• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙ্গলত সোণৰ খনি! অবাক নাছাৰ বিজ্ঞানীও, মঙ্গল গ্ৰহত সঁচাকৈয়ে সোণৰ খনি আছে নেকি?

মঙ্গলত সোণৰ খনি! অবাক নাছাৰ বিজ্ঞানীও, মঙ্গল গ্ৰহত সঁচাকৈয়ে সোণৰ খনি আছে নেকি?

1 year ago
ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

50 seconds ago
আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

42 minutes ago
যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

1 hour ago
কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

2 hours ago
মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

4 hours ago
কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

4 hours ago
শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

5 hours ago
8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

5 hours ago
এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

5 hours ago
কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

9 hours ago
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

9 hours ago
কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙ্গলত সোণৰ খনি! অবাক নাছাৰ বিজ্ঞানীও, মঙ্গল গ্ৰহত সঁচাকৈয়ে সোণৰ খনি আছে নেকি?

মঙ্গলত সোণৰ খনি! অবাক নাছাৰ বিজ্ঞানীও, মঙ্গল গ্ৰহত সঁচাকৈয়ে সোণৰ খনি আছে নেকি?

editor by editor
April 22, 2025
in জীৱনশৈলী
0
মঙ্গলত সোণৰ খনি! অবাক নাছাৰ বিজ্ঞানীও, মঙ্গল গ্ৰহত সঁচাকৈয়ে সোণৰ খনি আছে নেকি?
0
SHARES
173
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মঙ্গলক লৈ মানুহৰ কল্পনাৰ অন্ত নাই৷ এইবাৰ মঙ্গল গ্ৰহক লৈ আন এক ভাৱনা আৰম্ভ হৈছে৷ মঙ্গলত সোণ খনি আছে নেকি? নাছাৰ ৰোভাৰে যি শিলৰ ছবি দিছে সেই ছবিক কেন্দ্ৰ কৰিয়েই এই অনুমান কৰা হৈছে৷

নাছাৰ ৰোভাৰটি মঙ্গলত ঘূৰিছিল৷ ঠিক সেই সময়তেই ৰোভাৰৰ চকা এক স্থানত ফঁচি যায়৷ সেই ফঁচি যোৱা স্থানত থকা শিলটোৰ ছবি ৰোভাৰে পঠিওৱাৰ পাছতেই নাছাৰ বিজ্ঞানীৰ চঁকু কঁপালত উঠিছে৷ তেওঁলোকে ধাৰণা কৰিছে এয়া সোণৰ পাথৰ৷ ইয়াত সোণৰ খনি থকাৰ কথাও ধাৰণা কৰিছে বিজ্ঞানীয়ে৷

ৰোভাৰে মঙ্গলৰ পৰা ৭টা শিলৰ ছবি দিছিল৷ তাৰ মাজত এই শিলৰ ৰং সকলোতকৈ পৃথক হোৱাক লৈ চিন্তাত পৰিছে নাছা৷ বিগত ৪ মাহ ধৰি ৰোভাৰ ঘূৰি আছে মঙ্গলৰ মাটিত৷ পৃথিৱীৰ দৰে মঙ্গলতো কোনো এক সময়ত আগ্নেয়পিণ্ড আছিল৷ পৃথিৱীৰ দৰেই মঙ্গলো ধীৰে ধীৰে শীতল হৈছে৷ অৱশ্যে তাত এতিয়াও প্ৰাণৰ সন্ধান লাভ কৰিব পৰা নাই বিজ্ঞানীয়ে৷ প্ৰাণৰ সন্ধান নাপালেও মঙ্গলৰ বুকুত হয়তো আছে সোণৰ খনি৷

মঙ্গলৰ পৰা পানীও হেৰাই গৈছে বহুবছৰ পূৰ্বে৷ কিন্তু শুকাই যোৱা মঙ্গলৰ মাটিৰ পৰা বাহিৰলৈ ওলাই অহা এই সোণালী ৰঙৰ শিলে মঙ্গলৰ মাটিৰ তলত খনিজ থকাৰ প্ৰমাণ বুলি ধাৰণা বিজ্ঞানীৰ৷ যদি মঙ্গলৰ মাটিত সোণ থকাৰ কথাটো সঁচা হয় তেন্তে এক নতুন যুগৰ সূচনা হ’ব পৃথিৱীতো৷ খনিজ থাকিলে মঙ্গলত পানীও গেছ আকাৰে থাকিব পাৰে বুলি ধাৰণা কৰিছে বিজ্ঞানীয়ে৷

পানী বা খনিজ থাকিলেও মঙ্গলৰ বৰ্তমান পৰিস্থিতি চাই এটা কথা ধাৰণা কৰিব পাৰি যে তাত প্ৰাণ থকা এতিয়াও সম্ভৱ নহয়৷ মঙ্গলত দিন আৰু ৰাতি যি তাপমাত্ৰাৰ হেৰফেৰ হয় তাত কোনো জীৱই বাচি থকা সম্ভৱ নহয়৷ নাছাৰ ৰোভাৰে এই সোণৰ ৰঙৰ শিলৰ এটা টুকুৰা নিজে কঢ়িয়াই আনিব৷ যদি ৰোভাৰটো সঠিকভাৱে পৃথিৱীলৈ উভতাই অনা হয় তেন্তে সেই শিলৰ টুকুৰাও পৃথিৱী পাবহি৷ কিন্তু সেই ৰোভাৰ পৃথিৱীলৈ উভতি আহিবনে সেয়া এতিয়াও নিশ্চিত নহয়৷ ধাৰণা কৰা হৈছে ২০২৪ চনত হয়তো পৃথিৱীলৈ উভতিব ৰোভাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

May 9, 2026
আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

May 9, 2026
কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!
জীৱনশৈলী

কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

May 9, 2026
শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!
জীৱনশৈলী

শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

May 9, 2026
Next Post
‘তুমি মোৰ জীৱনটো কিয় ধ্বংস কৰিলা কুঁহি?’ বীৰাংগনা পাপৰি কলিতা ওৰফে ইউটিউবাৰ কুঁহিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ এগৰাকী মহিলাৰ, ভাইৰেল ফোনকলত কি কি অভিযোগ কুঁহিৰ বিৰুদ্ধে?

‘তুমি মোৰ জীৱনটো কিয় ধ্বংস কৰিলা কুঁহি?’ বীৰাংগনা পাপৰি কলিতা ওৰফে ইউটিউবাৰ কুঁহিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ এগৰাকী মহিলাৰ, ভাইৰেল ফোনকলত কি কি অভিযোগ কুঁহিৰ বিৰুদ্ধে?

বুধবাৰে লক্ষ্মী নাৰায়ণ ৰাজযোগ, সকলো কামতেই সাফল্য আহিব এই ৫ৰাশিৰ জাতক জাতিকাৰ

বুধবাৰে লক্ষ্মী নাৰায়ণ ৰাজযোগ, সকলো কামতেই সাফল্য আহিব এই ৫ৰাশিৰ জাতক জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.