ক’লৈ গ’ল গুৱাহাটীৰ পিংক বাছ? অকৰ্মণ্য ৰূপত পৰিবহণ বিভাগ। ৰাজপথত নুঘূৰে পিংক বাছৰ চকা। ক’ত কেনেদৰে আছে পিংক বাছ? পৰিবহণ বিভাগত নাই বিষয়া-কৰ্মচাৰী। ১২ বজালৈ কাৰ্যালয়লৈ নাহে পৰিবহণ বিভাগৰ বিষয়া। পৰিবহণ বিভাগৰ কাৰখানাত পৰি আছে পিংক বাছ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ