• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰভাতলিতে কইনা আৰু ভনী জোঁৱাইৰ গোপন সম্পৰ্কৰ ভিডিঅ’ ভাইৰেল কৰিলে দৰাই

ৰভাতলিতে কইনা আৰু ভনী জোঁৱাইৰ গোপন সম্পৰ্কৰ ভিডিঅ’ ভাইৰেল কৰিলে দৰাই

4 years ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

15 minutes ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

2 hours ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

2 hours ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

3 hours ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

3 hours ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

4 hours ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

4 hours ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

5 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

5 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

7 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

8 hours ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰভাতলিতে কইনা আৰু ভনী জোঁৱাইৰ গোপন সম্পৰ্কৰ ভিডিঅ’ ভাইৰেল কৰিলে দৰাই

editor by editor
August 11, 2022
in জীৱনশৈলী, বিশ্ব
0
ৰভাতলিতে কইনা আৰু ভনী জোঁৱাইৰ গোপন সম্পৰ্কৰ ভিডিঅ’ ভাইৰেল কৰিলে দৰাই
0
SHARES
50.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পূৰ্ণগতিত চলি আছে বিয়াৰ প্ৰস্তুতি। দৰা-কইনা দুয়োজনেই বিয়াৰ সাজ-পোছাক পিন্ধিছে। বিয়াৰ অনুষ্ঠানৰ বাবে আত্মীয়-স্বজন, বন্ধু-বান্ধৱীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে। আৰু ইফালে দৰাৰ কাণ্ড দেখি সকলো হতবাক হৈ পৰে!

শেহতীয়াকৈ চীনৰ এখন বিবাহৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত বিয়াৰ পূৰ্বে দৰাই নিজৰ কইনাৰ বাবে এটা ডাঙৰ ছাৰপ্ৰাইজৰ পৰিকল্পনা কৰে।

বিয়াত নিজেই কইনাৰ বাবে এটা এটা ভিডিঅ’ কৰিছিল দৰাই। আৰু ভিডিঅ’টো চোৱাৰ লগে লগে আৰম্ভ হ’ল দৰা-কইনাৰ মাজত কাজিয়া। বিবাহস্থলীত উপস্থিত থকা সকলোৱে আচৰিত হয়, আচলতে সেই ভিডিঅ’টোত কি আছে?

লগতে পঢ়ক ৰাজ্যত চলিছে ঘোচ খোৱাৰ প্ৰতিযোগিতা! ঘোচ লৈ হাতে-লোটে ধৰা পৰিল চৰকাৰী বিষয়াসহ কৰ্মচাৰী

দৰাচলতে দৰাজনে ইতিমধ্যে অনুমান কৰিব পাৰিছিল যে তেওঁৰ প্ৰেমিকা তথা কইনাই তেওঁক প্ৰতাৰণা কৰি আহিছে। সেয়ে বহুদিন ধৰি তেওঁ প্ৰেমিকাৰ ওপৰত চকু ৰাখিছিল। শেষত তেওঁ গম পায় যে তেওঁৰ ভৱিষ্যৎ পত্নীৰ গৰ্ভৱতী আৰু ভনী জোঁৱাইৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে। দৰা অৰ্থাৎ প্ৰেমিকে কথাটো তেওঁ হজম কৰিব পৰা নাছিল। প্ৰেমিকা আৰু ভনী জোঁৱাইৰ মাজত হোৱা কিছুমান অন্তৰংগ মুহূৰ্ত ৰেকৰ্ড কৰি প্ৰেমিকে এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল৷ আৰু তেওঁৰ প্ৰেমিকাৰ গোপন অধ্যায় উন্মোচন কৰিবলৈ তেওঁ বিয়াৰ দিনটোকে বাছি লৈছিল।

ইফালে এই কথাত কইনাৰ প্ৰচণ্ড খং উঠিল। ভিডিঅ’টোক এতিয়া নেটনাগৰিকৰ মাজত গৰম আলোচনা৷ যুৱকজন সঠিক নে ভুল নহয় সেয়াও এই আলোচনাৰ বিষয়৷

বহুতে এগৰাকী যুৱতীৰ গোপন মুহূৰ্ত সকলোৰে আগত প্ৰকাশ কৰাটো সঠিক নেকি বুলিও প্ৰশ্ন কৰিছে। বহুতে কয় যে যুৱকজনে যি কৰিছে ভালেই কৰিছে, এনেকৈ প্ৰতাৰণা কাৰোবাসকলক এনে শিক্ষাই দিব লাগে বুলিও একাংশই মন্তব্য কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBrideGroomGroom exposes bridemarriage
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!
বিশ্ব

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

September 7, 2026
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন
জীৱনশৈলী

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

September 7, 2026
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে
জীৱনশৈলী

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

September 7, 2026
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?
জীৱনশৈলী

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

September 7, 2026
Next Post
প্ৰেমিকক এৰি স্বামী ঘৰলৈ উভতি অহাৰ শাস্তি, গাঁৱৰ মাজৰ ৰাস্তাত প্ৰেমিকাক উলংগ কৰি প্ৰহাৰ প্ৰেমিকৰ

প্ৰেমিকক এৰি স্বামী ঘৰলৈ উভতি অহাৰ শাস্তি, গাঁৱৰ মাজৰ ৰাস্তাত প্ৰেমিকাক উলংগ কৰি প্ৰহাৰ প্ৰেমিকৰ

এইবাৰ ভাৰাতীয়াৰ মূৰত ৰামটাঙোন! ভাৰাতীয়াই দিব লাগিব ১৮ শতাংশ জিএছটি!

এইবাৰ ভাৰাতীয়াৰ মূৰত ৰামটাঙোন! ভাৰাতীয়াই দিব লাগিব ১৮ শতাংশ জিএছটি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.