• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২লাখ বিনিয়োগত দুই বছৰত পাব ২৯,৭৭৬ টকা সুদ, পোষ্ট অফিচৰ এই প্ৰকল্প সম্বন্ধে জানি থওক সবিশেষ

9 months ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

25 minutes ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

3 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

4 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

5 hours ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

6 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

7 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

8 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

9 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২লাখ বিনিয়োগত দুই বছৰত পাব ২৯,৭৭৬ টকা সুদ, পোষ্ট অফিচৰ এই প্ৰকল্প সম্বন্ধে জানি থওক সবিশেষ

২লাখ বিনিয়োগত দুই বছৰত পাব ২৯,৭৭৬ টকা সুদ, পোষ্ট অফিচৰ এই প্ৰকল্প সম্বন্ধে জানি থওক সবিশেষ

editor by editor
June 9, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
২লাখ বিনিয়োগত দুই বছৰত পাব ২৯,৭৭৬ টকা সুদ, পোষ্ট অফিচৰ এই প্ৰকল্প সম্বন্ধে জানি থওক সবিশেষ
0
SHARES
709
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পোষ্ট অফিচত গ্ৰাহকৰ ডাক পৰিসেৱাৰ ওপৰিও সমস্ত বেংকিং পৰিসেৱাও দি থাকে৷ পোষ্ট অফিচত বিনিয়োগৰ স্কিমৰ ওপৰিও সঞ্চয় একাউণ্ট, আৰ ডি আৰু এফ ডিৰ দৰে সঞ্চয় প্ৰকল্পতো একাউণ্ট খুলিব পাৰি৷ পোষ্ট অফিচৰ সঞ্চয় স্কিমৰ অধীনত এটা একাউণ্ট খোলাৰ মাধ্যমেৰে আপুনি কেৱল বেংকতকৈ বেছি সুদেই পাব তেনে নহয় বৰং আপোনাৰ অৰ্থও ইয়াত সম্পূৰ্ণ নিৰাপদ৷ পোষ্ট অফিচৰ এটা স্কিম আছে, য’ত আপুনি দুই লাখ টকা জমা কৰি ২৯,৭৭৬ টকাৰ স্থিৰ সুদ পাব পাৰে৷

দেশৰ সমস্ত বেংকত তেওঁলোকে গ্ৰাহকৰ বাবে এফ ডি একাউণ্ট খোলে৷ ঠিক একেধৰণেই পোষ্ট অফিচেও তেওঁলোকৰ গ্ৰাহকৰ বাবে টি ডি বা টাইম ডিপোজিট একাউণ্ট খোলে৷ পোষ্ট অফিচৰ টি ডি বেংকৰ এফ ডি একাউণ্টৰ দৰেই৷ ডাকঘৰে তেওঁলোকৰ গ্ৰাহকক এবছৰ, দুবছৰ আৰু তিনিবছৰ আৰু পাঁচ বছৰৰ ম্যাদত টি ডি একাউণ্ট খোলাৰ সুবিধা দিয়ে৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্ত পোষ্ট অফিচত টি ডি একাউণ্টৰ ওপৰত ৬.৯শতাংশৰ পৰা ৭.৫ শতাংশ পৰ্যন্ত সুদ দিয়ে৷ ডাকঘৰে দুই বছৰৰ টি ডিত ৭ শতাংশ সুদ দিয়ে৷
দেশৰ যিকোনো নাগৰিকে পোষ্ট অফিচৰ টি ডি স্কিমত এটা একাউণ্ট খুলিব পাৰে৷ আপুনি এটা টি ডি একাউণ্টত সৰ্বনিম্ন ১০০০ টকা জমা কৰিব আপৰে আৰু সৰ্বোচ্চ জমাৰ কোনো সীমা নাই৷ গ্ৰাহকে যিমান মন যায় সিমান জমা কৰিব পাৰে৷ যদি পোষ্ট অফিচত দুই বছৰৰ টি ডিত দুই লাখ টকা জমা কৰে তেন্তে আপুনি ম্যাদপূৰ্তিত মুঠ ২,২৯,৭৭৬টকা লাভ কৰিব৷ যাৰ মাজত ২৯,৭৭৬ টকা নেট আৰু ফিক্সড অন্তৰ্ভূক্ত৷ টি ডি একাউণ্ট খোলাৰ লগে লগেই আপুনি জানিব পাৰিব যে ম্যাদপূৰ্তিত আপুনি কিমান টকা পাব৷ পোষ্ট অফিচত এটা টি ডি একাউণ্ট খুলিবলৈ হলে আপোনাৰ পোষ্ট অফিচত এটা সঞ্চয় একাউণ্টো থাকিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বিজ্ঞান

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 18, 2026
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস
জীৱনশৈলী

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

Next Post
এবটল তেজৰ বাবে হাহাকাৰ কৰাৰ দিন শেষ! প্ৰাণ ৰক্ষা কৰিব কৃত্ৰিম তেজে, ডাঙৰ আৱিষ্কাৰ জাপানী বিজ্ঞানীৰ, বজাৰত কেতিয়া উপলব্ধ হ’ব এই ৰক্ত?

কইনা চাপৰ, বিবাহৰ ৬ দিনতেই স্বামীগৃহৰ পৰা ওলিয়াই দিয়া হ’ল নৱবিবাহিতা পত্নীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন