• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেখাতহে নৰ্মেল! শুকান বুটৰ আছে বহু ডাঙৰ ডাঙৰ উপকাৰিতা…

দেখাতহে নৰ্মেল! শুকান বুটৰ আছে বহু ডাঙৰ ডাঙৰ উপকাৰিতা…

3 years ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

25 minutes ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

2 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

3 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

3 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

4 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

5 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

16 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

17 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

17 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

18 hours ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

19 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেখাতহে নৰ্মেল! শুকান বুটৰ আছে বহু ডাঙৰ ডাঙৰ উপকাৰিতা…

শুকান বুট নাইবা সিজোৱা বুটৰ আছে বহু উপকাৰিতা

editor by editor
January 6, 2024
in জীৱনশৈলী
0
দেখাতহে নৰ্মেল! শুকান বুটৰ আছে বহু ডাঙৰ ডাঙৰ উপকাৰিতা…
0
SHARES
841
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ  শুকান বুট নাইবা সিজোৱা বুটৰ আছে বহু উপকাৰিতা। আপুনি বাৰু সিজোৱা বুটৰ এই উপকাৰিতা বোৰৰ বিষয়ে জানেনে!  যদিহে আপুনি প্ৰতিদিনে এমুঠিকৈ সিজোৱা বুট খায়, তেন্তে বহু ৰোগৰ পৰা আপুনি পৰিত্যাণ পাব পাৰে। সিজোৱা বুটক অতিকৈ শক্তিশালী খাদ্যৰ ভিতৰত এবিধ বুলি গণ্য কৰা হয়। অধিক পৰিমাণে ফাইবাৰযুক্ত এই খাদ্যবিধ প্ৰতিদিনে সেৱন কৰিলে পেটৰ পাচনক্ৰিয়াত কোনো অসুবিধাই দেখা নিদিয়ে।

শুকানকৈ সিজোৱা বুটমাহ মিক্সৰীত গুড়ি কৰি এক বিশেষ মিশ্ৰণ তৈয়াৰ কৰি লৈ তাক যদি প্ৰতিদিনে এগৰাকী ব্যক্তিয়ে খায় তেন্তে শৰীৰৰ বাবে অতিকৈ উপকাৰী। ই এগৰাকী ব্যক্তিক পৰ্যাপ্ত প্ৰটিন যোগান ধৰে।  প্ৰতিদিনে আপুনি ইয়াৰ সেৱন কৰিলে আপোনাৰ পাচনযন্ত্ৰ শক্তিশালী কৰাৰ লগতে মাংসপেশীও শক্তিশালী কৰি তোলে।

শুকানকৈ সিজোৱা বুটমাহত আয়ৰনৰ মাত্ৰা অধিক থাকে। ইয়াক সেৱন কৰিলে আপোনাৰ শৰীৰত তেজৰ অভাৱ নহয়। হিমগ্লবিন পৰিমাণ সুস্থিৰ কৰি ৰখাৰ ক্ষেত্ৰতো শুকানকৈ সিজোৱা বুটমাহ অতিকৈ উপকাৰী।

শুকানকৈ সিজোৱা বুটমাহত পটাচিয়াম, মেগনেচিয়ামৰ পৰিমাণ অধিক পৰিমাণে থাকে যাৰ বাবে এগৰাকী লোকৰ হাৰ্টকো শক্তিশালী কৰে। ব্লাড প্ৰেচাৰ কট্ৰল কৰি ৰখাৰ ক্ষেত্ৰতো শুকানকৈ সিজোৱা বুটমাহৰ উপকাৰিতা আছে।

ডায়েবেটিছ ৰোগীৰ বাবে শুকানকৈ সিজোৱা বুটমাহ খুবেই উপকাৰী। ছুগাৰ কট্ৰল কৰি ৰখাৰ ক্ষেত্ৰতো ইয়াৰ অৱদান অপৰিসীম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক
জীৱনশৈলী

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

August 31, 2026
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম
জীৱনশৈলী

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

August 31, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

August 31, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

August 30, 2026
Next Post
এদিন বাটে বাটে কলম বেচা ল’ৰাটো আজি ৩০০কোটি টকাৰ মালিক…

এদিন বাটে বাটে কলম বেচা ল'ৰাটো আজি ৩০০কোটি টকাৰ মালিক...

চিভিল ভাল! আকৌ ১হাজাৰ কোটি ঋণ ল’ব বিচাৰিছে অসম চৰকাৰে…

চিভিল ভাল! আকৌ ১হাজাৰ কোটি ঋণ ল'ব বিচাৰিছে অসম চৰকাৰে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.