• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিবন্ধী লোকৰ ওপৰত বৰ্বৰ অত্যাচাৰ: প্লাষ্টিকৰ পাইপেৰে প্ৰহাৰ, চেলেকালে ভৰি

প্ৰতিবন্ধী লোকৰ ওপৰত বৰ্বৰ অত্যাচাৰ: প্লাষ্টিকৰ পাইপেৰে প্ৰহাৰ, চেলেকালে ভৰি

4 years ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

17 minutes ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

41 minutes ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

1 hour ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

2 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

2 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

3 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

3 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

4 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

4 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

5 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

7 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰতিবন্ধী লোকৰ ওপৰত বৰ্বৰ অত্যাচাৰ: প্লাষ্টিকৰ পাইপেৰে প্ৰহাৰ, চেলেকালে ভৰি

editor by editor
August 11, 2022
in অপৰাধ, ভাৰত
0
প্ৰতিবন্ধী লোকৰ ওপৰত বৰ্বৰ অত্যাচাৰ: প্লাষ্টিকৰ পাইপেৰে প্ৰহাৰ, চেলেকালে ভৰি
0
SHARES
5.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱতাক ভুলুণ্ঠিত কৰাৰ এক অতি বৰ্বৰ কাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈছে৷ ভিডিঅ’টোত দেখা গৈছে যে এজন প্ৰতিবন্ধী লোকক দুজন ব্যক্তিয়ে বৰ্বৰভাৱে আক্ৰমণ কৰিছে৷ জানিব পৰা মতে ভিডিঅ’টো ওড়িশাৰ ময়ুৰভঞ্জৰ৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে নেট-নাগৰিকে অভিযুক্ত দুই ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে৷

ভিডিঅ’টোত দেখা গৈছে যে এজন প্ৰতিবন্ধী লোক মজিয়াত বহি আছে৷ দুজন লোকৰ এজনে লোকজনক চুলিত ধৰি আছে আৰু আনজনে এডাল প্লাষ্টিকৰ লাঠিৰে প্ৰতিবন্ধী লোকজনক প্ৰচণ্ড জোৰেৰে প্ৰহাৰ কৰা দেখা গৈছে৷ ইজন লোকে ভৰিৰ মোজা খুলি বিকলাংগ লোকজনক ভৰি চেলেকিবলৈ বাধ্য কৰাইছে৷

কান্দোত চিঞৰি থকা প্ৰতিবন্ধী লোকজনক কোনো লোকে সহায় কৰিবলৈ আগবাঢ়ি অহা দেখা নগ’ল৷

A de-addiction center owner is brutally torturing a disabled person.The worker even beats the patient with a plastic pipe and forcefully licks his feet.
The barbaric incident happened at #Mayurbhanj,Odisha@nhrfnews @UNHumanRights @ANI @DGPOdisha @CMO_Odisha @rashtrapatibhvn pic.twitter.com/2ChpmljdF9

— Manas Behera. ANI (@manasbehera07) August 10, 2022

লগতে পঢ়ক  টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

অসহায় দুভগীয়া অক্ষম লোকজনে ভৰি চেলেকিবলৈ ইতস্ততঃবোধ কৰাত আনজন লোকে চুলিত ধৰি জোৰেৰে ভৰি চেলেকাই দিয়ে। ভৰিত জিভাখন লগাৰ পিছতে জিভাখন চাফা কৰিবলৈ চেষ্টা কৰে, কিন্তু আকৌ তেওঁক গুণ্ডাগিৰি কৰি চুলিত ধৰি দুবাৰ ভৰি চেলেকিবলৈ বাধ্য কৰা হয়।

মানৱ সমাজক লজ্জানত কৰা এই অমানৱীয় ঘটনাটো ময়ুৰভঞ্জৰ এটা ড্ৰাগছ নিচা মুক্তি কেন্দ্ৰৰ৷ এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে বৰ্বৰ কাণ্ড সংঘটিত কৰা দুই অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰাৰ সময়তে ঘটনাটো এটা বছৰৰ পুৰণি বুলি জানিব পৰা গৈছে৷

ময়ুৰভঞ্জ আৰক্ষীয়ে প্ৰকাশ কৰিছে যে ঘটনা সন্দৰ্ভ ইতিমধ্যে বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰি দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰা হৈছে৷ আৰক্ষীয়ে স্পষ্টভাৱে কয় যে এই অমানৱীয় ঘটনাটোৰ ভিডিঅ’ এতিয়া ভাইৰেল হ’লেও বিগত বৰ্ষৰ জুলাই মাহতেই সংঘটিত হৈছিল৷

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMayurbhanjodishaUNHumanRightsviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

October 6, 2026
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?
বিনোদন

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

October 6, 2026
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’
অসম

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

October 6, 2026
Next Post
‘মোৰ বাবে প্ৰাৰ্থনা কৰক, মই বহুত কষ্ট ভুগি আছো’ অনুৰাগীক কিয় কৰযোৰে আহ্বান ছোৱেইব আখটাৰৰ?

‘মোৰ বাবে প্ৰাৰ্থনা কৰক, মই বহুত কষ্ট ভুগি আছো’ অনুৰাগীক কিয় কৰযোৰে আহ্বান ছোৱেইব আখটাৰৰ?

বিয়াৰ ৫৪ বছৰৰ পিছত পুত্ৰ সন্তান জন্ম, ৭৫ বছৰৰ বয়সত পিতৃত্বৰ গৌৰৱ প্ৰাক্তন সৈনিকৰ

বিয়াৰ ৫৪ বছৰৰ পিছত পুত্ৰ সন্তান জন্ম, ৭৫ বছৰৰ বয়সত পিতৃত্বৰ গৌৰৱ প্ৰাক্তন সৈনিকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.