• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও

নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও

6 months ago
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

24 minutes ago
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

1 hour ago
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

2 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ পৰিশ্ৰমৰ ফল পাব ৫ ৰাশিয়ে! কাৰ কাৰ সলনি হ’ব ভাগ্য জানক

3 hours ago
একেৰাহে ৩ দিন বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ কাম!

একেৰাহে ৩ দিন বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ কাম!

3 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

জাংক ফুডে অনিষ্ট কৰে দাঁতৰ, ভুল কৰিলে অস্ত্ৰোপচাৰৰো সন্মুখীন হ’ব আপুনি!

4 hours ago
Green Tea নে  Black Tea কোনটো উপকাৰী? সেৱনৰ পূৰ্বে জানি লওক

Green Tea নে Black Tea কোনটো উপকাৰী? সেৱনৰ পূৰ্বে জানি লওক

4 hours ago
পুৰুষ-মহিলাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কিয় বেলেগ বেলেগ?

পুৰুষ-মহিলাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কিয় বেলেগ বেলেগ?

5 hours ago
মদ নোখোৱাকৈয়ে হ’ব পাৰে লিভাৰৰ সমস্যা, যদি গ্ৰহণ কৰে এইবোৰ খাদ্য!

মদ নোখোৱাকৈয়ে হ’ব পাৰে লিভাৰৰ সমস্যা, যদি গ্ৰহণ কৰে এইবোৰ খাদ্য!

5 hours ago
১০ জুলাইৰ পৰা ৪ ৰাশিত ধনৰ বৰষুণ! আঁতৰিব সকলো বিপদ

১০ জুলাইৰ পৰা ৪ ৰাশিত ধনৰ বৰষুণ! আঁতৰিব সকলো বিপদ

6 hours ago
শিঙৰা বিক্ৰেতা হিচাপে কিং খানে কৰিছিল কেৰিয়াৰৰ আৰম্ভণি? কাহিনী জানি হ’ব আচৰিত

শিঙৰা বিক্ৰেতা হিচাপে কিং খানে কৰিছিল কেৰিয়াৰৰ আৰম্ভণি? কাহিনী জানি হ’ব আচৰিত

8 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

ভাগ্য উদয় হ’ব আপোনাৰ, সাৱধান হওক ৪ মূল্যাংকৰ লোক!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও

নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও

editor by editor
December 13, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও
0
SHARES
818
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
শীতকালত চুলি সৰা, চুলি ফটা আদি গুৰুতৰ সমস্যা বহুতৰে দেখা যায়৷ প্ৰাচীনকালত চুলিত তেল লগোৱাটো এক অপৰিহাৰ্য  কাম বুলি ধাৰণা কৰে৷ আজিও বহুতেই গা ধোৱাৰ পূৰ্বে চুলি আৰু ছালত তেল ঘঁহে৷ বিশেষজ্ঞৰ মতেও নিশা চুলিত তেল লগোৱাটো খুবেই উপযোগী৷ নিশা তেল ঘঁহি পিছদিনাখন ধুই পেলালে চুলি সৰা কমে, চুলি মিহি হয় আৰু চুলিৰ বৃদ্ধিও ত্বৰান্বিত হয়৷ জানি থওক চুলিত কি তেল লগাব?
শীতকালত ব্যৱহৃত সকলোতকৈ পুৰণি আৰু বিশ্বস্ত চুলিৰ যত্নৰ পণ্যসমূহৰ মাজত এটা হৈছে নাৰিকল তেল৷ ই চুলিৰ গুৰিলৈকে সোমাই প্ৰটিন পূৰণ কৰে আৰু চুলি ফটাৰ সমস্যা কমায়৷ ই মূৰ খজুৱাই থকাৰ সমস্যা দূৰ কৰে আৰু মূৰৰ চালত হোৱা উফিৰ সমস্যা দূৰ কৰে৷ তেল পাতলকৈ গৰম কৰি মূৰত মাছাজ কৰক আৰু নিশাটো ৰাখি পুৱাই গৰম পানীৰে ধুই পেলাওক৷
কেষ্টৰ অয়েল ৰিছিনোলিক এছিড আৰু অন্যান্য প্ৰয়োজনীয় ফেটি এছিড সমৃদ্ধ৷ ই চুলিৰ বৃদ্ধিত সহায় কৰে৷ চুলিৰ গুৰি শক্তিশালী কৰে আৰু চুলি সৰা কমায়৷ কেষ্টৰ অয়েল ঘন, ইয়াত নাৰিকল বা বাদাম তেল মিহলাই ব্যৱহাৰ কৰি নিশা মাছাজ কৰক৷ আমলকিৰ তেল, এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চিৰ এটা ভাল উৎস৷ ই চুলি মজবুত কৰে৷ অকাল পক্কতা ৰোধ কৰে আৰু চুলিৰ বৃদ্ধিত সহায় কৰে৷ জলপাই তেল এণ্টিঅক্সিডেণ্ট আৰু ফেটি এছিড সমৃদ্ধ, যিয়ে চুলিক গভীৰভাৱে কণ্ডিছনিং কৰাই, চুলি ফটা কমায় আৰু চুলিৰ বৃদ্ধিক উৎসাহিত কৰে৷ পিঁয়াজৰ তেলত ছালফাৰ আছে৷ যিয়ে কোলাজেন তৈয়াৰ কৰি চুলিৰ গুৰি মজবুত কৰে৷ ই চুলি সৰা কমায় আৰু নতুন চুলি গজাত সহায় কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা
অসম

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

June 23, 2026
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে
বিনোদন

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

June 23, 2026
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?
অসম

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

June 23, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ পৰিশ্ৰমৰ ফল পাব ৫ ৰাশিয়ে! কাৰ কাৰ সলনি হ’ব ভাগ্য জানক

June 23, 2026
Next Post
জ্যেষ্ঠা নক্ষত্ৰত বুধৰ গোচৰ, ৫ৰাশিৰ জাতকৰ জীৱনত শুভ সময় আৰম্ভ আৰু ৫দিনৰ পাছতেই

জ্যেষ্ঠা নক্ষত্ৰত বুধৰ গোচৰ, ৫ৰাশিৰ জাতকৰ জীৱনত শুভ সময় আৰম্ভ আৰু ৫দিনৰ পাছতেই

২০২৬ত ৩ৰাশিৰ ওপৰত বেয়া প্ৰভাৱ পেলাব শনিয়ে, খৰচ, আৰ্থিক ক্ষতি বাঢ়িব কাৰ কাৰ?

২০২৬ত ৩ৰাশিৰ ওপৰত বেয়া প্ৰভাৱ পেলাব শনিয়ে, খৰচ, আৰ্থিক ক্ষতি বাঢ়িব কাৰ কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.