• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত চৰকাৰৰ বিশেষ সিদ্ধান্ত, পথ দুৰ্ঘটনাত আহতৰ সমগ্ৰ দেশতে বিনামূলীয়া চিকিৎসা

ভাৰত চৰকাৰৰ বিশেষ সিদ্ধান্ত, পথ দুৰ্ঘটনাত আহতৰ সমগ্ৰ দেশতে বিনামূলীয়া চিকিৎসা

11 months ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

3 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

4 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

4 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

5 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

5 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

6 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

6 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

7 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

8 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

8 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

9 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰত চৰকাৰৰ বিশেষ সিদ্ধান্ত, পথ দুৰ্ঘটনাত আহতৰ সমগ্ৰ দেশতে বিনামূলীয়া চিকিৎসা

editor by editor
May 6, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ভাৰত চৰকাৰৰ বিশেষ সিদ্ধান্ত, পথ দুৰ্ঘটনাত আহতৰ সমগ্ৰ দেশতে বিনামূলীয়া চিকিৎসা
0
SHARES
728
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত চৰকাৰৰ বিশেষ সিদ্ধান্ত, পথ দুৰ্ঘটনাত আহতৰ সমগ্ৰ দেশতে বিনামূলীয়া চিকিৎসা

ভৰাত চৰকাৰৰ বিশেষ সিদ্ধান্ত। এতিয়াৰ পৰা পথ দুৰ্ঘটনাত আহত লোকে দেশৰ যি কোনো ঠাইতে লাভ কৰিব বিনামূলীয়া চিকিৎসা। পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি এতিয়াৰ পৰা এই বিশেষ সুবিধা লাভ কৰিব দেশৰ সকলো প্ৰান্ততে।

সমগ্ৰ দেশতে নগদবিহীন চিকিৎসা আঁচনি ৰূপায়ণৰ বাবে ভাৰত চৰকাৰে এই অধিসূচনা জাৰি কৰিছে। ইয়াৰ অধীনত পথ দুৰ্ঘটনাত পতিত প্ৰতিগৰাকী লোকে সৰ্বাধিক ১.৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা গেজেট অধিসূচনা অনুসৰি ২০২৫ চনৰ ৫ মে’ সোমবাৰৰ পৰা এই আঁচনি কাৰ্যকৰী হৈছে।

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি যদি কোনো ব্যক্তি মটৰ গাড়ীৰ ফলত পথ দুৰ্ঘটনাত পতিত হয় তেন্তে এই আঁচনিৰ অধীনত দেশৰ যিকোনো প্ৰান্তত বিনামূলীয়া চিকিৎসা লাভ কৰিব ৷ দুৰ্ঘটনাগ্ৰস্তই চৰকাৰী বা চৰকাৰে ধৰি দিয়া নিৰ্দিষ্ট চিকিৎসালয়ত চিকিৎসাৰ বাবে কোনো ধৰণৰ ধন দিব নালাগিব।

এই আঁচনিৰ অধীনত দুৰ্ঘটনা সংঘটিত হোৱাৰ তাৰিখৰ পৰা অহা সাত দিনলৈ সৰ্বাধিক ১,৫০,০০০ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ’ব। এই সুবিধা কেৱল সেই চিকিৎসালয়সমূহতহে সম্পূৰ্ণৰূপে প্ৰযোজ্য হ’ব যিবোৰ চৰকাৰে “নিৰ্দিষ্ট” কৰিছে।

আঁচনিখনৰ ফলপ্ৰসূ নিৰীক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰে এখন পৰিচালনা সমিতি (পৰ্যবেক্ষণ সমিতি)ও গঠন কৰিব। যাৰ ফলত পৰিকল্পনা সঠিকভাৱে পালন কৰা হৈছে নে নাই সেয়া নিশ্চিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ministry of road transport and highways of indiaroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
Next Post
চেনাব নদীৰ পানী অতৰ্কীতে এৰিলে ভাৰতে, বানৰ সংকটত পাকিস্তান

চেনাব নদীৰ পানী অতৰ্কীতে এৰিলে ভাৰতে, বানৰ সংকটত পাকিস্তান

৫দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নিউজিলেণ্ড আৰু ফিজিলৈ কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

৫দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নিউজিলেণ্ড আৰু ফিজিলৈ কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.