• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূজাৰ পাছতেই গুৰু হংস ৰাজযোগত ঘূৰিব ভাগ্যৰ চকা, এই ৩ ৰাশিৰ হাতলৈ আহিব ধন

পূজাৰ পাছতেই গুৰু হংস ৰাজযোগত ঘূৰিব ভাগ্যৰ চকা, এই ৩ ৰাশিৰ হাতলৈ আহিব ধন

6 months ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

26 minutes ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

2 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

2 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

3 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

4 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

5 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

5 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

23 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 day ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পূজাৰ পাছতেই গুৰু হংস ৰাজযোগত ঘূৰিব ভাগ্যৰ চকা, এই ৩ ৰাশিৰ হাতলৈ আহিব ধন

পূজাৰ পাছতেই গুৰু হংস ৰাজযোগত ঘূৰিব ভাগ্যৰ চকা, এই ৩ ৰাশিৰ হাতলৈ আহিব ধন

editor by editor
September 5, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পূজাৰ পাছতেই গুৰু হংস ৰাজযোগত ঘূৰিব ভাগ্যৰ চকা, এই ৩ ৰাশিৰ হাতলৈ আহিব ধন
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, গ্ৰহসমূহে বিভিন্ন সময়ত বিভিন্ন ৰাশিলৈ গমন কৰে৷ ইয়াৰ ফলত শুভ আৰু ৰাজযোগ সৃষ্টি হয় বহুসময়ত৷ ১২ বছৰৰ পাছত দেৱগুৰু বৃহস্পতিয়ে অক্টোবৰত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব যাৰ বাবে হংস মহাপুৰুষ ৰাজযোগ তৈয়াৰ হব৷ ১২ বছৰৰ পাছত এই যোগ তৈয়াৰ হব৷ যাৰ ফলত কিছু ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ সময় আৰম্ভ হব৷ ইয়াৰোপৰি এইসমূহ ৰাশিৰ জাতক জাতিকাৰ আয় বৃদ্ধি পাব পাৰে৷ চাকৰিতো পদোন্নতিৰ সম্ভাৱনা আছে৷ জানি থওক এই ভাগ্যবান ৰাশিসমূহ কি কি?

বৃশ্চিক ৰাশি

হংস মহাপুৰুষ ৰাজযোগ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হব পাৰে৷ এই সময়ত সৌভাগ্যই দেখা দিব পাৰে ইয়াৰোপৰি এই সময়ত ধৰ্মীৰ কামত আগ্ৰহ বৃদ্ধি পাব পাৰে৷ এই সময়ত কোনো ভ্ৰমণৰ সুযোগ তৈয়াৰ হব পাৰে৷ বিশেষকৈ যদি আপুনি বিদেশত কাম কৰে চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে৷ নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে৷

তুলা ৰাশি

হংস ৰাজযোগ তুলা ৰাশিৰ জাতকৰ বাবে খুবেই শুভ হব৷ এই সময়ত পদোন্নতি, নতুন দায়িত্ব বা সামাজিক প্ৰতিপত্তি বৃদ্ধি পাব পাৰে৷ এই সময়ত নেতৃত্বৰ ক্ষমতা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব৷ ফলত সহকৰ্মী আৰু ছিনিয়ৰৰ পৰা প্ৰশংসা পাব পাৰে৷ ইয়াৰোপৰি নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ পদোন্নতিৰ সুযোগ তৈয়াৰ হব পাৰে৷ ভ্ৰমণ লাভজনক হব আৰু ব্যৱসায়ত লাভ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে৷ বিবাহিত জীৱনত প্ৰেম বৃদ্ধি পাব পাৰে৷ ইয়াৰ সৈতে পিতৃৰ সৈতে সম্পৰ্ক আৰু উন্নত হব৷

কন্যা ৰাশি

হংস ৰাজযোগ এই ৰাশিৰ বাবে খুবেই শুভ৷ কাৰণ এই সময়ত কন্যা ৰাশিৰ জাতক জাতিকাৰ আয় ভালধৰণে বৃদ্ধি পাব পাৰে৷ ইয়াৰোপৰি এই সময়ত বিনিয়োগৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে৷ এই সময়ত আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে৷ বিনিয়োগৰ পৰা লাভৱান হব পাৰে৷ ইয়াৰোপৰি বেংকিং, বিপণন বা মিডিয়াৰ দৰে ক্ষেত্ৰত থকা ব্যক্তিয়ে কথোপকথনৰ মাধ্যমেৰে লেনদেন কৰিব পাৰে৷ এই সময়ত শ্বেয়াৰ বজাৰ, লটাৰীৰ পৰা লাভৱান হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
Next Post
বিজেপিৰ ৪০শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ, অন্যদলৰ মন্ত্ৰীসকলৰ কেনে দশা?

বিজেপিৰ ৪০শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ, অন্যদলৰ মন্ত্ৰীসকলৰ কেনে দশা?

নৱৰাত্ৰিৰ ৯ দিনত নৱৰূপত পূজিত হয় দেৱী দুৰ্গা, জানক প্ৰত্যেকটো ৰূপৰ মাহাত্ম্য

নৱৰাত্ৰিৰ ৯ দিনত নৱৰূপত পূজিত হয় দেৱী দুৰ্গা, জানক প্ৰত্যেকটো ৰূপৰ মাহাত্ম্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.