• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বন্ধ্যাত্বৰ সমস্যা বৃহৎ সমস্যা হৈ ঠিয় দিছে! এই সমস্যা দূৰ কৰিবলৈ পুৰুষে কৰক এই কাম

12 months ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

16 minutes ago
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

38 minutes ago
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

1 hour ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

3 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

4 hours ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

22 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

23 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

24 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বন্ধ্যাত্বৰ সমস্যা বৃহৎ সমস্যা হৈ ঠিয় দিছে! এই সমস্যা দূৰ কৰিবলৈ পুৰুষে কৰক এই কাম

বন্ধ্যাত্বৰ সমস্যা বৃহৎ সমস্যা হৈ ঠিয় দিছে! এই সমস্যা দূৰ কৰিবলৈ পুৰুষে কৰক এই কাম

editor by editor
January 24, 2025
in জীৱনশৈলী, ভাৰত
0
বন্ধ্যাত্বৰ সমস্যা বৃহৎ সমস্যা হৈ ঠিয় দিছে! এই সমস্যা দূৰ কৰিবলৈ পুৰুষে কৰক এই কাম
0
SHARES
842
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৰুষৰ শুক্ৰাণু কমাটোৱেই নাৰীৰ বন্ধ্যাত্বৰ অন্যতম কাৰণ৷ যিসকল পুৰুষে ইতিমধ্যেই এই সমস্যাত ভূগি আছে তেওঁলোকে এই পদ্ধতি অনুসৰণ কৰিব পাৰে? ন্যেশ্বনেল ইনষ্টিটিউট অফ চাইল্ড হেলথ এণ্ড ডেভেলপমেণ্ট আৰু ষ্টানফৰ্ড ইউনিভাৰ্ছিটিৰ সমীক্ষাই কৈছে যে নগ্ন হৈ শুলেই এই সমস্যাৰ সমাধান হয়৷ ই মেজিকৰ দৰে কাম কৰে৷ সমীক্ষাত লগতে দাবী কৰা হৈছে যে যিসকল পুৰুষে নিশা নগ্ন হৈ শুৱে তেওঁলোকৰ ডি এন এ ফ্ৰেগমেণ্টেছন ২৫ শতাংশ কম হয়৷

সমীক্ষাৰ কাৰণে সংস্থাই এবছৰ ধৰি ৫০০ পুৰুষৰ ওপৰত এই পৰীক্ষা চলাইছিল৷ গৱেষণাত কৈছে যে যিসকল পুৰুষে সকলোসময়তে অন্তৰ্বাস পৰিধান কৰে তেওঁলোকৰ শুক্ৰাণুৰ গুণগত মান কম৷ সেয়ে যি পুৰুষে শুক্ৰাণুৰ সংখ্যা বঢ়াব খোজে তেওঁলোকে নগ্ন হৈ শুলেই সুফল লাভ কৰিব৷ সেই পৰামৰ্শ মানি চলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক তৃতীয়াংশ পুৰুষেই৷ এই খবৰ প্ৰকাশ কৰিছে ন্যেশ্বনেল শ্লিপ ফাউণ্ডেছনে৷

এই সমীক্ষাই লগতে কৈছে যে ই এজন মানুহক স্বাচ্ছন্দ্যৰ টোপনি অনাত সহায় কৰে৷ টোপনিত মানুহৰ শৰীৰৰ তাপমাত্ৰা স্বাভাৱিকভাৱেই কমি থাকে৷ পোছাক নাথাকিলে শৰীৰ আৰু দ্ৰুতগতিত শীতল হয়৷ আৰু আপোনাৰ শৰীৰৰ তাপমাত্ৰা যদি এনেই বেছি তেন্তে পোছাকে সেই তাপমাত্ৰাক ধৰি ৰাখে আৰু টোপনিত ব্যাঘাত জন্মে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ
জীৱনশৈলী

January 15, 2026
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
বিবিধ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

January 15, 2026
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়
জীৱনশৈলী

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

January 15, 2026
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
জীৱনশৈলী

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

January 15, 2026
Next Post
ব্যৱধান ২৫ বছৰ! এদিন অভিজাত হোটেলৰ মুখত দাৰোৱান হৈ ঠিয় দিয়া পিতৃক খাদ্য গ্ৰহণৰ বাবে পুত্ৰই আনিলে সেই বিলাসী হোটেললৈকে

Aadhaar Card দেখুৱাই লৈ লওক ৫০ হাজাৰ টকাৰ ঋণ! কোনো গেৰেণ্টাৰ নোহোৱাকৈয়ে পাব ঋণ, কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন