• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আলফা(স্বা)লৈ যাবলৈ ভৰি দাঙি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল চৰকাৰী বিষয়াৰ পত্নী

আলফা(স্বা)লৈ যাবলৈ ভৰি দাঙি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল চৰকাৰী বিষয়াৰ পত্নী

4 years ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

36 minutes ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

1 hour ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

2 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

3 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

4 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

4 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

17 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

18 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

19 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

19 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

19 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আলফা(স্বা)লৈ যাবলৈ ভৰি দাঙি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল চৰকাৰী বিষয়াৰ পত্নী

editor by editor
August 11, 2022
in অসম
0
আলফা(স্বা)লৈ যাবলৈ ভৰি দাঙি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল চৰকাৰী বিষয়াৰ পত্নী
0
SHARES
16.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰক্ষী প্ৰশাসন যিমান কঠোৰ হ’লেও যেন গা নলৰে একাংশ যুৱক-যুৱতী তথা লোকৰ৷ বিগত সময়ছোৱাত ৰাজ্যত কে’বাগৰাকীও যুৱক-যুৱতীয়ে সামাজিক মাধ্যমত নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা)ৰ সমৰ্থন পোষ্ট কৰি ৰঙাঘৰৰ আহলী হ’বলগীয়া হৈছে৷

ইয়াৰ পিছতো যেন ৰাজ্যৰ যুৱসমাজ আৰু একাংশ লোকক সচেতন হোৱা নাই৷ ইটোৰ পিছত সিটোকৈ আলফা(স্বা)ৰ সমৰ্থন মন্তব্য প্ৰকাশ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ আছে যুৱক-যুৱতী৷

এইবাৰ তদ্ৰূপ মন্তব্য কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে এগৰাকী চৰকাৰী বিষয়াৰ পত্নী তথা এটি ৮ বছৰীয়া সন্তানৰ মাতৃয়ে৷

লগতে পঢ়ক ‘মোৰ বাবে প্ৰাৰ্থনা কৰক, মই বহুত কষ্ট ভুগি আছো’ অনুৰাগীক কিয় কৰযোৰে আহ্বান ছোৱেইব আখটাৰৰ?

শিপ্ৰা দত্ত দাস (৪৬) নামৰ এগৰাকী ৮ বছৰীয়া মাতৃ সামাজিক মাধ্যমত আলফা স্বাধীনলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰা গ্ৰেপ্তাৰ হৈছে৷ যোৱা নিশা নগাঁও সদৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে৷

নগাঁও সদৰ আৰক্ষীৰ থানাত মহিলাগৰাকীৰ বিৰুদ্ধে ৮৩৫/২০২২ নম্বৰত গোচৰ ৰুজু কৰিছিল৷ উল্লেখ্য যে গ্ৰেপ্তাৰ বৰণ কৰা মহিলাগৰাকী এগৰাকী চৰকাৰী বিষয়াৰ পত্নী বুলি প্ৰকাশ পাইছে৷

লগতে পঢ়ক প্ৰতিবন্ধী লোকৰ ওপৰত বৰ্বৰ অত্যাচাৰ: প্লাষ্টিকৰ পাইপেৰে প্ৰহাৰ, চেলেকালে ভৰি

আনহাতে একে দিনাই সামাজিক মাধ্যমত আলফা (স্বা)লৈ যোৱাৰ ইচ্ছা ব্যক্ত কৰা আন এজন যুৱককো ননৈৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। নৱ বৰা (২৫) নামৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত ননৈৰ যুৱকজনেও তদ্ৰূপ মন্তব্য কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে।

দুয়োগৰাকীকে বুধবাৰে আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাৰ পিছতে আদালতে দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamnagaon policeNagaown PoliceULFA-I
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক
বিজ্ঞান

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

June 20, 2026
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা
বিনোদন

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

June 20, 2026
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!
অসম

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

June 19, 2026
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ
ভাৰত

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

June 19, 2026
Next Post
মেট্ৰ’ত মহিলা আসনৰ পাছফালে কণ্ডমৰ বিজ্ঞাপন, ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সূচনা

মেট্ৰ’ত মহিলা আসনৰ পাছফালে কণ্ডমৰ বিজ্ঞাপন, ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সূচনা

বিয়াৰ অজুহাতেৰে এয়াৰ হোষ্টছক ধৰ্ষণ; ঘৰলৈ নি যুৱতীৰ ওপৰত শাৰীৰিক আক্ৰমণ

বিয়াৰ অজুহাতেৰে এয়াৰ হোষ্টছক ধৰ্ষণ; ঘৰলৈ নি যুৱতীৰ ওপৰত শাৰীৰিক আক্ৰমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.