• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোফ্ৰা আৰ্চাৰক ক’লা টেক্সিৰ লগত তুলনা কৰি বিতৰ্কত হৰভজন সিং

জোফ্ৰা আৰ্চাৰক ক’লা টেক্সিৰ লগত তুলনা কৰি বিতৰ্কত হৰভজন সিং

1 year ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

15 minutes ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

48 minutes ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

2 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

2 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

3 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

3 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

5 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

5 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

6 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

6 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

7 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

জোফ্ৰা আৰ্চাৰক ক’লা টেক্সিৰ লগত তুলনা কৰি বিতৰ্কত হৰভজন সিং

জোফ্ৰা আৰ্চাৰক ক’লা টেক্সিৰ লগত তুলনা কৰি বিতৰ্কত হৰভজন সিং

editor by editor
March 24, 2025
in ক্ৰীড়া, বিবিধ, ভাৰত
0
জোফ্ৰা আৰ্চাৰক ক’লা টেক্সিৰ লগত তুলনা কৰি বিতৰ্কত হৰভজন সিং
0
SHARES
419
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিবাৰৰ পৰা আৰম্ভ হৈছে আই পি এল ২০২৫৷ বিগত আই পি এল সমূহৰ দৰে এইবাৰো কমেন্ট্ৰি বক্সত দেখা গৈছে হৰভজন সিঙক৷ হিন্দি আৰু ইংৰাজীত কমেন্ট্ৰি কৰিছে এইগৰাকী প্ৰাক্তন ভাৰতীয় স্পিনাৰে৷ দেওবাৰে কমেন্ট্ৰিৰ পাছতেই এক নতুন বিতৰ্কত সোমাই পৰিছে হৰভজন সিং৷ ৰাজস্থান ৰয়েলছৰ তাৰকা পেছাৰ জোফ্ৰা আৰ্চাৰক লৈ বৰ্ণ বৈষম্যমূলক মন্তব্যৰ অভিযোগ উঠিছে হৰভজনৰ বিৰুদ্ধে৷ ধাৰাভাষ্য দিয়াৰ সময়ত এক বিতৰ্কিত মন্তব্য কৰিছে হৰভজন সিঙে৷ এনে কি কথা কৈছে হৰভজন সিঙে৷

দেওবাৰে মেচত প্ৰথমে বেটিং কৰি ২৮৬ ৰান তোলে ছানৰাইজাৰ্ছ হায়দৰাবাদে৷ মেচত প্ৰচুৰ ৰান দিয়ে তাৰকা পেচাৰ জোফ্ৰা আৰ্চাৰে৷ ৪ অভাৰত ৭৬ ৰান তুলিছিল তেওঁ৷ মেচৰ ১৮ তম অভাৰত বেটিং কৰিছিল ঈশান কিষাণ আৰু হেনৰিখ ক্লাছেনে৷ আৰ্চাৰৰ বলত এটাত পাছত এটা বাউণ্ডৰি মাৰিছিল তেওঁ৷ তেতিয়াই কমেন্ট্ৰি কৰাৰ সময়ত হৰভজন সিঙে ইংলেণ্ডৰ ক’লা টেক্সিৰ সৈতে তুলনা কৰে আৰ্চাৰক৷ তেওঁ কয়, ‘লণ্ডনৰ ক’লা টেক্সিসমূহ খুব দ্ৰুতগতিত চলে৷ ইয়াত আৰ্চাৰৰ মিটাৰো দ্ৰুত চলিছে৷’ জোফ্ৰা আৰ্চাৰৰ প্ৰচুৰ ৰান হজম কৰাক এইধৰণে বৰ্ণনা কৰিবলৈ গৈ বিতৰ্কত সোমাই পৰিছে হৰভজন৷ বহুতৰে দাবী যে আৰ্চাৰ কৃষ্ণাংগ হোৱাৰ বাবেই তেওঁক ক’লা টেক্সি বুলি কৈছে হৰভজনে৷ যি বৰ্ণবৈষম্যমূলক৷ ছচিয়েল মিডিয়াত এই বিষয়টোক লৈ আলোড়নো হৈছে৷ ভাইৰেল হৈছে সেই মুহূৰ্তৰ ভিডিঅ’৷ এনে মন্তব্যৰ বাবে হৰভজনে ক্ষমা খোজা উচিত বুলিও দাবী জনাইছে ক্ৰিকেটপ্ৰেমীয়ে৷ বহুতেই আকৌ আই পি এল কৰ্তৃপক্ষ আৰু বিচিচিআইক এই বিষয়ে কাঢ়া সিদ্ধান্ত লবলৈকো আহ্বান জনাইছে৷

https://x.com/Biswajeet_2277/status/1903775897205023167

নিজৰ ক্ৰিকেট কেৰিয়াৰত বহুবাৰ বৈষম্যমূলক মন্তব্য বা ঘটনাৰ মুখামুখি হৈছে হৰভজন সিং৷ তেওঁ ধাৰাভাষ্য দিয়াৰ সময়ত সেয়ে এনে মন্তব্য কৰাক লৈ প্ৰশ্ন উঠিছে৷ কিয় এনে মন্তব্য কৰিলে সেই বিষয়ে অৱশ্যে হৰভজনৰ পৰা এতিয়াও কোনো মন্তব্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!
জীৱনশৈলী

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

April 10, 2026
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?
ক্ৰীড়া

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

April 10, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!
জীৱনশৈলী

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

April 10, 2026
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?
প্ৰযুক্তি

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

April 10, 2026
Next Post
মাৰ্গী দশাত গতি কৰিব বুধে, ৭ এপ্ৰিলৰ পৰা কঁপাল খুলিব এই ৩ৰাশিৰ!

মাৰ্গী দশাত গতি কৰিব বুধে, ৭ এপ্ৰিলৰ পৰা কঁপাল খুলিব এই ৩ৰাশিৰ!

মহ খেদোৱা ধূপ লগাই শুই থাকোতেই জুই লাগি আহত ৪ শিশু, ২ নিহত

মহ খেদোৱা ধূপ লগাই শুই থাকোতেই জুই লাগি আহত ৪ শিশু, ২ নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.