• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়াৰ অজুহাতেৰে এয়াৰ হোষ্টছক ধৰ্ষণ; ঘৰলৈ নি যুৱতীৰ ওপৰত শাৰীৰিক আক্ৰমণ

বিয়াৰ অজুহাতেৰে এয়াৰ হোষ্টছক ধৰ্ষণ; ঘৰলৈ নি যুৱতীৰ ওপৰত শাৰীৰিক আক্ৰমণ

4 years ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

11 minutes ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

1 hour ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

1 hour ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

3 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

3 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

4 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

4 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

5 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

6 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

6 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

14 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিয়াৰ অজুহাতেৰে এয়াৰ হোষ্টছক ধৰ্ষণ; ঘৰলৈ নি যুৱতীৰ ওপৰত শাৰীৰিক আক্ৰমণ

editor by editor
August 11, 2022
in অপৰাধ, ভাৰত
0
বিয়াৰ অজুহাতেৰে এয়াৰ হোষ্টছক ধৰ্ষণ; ঘৰলৈ নি যুৱতীৰ ওপৰত শাৰীৰিক আক্ৰমণ
0
SHARES
22.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুম্বাইত বসবাস কৰা এগৰাকী এয়াৰ হোষ্টেছৰ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। যুৱতীগৰাকীয়ে অভিযোগ কৰা অনুসৰি উজ্জয়িনীৰ আৰ্টিলাৰীত বাস কৰা আশী খান নামৰ যুৱকজনে ২০২০ চনত লিভ-ইনত থকাৰ সময়ত কেইবাবাৰো শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল।

পেছাত এয়াৰহোষ্টেজ যুৱতীগৰাকীয়ে ইয়াৰ পিছত যুৱকজনক বিয়াৰ বাবে হেঁচা দিয়াত যুৱকজনে তেওঁক এৰি পলায়ন কৰে। সেই সময়ত যুৱকজনে মুম্বাইত কাপোৰৰ ব্যৱসায় কৰি আছিল। ২০২২ চনৰ এপ্ৰিল মাহত মুম্বাইৰ এখন থানাত যুৱকজনৰ বিৰুদ্ধে ছোৱালীজনীয়ে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিতে অভিযুক্ত যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল।

ইয়াৰ পিছতে কাৰাগাৰত বহি যুৱকজনে পুনৰ যুৱতীগৰাকীক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি কাৰাগাৰৰ পৰা ১১ দিনৰ পিছত জামিন লাভ কৰে। অৱশ্যে যুৱকজনে আৰু যুৱতীগৰাকীক লৈ যোৱা ৮ আগষ্টত উজ্জয়িনীলৈ আহে৷ উজ্জয়িনীস্থিত ধৰি যুৱকজনৰ ঘৰতে যোৱা দুটা দিন দুয়োৱেতাকে।

লগতে পঢ়ক আলফা(স্বা)লৈ যাবলৈ ভৰি দাঙি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল চৰকাৰী বিষয়াৰ পত্নী

যুৱতীগৰাকীয়ে জনোৱা মতে, যোৱা ৯ তাৰিখে নিশা অভিযুক্ত আশী খানে তেওঁক শাৰীৰিকভাৱে আক্ৰমণৰ কৰে৷ ইয়াৰ পিছতে ভুক্তভোগী যুৱতাগৰাকীয়ে থানাত উপস্থিত হয় আৰু আৰক্ষীয়ে আহত যুৱতীগৰাকীক ৰাতিয়ে চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰে।

এয়াৰ হোষ্টেছৰ মতে, অভিযুক্তৰ পৰিয়ালৰ লোকে আলোচনা কৰি তেওঁলোকৰ দুয়োৰে বিয়া কৰাব বুলি প্ৰতিশ্ৰুতি দিয়ে। এই প্ৰতিশ্ৰুতিৰ ভিত্তিতে পূৰ্বৰ অভিযোগ তেওঁ প্ৰত্যাহাৰ কৰা পিছতে যোৱা ৮ আগষ্টত যুৱকজনে যুৱতীগৰাকীক উজ্জয়িনীৰ ঘৰলৈ আনে। ইয়াৰ পিছতে অভিযুক্ত যুৱকজনে যুৱতীগৰাকীক বিভিন্ন প্ৰকাৰে শাৰীৰিক অত্যাচাৰ কৰিবলৈ ধৰে।

লগতে পঢ়ক বিয়াৰ ৫৪ বছৰৰ পিছত পুত্ৰ সন্তান জন্ম, ৭৫ বছৰৰ বয়সত পিতৃত্বৰ গৌৰৱ প্ৰাক্তন সৈনিকৰ

ইয়াৰ পিছতে যুৱতীগৰাকীয়ে পুনৰ আৰক্ষীৰ ওচৰত যুৱকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে আৰু আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷

ইয়াৰ পিছত তাই পোনে পোনে মহিলা থানালৈ গ’ল। ৰাতিপুৱা যেতিয়া ছোৱালীজনী পুনৰ থানাত উপস্থিত হয়, তেতিয়া ছোৱালীজনীয়ে নিজৰ ইচ্ছামতে আৰক্ষীক এটা বিবৃতি দিলে যে ইয়াৰ পিছত যিয়েই হ’ব সেয়া তাইৰ নিজৰ দায়িত্ব হ’ব। বক্তব্য ৰেকৰ্ড কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: air hostess rapedasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা
ভাৰত

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

September 16, 2026
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল
অসম

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

September 15, 2026
UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
Next Post
ৰাজ্যত চলিছে ঘোচ খোৱাৰ প্ৰতিযোগিতা! ঘোচ লৈ হাতে-লোটে ধৰা পৰিল চৰকাৰী বিষয়াসহ কৰ্মচাৰী

ৰাজ্যত চলিছে ঘোচ খোৱাৰ প্ৰতিযোগিতা! ঘোচ লৈ হাতে-লোটে ধৰা পৰিল চৰকাৰী বিষয়াসহ কৰ্মচাৰী

‘মোৰ সন্তানক খোৱাম নে মাৰি পেলাম?’ কাক আৰু কিয় এইদৰে ক’লে এক পাকিস্তানী মাতৃয়ে?

‘মোৰ সন্তানক খোৱাম নে মাৰি পেলাম?’ কাক আৰু কিয় এইদৰে ক’লে এক পাকিস্তানী মাতৃয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.