• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ সন্তানক খোৱাম নে মাৰি পেলাম?’ কাক আৰু কিয় এইদৰে ক’লে এক পাকিস্তানী মাতৃয়ে?

‘মোৰ সন্তানক খোৱাম নে মাৰি পেলাম?’ কাক আৰু কিয় এইদৰে ক’লে এক পাকিস্তানী মাতৃয়ে?

4 years ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

32 minutes ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

1 hour ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

2 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

3 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

3 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

4 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

4 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

5 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

6 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

6 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘মোৰ সন্তানক খোৱাম নে মাৰি পেলাম?’ কাক আৰু কিয় এইদৰে ক’লে এক পাকিস্তানী মাতৃয়ে?

editor by editor
August 11, 2022
in বিশ্ব, ৰাজনীতি
0
‘মোৰ সন্তানক খোৱাম নে মাৰি পেলাম?’ কাক আৰু কিয় এইদৰে ক’লে এক পাকিস্তানী মাতৃয়ে?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ কৰাচী চহৰৰ এগৰাকী মহিলাই এক ভিডিঅ’ যোগে দেশখনৰ অৰ্থনৈতিক দুৰাৱস্থা এনেদৰে উদঙাই দিছে যে তেওঁৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা পিছতে বিশ্বজুই চৰ্চা লাভ কৰিছে৷

দুই সন্তানৰ মাতৃ মহিলাগৰাকীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক উদ্দেশ্যি ভিডিঅ’টোত কয়, ‘‘আপুনি মোক কওক, এই মুদ্ৰাস্ফীতিত, মই মোৰ সন্তানক খুৱাম নে মাৰি পেলাম?’’

উল্লেখ্য যে পাকিস্তান দীৰ্ঘদিন ধৰি অৰ্থনৈতিক সংকট আৰু মুদ্ৰাস্ফীতিৰ ফান্দত আবদ্ধ হৈ আছে। আনকি পাকিস্তানৰ অৱস্থা শ্ৰীলংকাৰ দৰে হ’ব পাৰে বুলিও বিশেষজ্ঞসকল শংকিত হৈ পৰিছে৷ এই সকলোবোৰৰ মাজতে অত্যাৱশ্যকীয় বস্তুৰ বাবে বজাৰ কৰি বজাৰৰ পৰা উভতি আহোঁতে এগৰাকী গৃহিনীয়ে নিজৰ মৰ্ম বেদনা এইদৰে প্ৰকাশ কৰে।

کراچی سے تعلق رکھنے والی ایک ماں نے حکمرانوں کو اپنا بجلی کا بل اور کچن کے لئے اشیاء کی خریداری کا بل دکھا کر کچھ سوال پوچھے میں نے یہ سوال مفتاح اسماعیل کو بھیج دئیے مفتاح صاحب نے جواب بھجوا دیا ہے لیکن پہلے ایک ماں کا دکھڑا سن لیں pic.twitter.com/THahmjAjUL

— Hamid Mir (@HamidMirPAK) August 9, 2022

লগতে পঢ়ক বিয়াৰ অজুহাতেৰে এয়াৰ হোষ্টছক ধৰ্ষণ; ঘৰলৈ নি যুৱতীৰ ওপৰত শাৰীৰিক আক্ৰমণ

পাকিস্তানৰ জ্যেষ্ঠ সাংবাদিক হামিদ মিৰে কয় ভিডিঅ’টো শ্বেয়াৰ কৰি কয় মই বিচাৰো যে সমগ্ৰ পাকিস্তানে এই মহিলাগৰাকীৰ কণ্ঠ শুনক। ৰবিয়া নামৰ এইগৰাকী মহিলাই কৈছে যে দায়িত্বশীল পদবীত থকা শ্বাহবাজ শ্বৰীফ আৰু মৰিয়ামৰ দৰে লোকসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ পিছত তেওঁলোকৰ খৰচ কেনেদৰে পৰিচালনা কৰিব লাগে সেই কথা কওক।

কেৱল এয়াই নহয়, নিজৰ কথা কৈ থাকোঁতে মহিলাগৰাকীয়ে কয় যে তেওঁৰ দুটা সন্তান আছে। এটা সন্তান ৰোগাক্ৰান্ত আৰু তেওঁৰ চিকিৎসাৰ বাবে ঔষধৰ খৰচ যোৱা চাৰি মাহত প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে। সন্তানৰ বাবে ঔষধ কিনাৰ পৰা হাত সাৰিব পাৰিমনে? তেওঁ আৰু কয় যে চৰকাৰে দৰিদ্ৰ জনসাধাৰণক প্ৰায় হত্যা কৰিছে। সঁচাকৈয়ে আপুনি ঈশ্বৰকো ভয় নকৰেনে? প্ৰধানমন্ত্ৰীক উদ্দেশ্যি মহিলাগৰাকীয়ে কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assaminflationpakistan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?
ৰাজনীতি

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

October 13, 2026
বিজেপি নেতাৰ গৃহত ডকাইতি
ৰাজনীতি

বিজেপি নেতাৰ গৃহত ডকাইতি

October 13, 2026
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী
ভাৰত

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

October 13, 2026
Next Post
ৰভাতলিতে কইনা আৰু ভনী জোঁৱাইৰ গোপন সম্পৰ্কৰ ভিডিঅ’ ভাইৰেল কৰিলে দৰাই

ৰভাতলিতে কইনা আৰু ভনী জোঁৱাইৰ গোপন সম্পৰ্কৰ ভিডিঅ’ ভাইৰেল কৰিলে দৰাই

প্ৰেমিকক এৰি স্বামী ঘৰলৈ উভতি অহাৰ শাস্তি, গাঁৱৰ মাজৰ ৰাস্তাত প্ৰেমিকাক উলংগ কৰি প্ৰহাৰ প্ৰেমিকৰ

প্ৰেমিকক এৰি স্বামী ঘৰলৈ উভতি অহাৰ শাস্তি, গাঁৱৰ মাজৰ ৰাস্তাত প্ৰেমিকাক উলংগ কৰি প্ৰহাৰ প্ৰেমিকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.