• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

1 month ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

30 minutes ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

44 minutes ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

1 hour ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

2 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

2 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

3 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

4 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

5 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

5 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

6 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

7 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

বেলতলাৰ বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু।

editor by editor
September 14, 2026
in অপৰাধ, অসম, বিবিধ, লেখা
0
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
0
SHARES
7.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গণেশ চতুৰ্থীৰ দিনাই অসমবাসীয়ে পালে ভাল খবৰ। অৱশেষত বেলতলাৰ বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। আজি আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ সময়তে এই ঘটনা সংঘটিত হোৱা বুলি তথ্য পোৱা গৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, সোমবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত ৰামানুজ গোস্বামীক স্বাস্থ্য পৰীক্ষা তথা তেজৰ নমুনা সংগ্ৰহৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) লৈ যোৱা হৈছিল। সেই সময়তে কাহিলিপাৰা হৈ GMCH অভিমুখে যোৱাৰ পথত নৰকাসুৰ পাহাৰৰ ওচৰত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলায় ৰামানুজ গোস্বামীয়ে।

পত্নীক শি*ৰশ্ছেদ কৰি অনুতপ্ত নোহোৱা ৰামানুজে আৰক্ষীক ঠেলি পলায়নৰ চেষ্টা চলাই পাহাৰৰ পৰা জাঁপ দিয়ে। তেওঁ জাঁপ দিয়াৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু ঘটে। তেওঁৰ মৃতদেহ GMCHৰ মৰ্গলৈ লৈ যোৱা হয়।

(বৰ্তমান পোৱা আপডেটৰ ভিতৰত এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Beltola caseRamanuj Goswami
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি
অসম

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

October 14, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
Next Post
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক'লে- 'ৰাইজে যি কৰে কৰিব'

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.