• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অত্যধিক বৃষ্টিপাত, বন্ধ কৰা হ’ল বদ্ৰীনাথ-ঋষিকেশ ৰাষ্ট্ৰীয় ঘাইপথ, কিমান দিনলৈ বন্ধ থাকিব কেদাৰনাথ যাত্ৰা? জানক সবিশেষ তথ্য

5 months ago
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

34 mins ago
২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

1 hour ago
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

2 hours ago
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

4 days ago
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

2 weeks ago
আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

শনিৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ সংযোগ, নতুন বছৰত হু হু কৰি আয় বাঢ়িব ৩ৰাশিৰ

সেইখনতো চীনৰ অংশ… অৰুণাচল প্ৰদেশৰ তৰুণীৰ পাছপোৰ্ট কাঢ়ি অপমান কৰা চীনৰ ছাংহাইত, মোদীলৈ চিঠি ভুক্তভোগী যুৱতীৰ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, December 5, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অত্যধিক বৃষ্টিপাত, বন্ধ কৰা হ’ল বদ্ৰীনাথ-ঋষিকেশ ৰাষ্ট্ৰীয় ঘাইপথ, কিমান দিনলৈ বন্ধ থাকিব কেদাৰনাথ যাত্ৰা? জানক সবিশেষ তথ্য

অত্যধিক বৃষ্টিপাত, বন্ধ কৰা হ’ল বদ্ৰীনাথ-ঋষিকেশ ৰাষ্ট্ৰীয় ঘাইপথ, কিমান দিনলৈ বন্ধ থাকিব কেদাৰনাথ যাত্ৰা? জানক সবিশেষ তথ্য

editor by editor
June 28, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
অত্যধিক বৃষ্টিপাত, বন্ধ কৰা হ’ল বদ্ৰীনাথ-ঋষিকেশ ৰাষ্ট্ৰীয় ঘাইপথ, কিমান দিনলৈ বন্ধ থাকিব কেদাৰনাথ যাত্ৰা? জানক সবিশেষ তথ্য
0
SHARES
68
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত কেইবাদিন ধৰি উত্তৰাখণ্ডত ভয়ংকৰ বৃষ্টি৷ বৰষুণৰ বাবেই শনিবাৰে চিৰোবগাদত বদ্ৰীনাথ-ঋষিকেশ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা৷ সেই পথেৰেই যাব লাগে বদ্ৰীনাথ, কেদাৰনাথ, হেমকুণ্ডলৈ৷ ভূমিস্খলনৰ কাৰণেই আৱদ্ধ হৈ পৰিছে বহুসংখ্যক পৰ্যটকো৷ পথৰ কাষৰ নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ বাধ্য হৈছে বহুসংখ্যৰ তীৰ্থযাত্ৰীয়ে৷ প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যেই পথৰ পৰা মাটি আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে উত্তৰাখণ্ড প্ৰশাসনে৷ কেদাৰনাথ যাত্ৰীসকলকো বাৰে বাৰে সতৰ্ক কৰি থকা হৈছে৷

অত্যাধিক বৃষ্টিপাতৰ কাৰণে উত্তৰাখণ্ডৰ বিভিন্ন স্থানত ভূমিস্খলন হৈছে৷ ব্যাহত হৈছে জনজীৱন৷ শনিবাৰে পুৱা বদ্ৰীনাথ-ঋষিকেশ নেশ্ব্যনেল হাইৱেও ভূমিস্খলনৰ কাৰণে বন্ধ কৰি দিয়া হৈছে কেদাৰনাথ যাত্ৰা৷ শ্ৰীনগৰৰ পাউৰি গাড়োৱাল জিলা চাৰ্কোল অফিচাৰে জনাইছে যে বন্ধ পথৰ দুই প্ৰান্তত ইতিমধ্যে নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে৷ কোনোৱে যাতে ভুলবশত সেই পথেৰে যাত্ৰা নকৰে তাৰবাবে এই সিদ্ধান্ত লোৱা হৈছে৷

শুকুৰবাৰে সোনপ্ৰয়াগ, মানকাটিয়া পথতো যানবাহন নিয়ন্ত্ৰণ কৰা হৈছে৷ অত্যধিক বৃষ্টিপাতৰ বাবে যাতে কোনো বিপদ নহয় তাৰ আশংকা কৰিয়েই যানবাহনৰ প্ৰৱেশত নিয়ন্ত্ৰণ ৰাখিছে প্ৰশাসনে৷ সুৰক্ষাৰ দিশটোলৈ চাই কেদাৰনাথৰ যাত্ৰীক ৰখা হৈছে সোনপ্ৰয়াগ, গৌৰীকুণ্ডত৷ ৰুদ্ৰপ্ৰয়াগ আৰক্ষীয়ে জনাইছে যে ৰাস্তা মুকলি কৰাৰ পাছতেই যাত্ৰীৰ বাবে খুলি দিয়া হব পথ৷ ইফালে বৃহস্পতিবাৰেও ৰুদ্ৰপ্ৰয়াগৰ অলকানন্দা নদীত পৰিছিল এখন বাচ৷ বৰ্তমান পৰ্যন্ত বাছখনৰ পৰা ৪জনৰ দেহ উদ্ধাৰ হৈছে বাকীসকল বৰ্তমানো নিখোঁজ হৈ আছে৷ শনিবাৰেও নিখোঁজ যাত্ৰীক বিচাৰি অভিযান অব্যাহত আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?
জীৱনশৈলী

December 5, 2025
২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন
জীৱনশৈলী

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

December 5, 2025
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?
জীৱনশৈলী

নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

December 5, 2025
১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?
জীৱনশৈলী

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

December 5, 2025
Next Post
SBIত ৫বছৰৰ বাবে ৫লাখ টকাৰ FD কৰাৰ পৰিকল্পনা! কিমান টকা ৰিটাৰ্ন পাব?

ফেং ছুই মানি ঘৰত ৰাখক এই গছ, ধন অহাৰ পৰা কোনোৱে বাধা দিব নোৱাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন