• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

4 years ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

5 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

5 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

6 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

6 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

7 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

8 hours ago
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

9 hours ago
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

9 hours ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

10 hours ago
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

10 hours ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

13 hours ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

editor by editor
August 10, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
0
SHARES
21.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহুতে শুই থকাৰ সময়ত কেতিয়াবা কঁপনি অনুভৱ কৰে। কিন্তু কিয় এনেকুৱা হয় আৰু ইয়াৰ কাৰণ কি জানেনে? এইটো এটা ৰোগ নে স্বাভাৱিক? জানো আহক….

ইয়াক ‘হিপনিক জৰ্ক’ বা ‘শ্লীপ ষ্টাৰ্ট’ বুলি জনা যায়। এয়া হৈছে জাগ্ৰত হোৱা আৰু শুই থকাৰ মাজৰ অৱস্থা। এয়া হৈছে টোপনি আৰু অনিদ্ৰাৰ পৰিৱৰ্তনকাল।

মানুহে লঘু টোপনিত থাকিলে এই কঁপনিবোৰ অনুভৱ হয়। অৰ্থাৎ তেওঁ সম্পূৰ্ণ জাগ্ৰত নহয়, গভীৰ টোপনিতো নাই। সাধাৰণতে টোপনিৰ প্ৰথম পৰ্যায়ত হৃদস্পন্দন আৰু উশাহ-নিশাহ লেহেমীয়া হ’লে এই পৰিঘটনা ঘটে।

গৱেষণা অনুসৰি শুই থকাৰ সময়ত কঁপনি অনুভৱ কৰাটো স্বাভাৱিক। প্ৰায় ৬০ৰ পৰা ৭০ শতাংশ লোকে এনে অনুভৱ কৰে। বহুতে হিপনিক জৰ্ক অনুভৱ কৰে কিন্তু হয় মনত নাপায় বা সচেতন নহয়। বিশেষকৈ তেতিয়া যদি কাৰোবাৰ টোপনি এই কঁপনিবোৰে ভাঙি নাযায়, তেন্তে জনাটো বৰ কঠিন হৈ পৰে।

ই কোনো ৰোগ নহয় আৰু ই কোনো স্নায়ুতন্ত্ৰৰ বিকাৰ নহয়। বিজ্ঞানী আৰু চিকিৎসকে ইয়াক এক স্বাভাৱিক প্ৰক্ৰিয়া বুলি গণ্য কৰে।

কিন্তু কিয় এনে হয়? যদিও এতিয়ালৈকে কোনো নিশ্চিত গৱেষণা কৰা হোৱা নাই, কিন্তু ইয়াৰ আঁৰত বিজ্ঞানীসকলে বিভিন্ন কাৰণ দাঙি ধৰিছে। কিছুমানে কয় যে সপোনত পৰিলে বা বিভ্ৰান্ত হ’লে শৰীৰত কঁপনি উঠে।

কিছুমান বিজ্ঞানীৰ মতে মানসিক চাপ, উদ্বেগ, ভাগৰ বা কেফেইন সেৱন কৰা বা টোপনিৰ অভাৱ আদি কাৰণে ইয়াৰ আঁৰত কাম কৰে। কেতিয়াবা সন্ধিয়া সময়ত কৰা অত্যধিক শাৰীৰিক ক্ৰিয়া-কলাপ বা ব্যায়াম কৰিলেও হিপনিক জৰ্ক হ’ব পাৰে।

এক প্ৰতিবেদন অনুসৰি টোপনিৰ সময়ত মাংসপেশীৰ ক্ৰেম্প হোৱাৰ বাবে আমি কঁপনি অনুভৱ কৰো। ইয়াৰ লগতে মাংসপেশীৰ স্পামৰ কাৰণ হ’ল শব্দ আৰু পোহৰ বুলিও কোৱা হৈছে।

অস্বস্তিকৰ অৱস্থাত শুই থকা বা কেঁচা টোপনিত শুই থকা। এনে অৱস্থাত মগজুৰ আধা অংশ সক্ৰিয় হৈ থাকে বুলি বিশ্বাস কৰা হয়।

স্নায়ু উদ্দীপক ঔষধৰ অতিমাত্ৰা সেৱন কৰিলেও হিপনিক জৰ্ক হোৱাৰ আশংকা হ’ব পাৰে।

শুই থকাৰ সময়ত কঁপনি হোৱাটো সম্পূৰ্ণ স্বাভাৱিক কিন্তু যদি আপুনি অহৰহ অস্থিৰতা অনুভৱ কৰে বা ইয়াৰ বাবে আপোনাৰ টোপনি প্ৰায়ে বিঘ্নিত হয় তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে।

see More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamhealth tipssleeping
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

August 4, 2026
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও
জীৱনশৈলী

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

August 4, 2026
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত
বাণিজ্য

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

August 4, 2026
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’
জীৱনশৈলী

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

August 4, 2026
Next Post
সাগৰৰ পাৰত বিশাল আকাৰৰ অদ্ভুত জীৱ আৱিষ্কাৰ!দেখি স্তম্ভিত হ’ল সমগ্ৰ নেট-নাগৰিক!

সাগৰৰ পাৰত বিশাল আকাৰৰ অদ্ভুত জীৱ আৱিষ্কাৰ!দেখি স্তম্ভিত হ’ল সমগ্ৰ নেট-নাগৰিক!

প্ৰতিবন্ধী লোকৰ ওপৰত বৰ্বৰ অত্যাচাৰ: প্লাষ্টিকৰ পাইপেৰে প্ৰহাৰ, চেলেকালে ভৰি

প্ৰতিবন্ধী লোকৰ ওপৰত বৰ্বৰ অত্যাচাৰ: প্লাষ্টিকৰ পাইপেৰে প্ৰহাৰ, চেলেকালে ভৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.