছে কোটি কোটি ক্ৰীড়াপ্ৰেমীৰ মন! অলিম্পিকত এটাও পদক নাপায় বিনেশ ফোগাটে

ভাঙি পৰিছে কোটি কোটি ক্ৰীড়াপ্ৰেমীৰ মন! অলিম্পিকত এটাও পদক নাপায় বিনেশ ফোগাটে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.