• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱবৰ্ষত ৰূপৰ দামত পতন, বহু পৰিমাণে কমিল সোণৰো দাম, জানি থওক আজিৰ ৰেট

নৱবৰ্ষত ৰূপৰ দামত পতন, বহু পৰিমাণে কমিল সোণৰো দাম, জানি থওক আজিৰ ৰেট

4 weeks ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

32 minutes ago
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

1 hour ago
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

2 hours ago
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

3 hours ago
ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

3 hours ago
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

4 hours ago
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

4 hours ago
৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ

৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ

4 hours ago
সমগ্ৰ ২৬ চনতেই শনিৰ আশীৰ্বাদ থাকিব, পূৰণ হ’ব ২ ৰাশিৰ সকলো ইচ্ছা

সমগ্ৰ ২৬ চনতেই শনিৰ আশীৰ্বাদ থাকিব, পূৰণ হ’ব ২ ৰাশিৰ সকলো ইচ্ছা

22 hours ago
এপ্ৰিলত ভাগ্য ঘূৰিব, শনিৰ কৃপাত ৰজা হ’ব ৩ৰাশিৰ জাতক

এপ্ৰিলত ভাগ্য ঘূৰিব, শনিৰ কৃপাত ৰজা হ’ব ৩ৰাশিৰ জাতক

23 hours ago
কাইলৈৰ ৰাশিফলঃ বুধবাৰে ব্ৰহ্মা যোগৰ প্রভাৱ, গণপতিৰ কৃপাত বৃহৎ উন্নতিৰ যোগ এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ বুধবাৰে ব্ৰহ্মা যোগৰ প্রভাৱ, গণপতিৰ কৃপাত বৃহৎ উন্নতিৰ যোগ এই ৫ৰাশিৰ

1 day ago
আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, January 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

নৱবৰ্ষত ৰূপৰ দামত পতন, বহু পৰিমাণে কমিল সোণৰো দাম, জানি থওক আজিৰ ৰেট

নৱবৰ্ষত ৰূপৰ দামত পতন, বহু পৰিমাণে কমিল সোণৰো দাম, জানি থওক আজিৰ ৰেট

editor by editor
January 1, 2026
in বাণিজ্য
0
নৱবৰ্ষত ৰূপৰ দামত পতন, বহু পৰিমাণে কমিল সোণৰো দাম, জানি থওক আজিৰ ৰেট
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত বছৰৰ শেষৰ পৰাই সোণ আৰু ৰূপৰ দামৰ পতন ২০২৬ চনতো অব্যাহত৷ বছৰৰ প্ৰথম ট্ৰেডিং দিনটোত অৰ্থাৎ বৃহস্পতিবাৰেও এই ধাৰা অব্যাহত৷ ১ জানুৱাৰীত মাল্টি কমোডিটি এক্সচেঞ্জ খোলাৰ লগে লগেই ৰূপৰ দাম ১৮০০ টকা কমি যায়৷ অন্যহাতে সোনৰ দামো কিছু পৰিমাণে কমিছে৷

বছৰৰ প্ৰথম দিনটোত কিমান কমিল ৰূপৰ দাম?

বিগত বছৰত ৰূপৰ দাম বহুপৰিমাণে বৃদ্ধি পাইছিল৷ ২০২৫ চনৰ শেষত কিন্তু পৰিস্থিতি সলনি হয়৷ বিগত সপ্তাহত ৰূপৰ দাম বহু পৰিমাণে কমিছে৷ ২০২৬ চনৰ প্ৰথম দিনটোত আৰু কমিল ৰূপৰ দাম৷ এম চি এক্সত ৩১ ডিচেম্বৰ ২০২৫ তাৰিখে ৫ মাৰ্চত ম্যাদ শেষ হোৱা ৰূপৰ ফিউচাৰ মূল্য প্ৰতি কিঃগ্ৰাঃত  ২,৩৫, ৭০১ টকাত বন্ধ হয়৷ কিন্তু ১ জানুৱাৰী ২০২৬ত বজাৰ খোলাৰ লগে লগে ১৮৫১টকা প্ৰতি কিঃগ্ৰাঃত কমি হৈছে ২,৩৩,৮৫০ টকা৷

ৰূপৰ দাম এতিয়া সৰ্বোচ্চ মূল্যৰ তুলনাত কিমান কম?

নতুন বছৰৰ প্ৰথম দিনসহ কেইবাদিন ধৰি ৰূপৰ দাম কমি যোৱাৰ পাছত এতিয়া সৰ্বকালৰ সৰ্বোচ্চ মূল্যৰ তললৈ নামি আহিছে ৰূপৰ দাম৷ ৰূপৰ সৰ্বোচ্চ দাম প্ৰতি কিঃগ্ৰাঃত ২,৫৪,১৭৮ টকা আৰু যদি সেই অনুসৰি হিচাপ কৰা হয় MCX ৰূপৰ দাম এতিয়া এই পৰিসংখ্যাৰ পৰা ২০, ৩২৮ টকা কমিছে৷

আজি সোণৰ দাম কমিছে

কেৱল ৰূপেই নহয়, সোণৰ দামো কমিছে৷ ৫ ফেব্ৰুৱাৰীত শেষ হোৱা MCXৰ ২৪ কেৰেট সোণৰ ফিউচাৰ, বৃহস্পতিবাৰে খোলাৰ সময়ত প্ৰতি ১০ গ্ৰামত ১৩৫, ০৮০ টকালৈ নামি আহিছে, যি পূৰ্বতে বন্ধৰ সময়ত আছিল প্ৰতি ১০ গ্ৰামত ১৩৫, ৪৪৭ টকা৷ এম চি এক্সত সোণৰ দামো প্ৰতি ১০ গ্ৰামত ৫৩৮৫ টকা কমিছে৷

সোণ আৰু ৰূপৰ দাম কমি যোৱাৰ কাৰণ

সোণ আৰু ৰূপৰ দাম কমি যোৱাৰ কাৰণ সম্পৰ্কে ক’বলৈ গলে বিগত কেইবাদিনত সোণ আৰু ৰূপৰ দাম তেওঁলোকৰ সৰ্বোচ্চ স্তৰৰ পৰা উল্লেখযোগ্যভাৱে কমি গৈছে৷ ইয়াৰ কাৰণ বিনিয়োগকাৰীসকলৰ ভয়৷ প্ৰকৃতপক্ষে ৰেকৰ্ড সৰ্বোচ্চ দাম হোৱাৰ পাছত বিনিয়োগকাৰীয়ে উল্লেখযোগ্য পতনৰ আশংকা কৰিছিল৷ যাৰ ফলত তেওঁলোকৰ লাভৰ পৰিমাণ হ্ৰাস পাব পাৰে৷ ফলস্বৰূপে বিক্ৰিৰ প্ৰৱণতাৰ কাৰণে সোণ আৰু ৰূপৰ দাম কমি যায়৷ ইয়াৰোপৰি সোণ আৰু ৰূপৰ দাম হ্ৰাসৰ এক উল্লেখযোগ্য কাৰণ হৈছে ডলাৰৰ শক্তিশালীকৰণ আৰু বিশ্বব্যাপী উত্তেজনা হ্ৰাস পোৱা৷ ফলত নিৰাপদ স্বৰ্ণ বিনিয়োগৰ চাহিদা হ্ৰাস পাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ ধামাকা স্কিম, ২লাখ বিনিয়োগত পাব ৯০ হাজাৰ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম, ২লাখ বিনিয়োগত পাব ৯০ হাজাৰ টকা

January 27, 2026
ট্ৰাম্প OUT, ভাৰত-ইউৰোপ ডিল ফাইনেল, সুৰাৰ পৰা বাহনলৈ…কি কি সামগ্ৰীৰ দাম কমিব ভাৰতত?
জীৱনশৈলী

ট্ৰাম্প OUT, ভাৰত-ইউৰোপ ডিল ফাইনেল, সুৰাৰ পৰা বাহনলৈ…কি কি সামগ্ৰীৰ দাম কমিব ভাৰতত?

January 27, 2026
মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?
জীৱনশৈলী

মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

January 22, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

January 22, 2026
Next Post
পাকিস্তানৰ ক’ত ক’ত আছে পাৰমাণৱিক কেন্দ্ৰ? দিল্লীক হিচাপ দিলে ইছলামাবাদে, চুক্তিৰ চৰ্ত মানি তালিকা দেখুৱালে ভাৰতেও

পাকিস্তানৰ ক’ত ক’ত আছে পাৰমাণৱিক কেন্দ্ৰ? দিল্লীক হিচাপ দিলে ইছলামাবাদে, চুক্তিৰ চৰ্ত মানি তালিকা দেখুৱালে ভাৰতেও

অসমৰেই ক্ৰিয়েটৰে খুলিছিল চেনেলটো! বছৰত উপাৰ্জন কৰিছে ৩৫ কোটি টকা, AI শ্লপ ভিডিঅ’ তৈয়াৰ কৰি ইউটিউবত জনপ্ৰিয় ‘বন্দৰ অপনা দোস্ত’

অসমৰেই ক্ৰিয়েটৰে খুলিছিল চেনেলটো! বছৰত উপাৰ্জন কৰিছে ৩৫ কোটি টকা, AI শ্লপ ভিডিঅ’ তৈয়াৰ কৰি ইউটিউবত জনপ্ৰিয় ‘বন্দৰ অপনা দোস্ত’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.