• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ জুনৰ পৰা ৩ ৰাশিৰ সু-সময় আহিব, আকস্মিকভাৱে অৰ্থলাভৰ যোগ আছে আপোনাৰ

৩০ জুনৰ পৰা ৩ ৰাশিৰ সু-সময় আহিব, আকস্মিকভাৱে অৰ্থলাভৰ যোগ আছে আপোনাৰ

8 months ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

38 minutes ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 hour ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

5 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

5 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

24 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

1 day ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩০ জুনৰ পৰা ৩ ৰাশিৰ সু-সময় আহিব, আকস্মিকভাৱে অৰ্থলাভৰ যোগ আছে আপোনাৰ

৩০ জুনৰ পৰা ৩ ৰাশিৰ সু-সময় আহিব, আকস্মিকভাৱে অৰ্থলাভৰ যোগ আছে আপোনাৰ

editor by editor
June 25, 2025
in জীৱনশৈলী
0
৩০ জুনৰ পৰা ৩ ৰাশিৰ সু-সময় আহিব, আকস্মিকভাৱে অৰ্থলাভৰ যোগ আছে আপোনাৰ
0
SHARES
7.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰক্ত আৰু শক্তিৰ কাৰক মঙ্গলে বৰ্তমান মঘা নক্ষত্ৰত গোচৰ কৰিছে৷ ৩০ জুনত মঙ্গল গ্ৰহই পূৰ্ব ফাল্গুনী নক্ষত্ৰত গমন কৰিব আৰু ২৩ জুলাই পৰ্যন্ত এই নক্ষত্ৰত অৱস্থান কৰিব৷ পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ যিয়ে সম্পদ, সমৃদ্ধি আৰু প্ৰেমৰ কাৰক গ্ৰহ৷ শুক্ৰৰ নক্ষত্ৰত মঙ্গলৰ গমন তিনিটা ৰাশিৰ বাবে অত্যন্ত শুভ হব৷ এই ৰাশিৰ জাতকে কেৱল সম্পদ আৰু কৰ্মজীৱনতেই সফলতা লাভ কৰিব তেনে নহয়, বৰং আত্মবিশ্বাসো বৃদ্ধি পাব৷ জানি থওক কোনো তিনিটা ভাগ্যবান ৰাশিৰ জাতক উপকৃত হব?

মেষ ৰাশি

এই ৰাশিৰ জাতকৰ বাবে মঙ্গলৰ গমন অনুকূল প্ৰমাণিত হব৷ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে আৰু হঠাৎ আৰ্থিক লাভ হব পাৰে৷ চাকৰিত ডাঙৰ পদ অৰ্জন হব৷ ব্যৱসায়ত লাভ আৰু আয় বৃদ্ধি পাব৷ বেকাৰ ব্যক্তিয়ে চাকৰি সম্পৰ্কিত সুখবৰ লাভ কৰিব৷ লক্ষ্যত সাফল্য অৰ্জনো কৰিব পাৰে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে মঙ্গলৰ নক্ষত্ৰ পৰিবৰ্তন খুবেই ভাল হব৷ মানুহৰ আয় বৃদ্ধি পাব পাৰে৷ পৰামৰ্শ লৈ বিনিয়োগ কৰিলে ভাল লাভ পাব৷ আপুনি মাটি, ভৱন আৰু যানবাহন ক্ৰয় কৰিব পাৰে৷ পৰিয়ালৰ সদস্যসকলৰ মাজত স্নেহ বৃদ্ধি পাব৷ এই সময়ত ব্যৱসায়ীয়ে ভাল লাভ পাব পাৰে৷

মকৰ ৰাশি

মঙলৰ নক্ষত্ৰ পৰিবৰ্তন মকৰ ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হব পাৰে৷ কৰ্মক্ষেত্ৰত পদোন্নতিৰ কাৰণে মানুহৰ আত্মবিশ্বাস বৃদ্ধি পাব পাৰে আৰু মন সুখী থাকিব৷ নতুন সুযোগ আহিব৷ পৰিয়ালৰ সদস্যসকলৰ মাজত ভালপোৱা বাঢ়িব৷ ঘৰলৈ সুখৰ আগমনৰ কাৰণে পৰিবেশ ভালে থাকিব৷ পুৰণি স্বপ্ন পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

February 22, 2026
Next Post
সপোনত এই প্ৰাণী দেখা অতি শুভ! জীৱনত বাঢ়িব সুখ সমৃদ্ধি

সপোনত এই প্ৰাণী দেখা অতি শুভ! জীৱনত বাঢ়িব সুখ সমৃদ্ধি

এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্থ বিমানৰ ব্লেক বক্সৰ তথ্য উদ্ধাৰ প্ৰক্ৰিয়া সম্পন্ন! কি কৈছে কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰণালয়ে?

এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্থ বিমানৰ ব্লেক বক্সৰ তথ্য উদ্ধাৰ প্ৰক্ৰিয়া সম্পন্ন! কি কৈছে কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰণালয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.