• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰত থাকি সন্তান জন্ম দিয়ক! নিজে গঢ়া আইন নিজেই ভংগ কৰি ৰুছবাসীলৈ কিয় সন্তান জন্ম দিবলৈ কাতৰ অনুৰোধ জনাইছে ৰুছ প্ৰেছিডেণ্টে?

ঘৰত থাকি সন্তান জন্ম দিয়ক! নিজে গঢ়া আইন নিজেই ভংগ কৰি ৰুছবাসীলৈ কিয় সন্তান জন্ম দিবলৈ কাতৰ অনুৰোধ জনাইছে ৰুছ প্ৰেছিডেণ্টে?

2 years ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

26 minutes ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

1 hour ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

2 hours ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

2 hours ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

3 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

4 hours ago
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

4 hours ago
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

4 hours ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

19 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

20 hours ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

20 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰত থাকি সন্তান জন্ম দিয়ক! নিজে গঢ়া আইন নিজেই ভংগ কৰি ৰুছবাসীলৈ কিয় সন্তান জন্ম দিবলৈ কাতৰ অনুৰোধ জনাইছে ৰুছ প্ৰেছিডেণ্টে?

editor by editor
December 25, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা, স্বাস্থ্য
0
ঘৰত থাকি সন্তান জন্ম দিয়ক! নিজে গঢ়া আইন নিজেই ভংগ কৰি ৰুছবাসীলৈ কিয় সন্তান জন্ম দিবলৈ কাতৰ অনুৰোধ জনাইছে ৰুছ প্ৰেছিডেণ্টে?
0
SHARES
512
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰায় ডেৰ বছৰৰো অধিক সময় ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ চলি আছে। বৰ্তমান পৰ্যন্ত যুদ্ধ শেষ হোৱাৰ কোনো লক্ষণেই নাই। এই পৰিস্থিতিত অন্য এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰুছ চৰকাৰে। গৰ্ভপাতক লৈ ডাঙৰ সিদ্ধান্ত লৈছে ৰুছ চৰকাৰে। জনসংখ্যাগত সংকটত এতিয়া ৰাছিয়া। ৰাছিয়াত গৰ্ভপাতক আইনী চিলমোহৰ মাৰি বৈধ ঘোষণা কৰাৰ পাছতেই সংকটত এতিয়া ৰুছ চৰকাৰ। এক দশক পূৰ্বে লোৱা সিদ্ধান্ত এতিয়া নিজৰ ওপৰতেই বোজা হৈ পৰিছে ৰুছ চৰকাৰৰ। ইউক্ৰেইনৰ সামৰিক অভিযানৰ মাজত হঠাৎ গৰ্ভপাতৰ ওপৰত থকা বিশেষ আইন চৰ্চালৈ অহাৰ কাৰণো আছে। বিগত কেইবামাহ পূৰ্বে বেচৰকাৰী ক্লিনিকসমূহত গৰ্ভপাতৰ সংখ্যা কমোৱাৰ বাবে নিৰ্দেশ দিছে পুটিনে।

গৰ্ভপাত আইন থাকিলেও গৰ্ভপাত কৰাব নোৱাৰিব!

জৰ্জিয়াত নিৰ্বাসিত ৰুছ নাৰীবাদী কৰ্মী লেদা গাৰিনাই এটা সংবাদসংস্থাৰ আগত, গৰ্ভপাতক লৈ বিশেষ নিৰ্দেশ দিয়াৰ কথা প্ৰকাশ কৰিছে। লেদা গাৰিনাই ৰুছ চৰকাৰৰ নতুন সিদ্ধান্তক লৈ কয়, ‘এই ধৰণৰ সিদ্ধান্ত তেতিয়াই লোৱা হয় যেতিয়া দেশ যুদ্ধত লিপ্ত হয়। পুটিনেই নহয় প্ৰায় সকলোতেই যুদ্ধ হ’লে ভূক্তভোগী হয় একোগৰাকী নাৰীয়েই।’ পুটিন চৰকাৰে শেহতীয়াকৈ সকলো নাৰীক ঘৰত থাকি সন্তান জন্ম দিবৰ বাবে আহ্বান জনাইছে। লেদা গাৰিনাই পুটিনৰ এই মন্তব্যক সম্পূৰ্ণৰূপে বিৰোধ কৰিছে। লেদা গাৰিনাই এই মন্তব্য কৰিলেও ৰুছ জনসংখ্যাবিদ ভিক্টোৰিয়া ছাকেভিচ এই বিষয়টোত একমত নহয়। তেওঁৰ দাবী যে, পুটিনৰ এই সিদ্ধান্তৰ বাবেই ৰাছিয়াত গৰ্ভপাতৰ হাৰ প্ৰায় দহগুণ কমি গৈছে।

পুটিনে কি কয়?

গৰ্ভপাতৰ ওপৰত থকা আইনৰ বিৰুদ্ধাচাৰণেৰে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৈছে যে, অধিক হাৰত যদি গৰ্ভপাত কৰাই তেন্তে ৰাছিয়াৰ জনসংখ্যা দিনকদিনে কমি গৈয়েই থাকিব। জনসংখ্যাগত সমস্যা বৃদ্ধি পাব সেয়ে এই আইনৰ বিৰুদ্ধাচৰণ কৰিব লগা হৈছে বুলি মন্তব্য কৰিছে পুটিনে। উল্লেখ্য যে ৰাছিয়াত গৰ্ভপাতৰ ওপৰত নিষেধাজ্ঞা জাৰি হৈছে বিগত মাৰ্চ মাহৰ পৰাই।

উপায়হীন পুটিনে কেইবা দশকপূৰ্বে জাৰি কৰা আইন পৰিবৰ্তন কৰাৰ চিন্তাভাৱনা কৰিছে। প্ৰতিটো ৰুছ পৰিয়ালে কেনেকৈ কি কৰা উচিত সেই বিষয়ক লৈ থকা ৰক্ষণশীল দৃষ্টিভংগী সলনি কৰাৰো চিন্তা চৰ্চা কৰিছে পুটিনে।

ৰাছিয়াত আৰম্ভ হ’ব আন এক নিষেধাজ্ঞা আইন!

ৰুছ ৰাজনৈতিক বিশেষজ্ঞ তাতিয়ানা ষ্টেনোভায়াই জনোৱা অনুসৰি, ইউক্ৰেইনৰ সৈতে যুদ্ধ দীৰ্ঘদিনীয়া হোৱাৰ বাবে চাপত আছে পুটিন। ৰাছিয়াত এতিয়া একাধিক সংকটেও দেখা দিছে। ইয়াৰ বাবেই অন্য এক নিষেধাজ্ঞা জাৰি কৰাৰ আশংকা প্ৰকাশ কৰিছে তেওঁ। গৰ্ভপাতৰ ওপৰত পুটিনে লোৱা এই সিদ্ধান্তক লৈ বিভক্ত হৈ পৰিছে পুটিন শিবিৰো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?
জীৱনশৈলী

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

April 1, 2026
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?
জীৱনশৈলী

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

April 1, 2026
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক
জীৱনশৈলী

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

April 1, 2026
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো
জীৱনশৈলী

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

April 1, 2026
Next Post
দেশৰ কোটি কোটি মহিলা লাখপতি হ’ব! লাখপতি হ’বলৈ কেনেকৈ কৰিব আৱেদন?

দেশৰ কোটি কোটি মহিলা লাখপতি হ’ব! লাখপতি হ’বলৈ কেনেকৈ কৰিব আৱেদন?

২০২৪ত যুঁটি বান্ধিব সূৰ্য আৰু বৃহস্পতিয়ে! ৩ ৰাশিৰ কেৰিয়াৰলৈ আহিব ভাল দিন, বাঢ়িব বেংক বেলেন্স

২০২৪ত যুঁটি বান্ধিব সূৰ্য আৰু বৃহস্পতিয়ে! ৩ ৰাশিৰ কেৰিয়াৰলৈ আহিব ভাল দিন, বাঢ়িব বেংক বেলেন্স

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.