• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়াৰ ৫৪ বছৰৰ পিছত পুত্ৰ সন্তান জন্ম, ৭৫ বছৰৰ বয়সত পিতৃত্বৰ গৌৰৱ প্ৰাক্তন সৈনিকৰ

বিয়াৰ ৫৪ বছৰৰ পিছত পুত্ৰ সন্তান জন্ম, ৭৫ বছৰৰ বয়সত পিতৃত্বৰ গৌৰৱ প্ৰাক্তন সৈনিকৰ

4 years ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

30 minutes ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

2 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

2 hours ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

3 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

4 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

5 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

5 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

18 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

19 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

19 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

20 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিয়াৰ ৫৪ বছৰৰ পিছত পুত্ৰ সন্তান জন্ম, ৭৫ বছৰৰ বয়সত পিতৃত্বৰ গৌৰৱ প্ৰাক্তন সৈনিকৰ

editor by editor
August 11, 2022
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বিয়াৰ ৫৪ বছৰৰ পিছত পুত্ৰ সন্তান জন্ম, ৭৫ বছৰৰ বয়সত পিতৃত্বৰ গৌৰৱ প্ৰাক্তন সৈনিকৰ
0
SHARES
950
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গোপীচান্দ৷ ঘৰ ৰাজস্থানৰ আলৱাৰ জিলাত৷ প্ৰাক্তন ভাৰতীয় সৈনিক৷ ভাৰত-পাকিস্তানৰ যুদ্ধত শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰা অভিজ্ঞতাৰেপুষ্ট তেওঁ৷

বৰ্তমান ৭৫ বছৰীয়া ভাৰতৰ এই প্ৰাক্তন সৈনিকজনে আজিৰ পৰা ৫৪ বছৰৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল৷ বৰ্তমান তেওঁৰ পত্নীৰ বয়সো ৭০ বছৰ৷

বয়সৰ লেখেৰে বৃদ্ধ হোৱা এই দম্পতীহালে বৈবাহিক জীৱনৰ ৫৪ টা বসন্তও অতিক্ৰান্ত কৰিলে৷ কিন্তু তেওঁলোক যোৱা ৫৪ টা বছৰে হৈ আছিল নিঃসন্তান৷

লগতে পঢ়ক বিকংলাগ লোকৰ ওপৰত বৰ্বৰ অত্যাচাৰ: প্লাষ্টিকৰ পাইপেৰে প্ৰহাৰ, চেলেকালে ভৰি

বৈবাহিক জীৱনৰ বিগত ৫৪ টা বছৰে নিঃসন্তান হৈ থকা বৃদ্ধ দম্পতীহালৰ মনত ইয়াকে লৈ কিছু দুখ, হতাশাও আছিল৷ কিন্তু তেওঁলোকে হাৰ মনা নাছিল৷

দম্পতীহালে এই বৃদ্ধাৱস্থাতো পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিছে৷ তেওঁলোক দুয়োৰে এটা পুত্ৰ সন্তানৰ জন্ম হৈছে৷ অৱশ্যে বিশ্বৰ বহু ৭০-৮০ বছৰীয়া দম্পতীয়ে আইভিএফ প্ৰযুক্তিৰ দ্বাৰা পিতৃ-মাতৃ হোৱাৰ ইচ্ছা পূৰণ হৈ আহিছে৷

ইফালে ৭৫ বছৰ বয়সত পিতৃত্ব অৰ্জন কৰি গৌৰৱান্বিত পিতৃ গোপীচান্দ আৰু তেওঁৰ ঝুনঝুনুৰ নুহানিয়া গাঁৱৰ সকলো বাসিন্দা।

লগতে পঢ়ক সাগৰৰ পাৰত বিশাল আকাৰৰ অদ্ভুত জীৱ আৱিষ্কাৰ!দেখি স্তম্ভিত হ’ল সমগ্ৰ নেট-নাগৰিক!

চিকিৎসক ডাঃ পংকজ গুপ্তাই শিশু আৰু মাতৃ দুয়ো বৰ্তমান সুস্থ বুলি কৈ নৱজাতকৰ ওজন প্ৰায় ৩.৫ কিলোগ্ৰাম বুলি প্ৰকাশ কৰিছে৷ চিকিৎসক ডাঃ গুপ্তাৰ মতে সমগ্ৰ দেশতে এই বয়সত কেৱল কেইটামান শিশুৰ জন্ম হোৱাৰ ঘটনাহে ঘটিছে। এয়া সম্ভৱতঃ ৰাজস্থানৰ প্ৰথম ঘটনা য’ত এজন ৭৫ বছৰীয়া পুৰুষ আৰু ৭০ বছৰীয়া মহিলাৰ এটা সন্তান জন্ম হৈছে।

আনহাতে বৃদ্ধ বয়সত পিতৃ হোৱাত উৎফুল্লিত হৈ পৰিছে গোপীচান্দ৷ গোপীচান্দে এই সম্পৰ্কে কয় ‘‘আমি আমাৰ পৰিয়ালক আগুৱাই নিবলৈ পাই সুখী, কিয়নো মই মোৰ দেউতা নায়নু সিঙৰ একমাত্ৰ পুত্ৰ৷’’

উল্লেখ্য যে সন্তানৰ পিতৃ হোৱাৰ মানসেৰে  প্ৰায় ডেৰ বছৰ পূৰ্বে গোপীচান্দে তেওঁৰ আত্মীয়ৰ জৰিয়তে প্ৰজনন কেন্দ্ৰৰ কাষ চাপিছিল। তেওঁৰ পত্নী চন্দ্ৰাৱতী দেৱীয়ে আইভিএফৰ জৰিয়তে তৃতীয় প্ৰচেষ্টাত ন মাহ আগতে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হৈছিল আৰু অৱশেষত তেওঁলোক এক পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

June 21, 2026
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক
জীৱনশৈলী

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

June 21, 2026
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

June 21, 2026
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!
বিনোদন

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

June 21, 2026
Next Post
আলফা(স্বা)লৈ যাবলৈ ভৰি দাঙি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল চৰকাৰী বিষয়াৰ পত্নী

আলফা(স্বা)লৈ যাবলৈ ভৰি দাঙি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল চৰকাৰী বিষয়াৰ পত্নী

মেট্ৰ’ত মহিলা আসনৰ পাছফালে কণ্ডমৰ বিজ্ঞাপন, ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সূচনা

মেট্ৰ’ত মহিলা আসনৰ পাছফালে কণ্ডমৰ বিজ্ঞাপন, ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সূচনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.