• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে

অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে

9 months ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

1 hour ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

1 hour ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

2 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

2 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

3 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

3 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

4 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

4 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

5 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

5 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

5 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে

editor by editor
July 9, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে

অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলাই ৰাজ্যজুৰি তোলপাৰ লগোৱা যুৱক। মহৰমৰ দিনাই পাঞ্জাবাৰীৰ এটা মছজিদত পলিথিন বেগ এটাৰে সৈতে পেলাই থৈ গৈছিল গাহৰি মাংস। মছজিদৰ চিচি টিভি কেমেৰাত আৱদ্ধ হৈছিল সকলো দৃশ্য।

সেই সকলো দৃশ্যৰ ভিত্তিতেই আজি অৱশেষত বৰপেটা আৰক্ষীয়ে আটক কৰে এই সমস্ত ঘটনাৰ অভিযুক্ত মৃদুপৱন পাঠক নামৰ যুৱকক। আৰক্ষীয়ে আটক কৰাৰ পাছতে পোহৰলৈ আহে এই নিকৃষ্ট কাণ্ডৰ পাছৰ সত্যতা।

কোনো হিন্দু-মুছলিম বা মন্দিৰত গো-মাংস পেলোৱাৰ প্ৰতিশোধো নহয়, বৰঞ্চ প্ৰেমত বিফল হৈ এই জঘন্য কাণ্ড মৃদুপৱন পাঠকৰ।

প্ৰেমত বিফল হোৱা বাবেই প্ৰতিশোধ ল’বলৈ মৃদুপৱন পাঠকে বাচি লৈছিল মছজিদ। মছজিদত পেলাই গৈছিল গাহৰি মাংস।

বৰপেটাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মৃদুপৱন পাঠকক। AS15K2775 নম্বৰৰ স্কুটিখনেৰে আহি মছজিদত দলিয়াইছিল গাহৰি মাংসখিনি। ইতিমধ্যে স্কুটিখনো জব্দ কৰিছে দিছপুৰ আৰক্ষীয়ে ।

প্ৰেমৰ প্ৰস্তাৱ নমনাৰ বাবেই যুৱতীগৰাকীক বদনাম কৰিবলৈ মৃদুপৱনে দলিয়াইছিল মাংসখিনি । মাংস খিনিৰ লগতে থৈ গৈছিল যুৱতীগৰাকীৰ ফোন নম্বৰো।

বাৰে বাৰে প্ৰেমৰ প্ৰস্তাৱ দি হাৰাশাস্তি কৰিছিল যুৱতী গৰাকীক। উপায়হীন হৈ মৃদুপৱনৰ ফোন নম্বৰ ব্লক পৰ্যন্ত কৰিছিল যুৱতীগৰাকীয়ে। যাৰ বাবেই যুৱতীৰ ওপৰত প্ৰতিশোধ হিচাপে মৃদুপৱন পাঠকে মছজিদত পেলাইছিল গাহৰি মাংস। আৰক্ষীৰ জেৰাত প্ৰকাশ কৰে এই সমস্তা বিস্ফোৰক তথ্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamBarpeta PoliceguwahatiPork meat Masjid case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
Next Post
মোদীৰ গৃহৰাজ্যত অঘটন, ৪ দশক পুৰণি দলং ভাঙি ৯ জন নিহত

মোদীৰ গৃহৰাজ্যত অঘটন, ৪ দশক পুৰণি দলং ভাঙি ৯ জন নিহত

বৃহস্পতি – শুক্ৰ এক হৈ গজলক্ষ্মী ৰাজযোগ গঠন, ৪ ৰাশিৰ শিখৰত উঠিব ভাগ্য

বৃহস্পতি - শুক্ৰ এক হৈ গজলক্ষ্মী ৰাজযোগ গঠন, ৪ ৰাশিৰ শিখৰত উঠিব ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.