• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামীৰ যৌন প্ৰয়োজনীয়তা অতি বেছি! ৮৭ বছৰীয়া বৃদ্ধাৰ হেল্পলাইন নম্বৰত ফোন কৰি অভিযোগ

স্বামীৰ যৌন প্ৰয়োজনীয়তা অতি বেছি! ৮৭ বছৰীয়া বৃদ্ধাৰ হেল্পলাইন নম্বৰত ফোন কৰি অভিযোগ

3 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

42 minutes ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

4 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

7 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

7 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

স্বামীৰ যৌন প্ৰয়োজনীয়তা অতি বেছি! ৮৭ বছৰীয়া বৃদ্ধাৰ হেল্পলাইন নম্বৰত ফোন কৰি অভিযোগ

editor by editor
September 13, 2022
in বিবিধ, ভাৰত
0
স্বামীৰ যৌন প্ৰয়োজনীয়তা অতি বেছি! ৮৭ বছৰীয়া বৃদ্ধাৰ হেল্পলাইন নম্বৰত ফোন কৰি অভিযোগ
0
SHARES
24.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক আজৱ ঘটনা সংবাদ মাধ্যমৰ পোহৰলৈ আহিছে৷ ঘটনাৰ বিৱৰণীৰ মতে এগৰাকী ৮৭ বছৰীয়া বৃদ্ধাই অভয়ম হেল্পলাইন ১৮১ নম্বৰলৈ ফোন কৰি এক আচৰিত অভিযোগ দাখিল কৰে৷ অভয়ম হেল্পলাইন নম্বৰত বৃদ্ধাগৰাকীৰ অনুৰোধ শুনি চৰকাৰী বিষয়াসকল বাকৰুদ্ধ হৈ পৰিছে।

প্ৰকাশিত খবৰ মতে ৮৭ বছৰীয়া বৃদ্ধাগৰাকীৰয়ে ১৮১ নম্বৰত ফোন কৰি কয় যে ৮৯ বছৰীয়া তেওঁৰ স্বামীৰ যৌন উত্তেজনা তথা প্ৰয়োজনীয়তা অতি বেছি যাৰ বাবে তেওঁ ভাগৰি পৰাৰ লগতে অতিষ্ঠ হৈ পৰিছে৷

এগৰাকী চৰকাৰী বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে, বৃদ্ধাগৰাকী প্ৰায়ে অসুস্থ হৈ থাকে; সেয়ে তেওঁ স্বামীৰ যৌন প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে। তথাপিও স্বামীয়ে তেওঁক সদায় জোৰ কৰি যৌন সম্পৰ্ক স্থাপন কৰি আহিছে।

লগতে পঢ়ক সৰ্বাধিক বিবাহেৰে বিশ্ব ৰেকৰ্ড! ৩১ বাৰ বিবাহ কৰাইও কিয় মন নভৰিল গ্লীন উলফৰ?

বিষয়াগৰাকীয়ে লগতে আৰু কয় যে এবছৰ আগলৈকে দম্পতীহালৰ মাজত শাৰীৰিক সম্পৰ্কক লৈ কোনো ধৰণৰ বিবাদ তথা সমস্যাৰ সৃষ্টি হোৱা নাছিল৷ সিহঁতৰ মাজত সকলোবোৰ ঠিকেই চলি আহিছিল। কিন্তু এবছৰ ধৰি বৃদ্ধাগৰাকী যথেষ্ট অসুস্থ হৈ পৰিছে, তেওঁ প্ৰায়ে বিচনাত পৰি থাকে। পুত্ৰৰ সহায় অবিহনে তেওঁ খোজ কাঢ়িব নোৱাৰা অৱস্থা হৈছে।

বৃদ্ধাগৰাকীৰ এই শাৰীৰিক অসুস্থতাৰ বিষয়ে সকলো জানিও স্বামীয়ে বৃদ্ধাগৰাকীৰ সৈতে জোৰ কৰি যৌন সম্পৰ্ক স্থাপন কৰি আহিছে।

জানিব পৰা মতে বৃদ্ধাগৰাকীৰ স্বামী এজন অৱসৰপ্ৰাপ্ত অভিযন্তা। পত্নীয়ে শাৰীৰিক সম্পৰ্কত সন্মতি নিদিলে হঠাতে তেওঁৰ আচৰণ সলনি হয়। তেওঁ পত্নী আৰু পুত্ৰক চিঞৰিবলৈ ধৰে যাৰ ফলত প্ৰতিবেশীসকলৰো শান্তি বিঘ্নিত হয়। সেয়ে বৃদ্ধাগৰাকীয়ে অভয়মৰ হেল্পলাইন নম্বৰ ১৮১ত ফোন কৰি সহায় বিচাৰিবলৈ বাধ্য হৈ পৰে৷

লগতে পঢ়ক কেৱল কংগ্ৰেছৰ যুৱৰাজ ৰাহুলে গান্ধীয়েই নিপিন্ধে! মন্ত্ৰী পীয়ুষেও পিন্ধে ৩৭ হাজাৰ টকীয়া দামী ছাৰ্ট

বৃদ্ধাগৰাকীৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই অভয়মৰ সদস্যসকলে স্বামীগৰাকীক পৰামৰ্শ দিবলৈ আৰম্ভ কৰিছে। মানসিক সন্তুষ্টিৰ বাবে তেওঁক যোগাসন আৰু প্ৰাণায়াম কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। অভয়মৰ সদস্যসকলে কয় যে ব্যক্তিজনক আৰু অধিক কাউন্সেলিংৰ প্ৰয়োজন হ’ব। তেওঁক যৌন ৰোগ বিশেষজ্ঞ তথা অভিজ্ঞতা থকা মনোবিজ্ঞানীৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিবলৈ দিয়া হৈছে।

উল্লেখ্য যে ১৮১-এটা ইউনিভাৰ্চেল হেল্পলাইন নম্বৰ য’ত বিপদত পৰা মহিলাসকলে মাত্ৰ এটা ফোনতে চিকিৎসা, আশ্ৰয়, আইনী পৰামৰ্শ আদি বিভিন্ন সুবিধা লাভ কৰিব পাৰে। শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হোৱা মহিলাসকলক সহায় কৰাৰ বাবে চৰকাৰী পদক্ষেপ হিচাপে অভয়ম হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
অ’টোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰি কেজৰিৱালৰ চমক! ‘অভিনয়’ আখ্যা বিজেপিৰ

অ’টোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰি কেজৰিৱালৰ চমক! ‘অভিনয়’ আখ্যা বিজেপিৰ

অতি হৃদয় বিদাৰক ঘটনা! স্কুল বাছৰ ভিতৰত শ্বাসৰুদ্ধ হৈ ৪ বছৰীয়া ছাত্ৰীৰ কৰুণ মৃত্যু

অতি হৃদয় বিদাৰক ঘটনা! স্কুল বাছৰ ভিতৰত শ্বাসৰুদ্ধ হৈ ৪ বছৰীয়া ছাত্ৰীৰ কৰুণ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.