- পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু
- ৰাজ্য কঁপোৱা হত্যা কাণ্ডৰ অভিযুক্তই আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰোতে সিপুৰী পালে
- চলন্ত বাহনৰ পৰা জপিয়াপলৈ গৈ মৃত্যুমুখত পৰে
- পুৱতি নিশা স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হৈছিল GMCH লৈ
- ৰিয়া তালুকদাৰক নৃশংসভাৱে হত্যা কৰিছিল ৰামানুজে
- ৭দিনৰ আৰক্ষীৰ জিম্মাত আছিল ৰামানুজ
- আজি আদালতত হাজিৰ কৰোৱাৰ কথা আছিল ৰামানুজক
তথ্য আপডেট কৰি থকা হৈছে…
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















