• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমাৰ দৈনন্দিন জীৱনৰ কিছু অভ্যাসেই ব্ৰেইন টিউমাৰৰ একোটা কাৰণ, সতৰ্ক কেনেকৈ হ’ব?

আমাৰ দৈনন্দিন জীৱনৰ কিছু অভ্যাসেই ব্ৰেইন টিউমাৰৰ একোটা কাৰণ, সতৰ্ক কেনেকৈ হ’ব?

3 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 week ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 week ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 week ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আমাৰ দৈনন্দিন জীৱনৰ কিছু অভ্যাসেই ব্ৰেইন টিউমাৰৰ একোটা কাৰণ, সতৰ্ক কেনেকৈ হ’ব?

editor by editor
April 20, 2023
in বিবিধ, বিশ্ব, স্বাস্থ্য
0
আমাৰ দৈনন্দিন জীৱনৰ কিছু অভ্যাসেই ব্ৰেইন টিউমাৰৰ একোটা কাৰণ, সতৰ্ক কেনেকৈ হ’ব?
0
SHARES
594
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মূৰৰ বিষ প্ৰায়সংখ্যক লোকৰেই এক সাধাৰণ সমস্যা। বহুতৰে মূৰৰ বিষৰ লগতে বমিও হয়। কেতিয়াবা মূৰৰ বিষৰ বাবেই চৌদিশে অন্ধকাৰো দেখে বহুতে। এইসমূহ কিন্তু সাধাৰণ লক্ষণ নহয়। মস্তিষ্কৰ টিউমাৰৰ এইসমূহ একোটা উপসৰ্গই। ব্ৰেইন টিউমাৰ শব্দটো মনলৈ আহিলেই বহুতৰেই হাত ভৰি ঠাণ্ডা হৈ পৰে। উপযুক্ত চিকিৎসা পালেও কেতিয়াবা টিউমাৰৰ পৰা মুক্তি পোৱা সম্ভৱ নহয়। তাতেই টিউমাৰ যদি কৰ্কটযুক্ত হয় তেন্তে এয়া আৰু ভয়াৱহ হৈ পৰে। চিকিৎসকৰ মতে ঠিক সময়ত এই ৰোগৰ কথা গম পালে ছাৰ্জাৰীৰ মাধ্যমেৰে মস্তিষ্কৰ টিউমাৰ বাদ দি স্বাভাৱিক জীৱন ঘূৰাই পাব পাৰি। আমাৰ দৈনন্দিন জীৱনৰ বহু অভ্যাসে ব্ৰেইন টিউমাৰৰ আশংকা বঢ়াই তোলে।

কোনবোৰ অভ্যাসে ব্ৰেইন টিউমাৰৰ আশংকা বঢ়াই?

এই অসুখৰ সুনিৰ্দিষ্ট কোনো কাৰণ সম্পৰ্কে বৰ্তমানো চিকিৎসা বিজ্ঞানে বাখ্যা দাঙি ধৰিব পৰা নাই। বংশানুক্ৰমিক ভাৱেও এই ৰোগ হ’ব পাৰে। যিসকল লোকে প্ৰায় প্ৰতিসময়তে ৰেডিয়েছনৰ মাজত থাকে তেওঁলোকৰ ব্ৰেইন টিউমাৰত আক্ৰান্ত হোৱাৰ আশংকা বেছি। সমীক্ষাত দেখা গৈছে যে মোবাইন টাৱাৰ আৰু ফোনৰ অতিৰিক্ত ব্যৱহাৰেও ব্ৰেইন টিউমাৰৰ আশংকা বঢ়াই। কিছু ৰাসায়নিক প্ৰভাৱতো কৰ্কটযুক্ত ব্ৰেইন টিউমাৰ হোৱাৰ সম্ভাৱনা বাঢ়ে। বিশেষকৈ যিসকল ব্যক্তিয়ে নিয়মিতভাৱে ৰাসায়নিক সংস্পৰ্শত থাকে তেওঁলোকৰো এই ৰোগ হোৱাৰ আশংকা থাকে। সুস্থ স্বাভাৱিক জীৱন যাপন, স্বাস্থ্যকৰ খাদ্যভাষ, নিয়মিত শৰীৰচৰ্চা কৰি ব্ৰেইন টিউমাৰ দূৰ কৰিব পাৰি। অতিৰিক্ত মোবাইল ফোন ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে। অত্যাধিক মূৰৰ বিষয় ভুগিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটোও অতি জৰুৰী।

কোনবোৰ উপসৰ্গ দেখিলে সতৰ্ক হ’ব?
এই অসুখৰ অন্যতম লক্ষণ হৈছে তীব্ৰ মূৰৰ বিষ। টিউমাৰ হ’লে মূৰৰ বিষৰ ধৰণটো অন্যধৰণৰ হয়। এই ক্ষেত্ৰত পুৱা শুই উঠাৰ পৰাই তীব্ৰ মূৰৰ বিষ আৰম্ভ হয়।

জ্বৰ বা অন্য কোনো কাৰণত হঠাতেই কঁপনি উঠাও আৰম্ভ হয়। কিছু ক্ষণ পাছত এই কঁপনি নিজেই কমি যায়। হজমৰ সমস্যা নাথাকিলেও হঠাতেই বমিও হয়।

খুব সাধাৰণ আৰু সাম্প্ৰতিক ঘটনাও হঠাতে পাহৰি যায়। কথা মনত নাথাকে। দিনটোৱেই টোপনিৰ ভাৱ আহে, অৱস লাগে।

মস্তিষ্কৰ কোন অংশত টিউমাৰ হৈছে সেয়াও কিছু কিছু লক্ষণলৈ মন কৰিয়েই চিকিৎসকে পৰীক্ষা কৰে। কিন্তু চেৰিব্ৰামৰ টেম্পোৰাল লোবত টিউমাৰ হ’লে সহজে ধৰা নপৰে।

হাত বা ভৰি লৰা চৰা কৰাত অসুবিধা, খোজকঢ়াত অসুবিধা হ’লে এই সমস্যাই দেখা দিয়ে। হাত দি কোনো সামগ্ৰী ধৰিবলৈকো অসুবিধা অনুভৱ হয়। সেপ ঢোকাত অসুবিধা হয় এইধৰণৰ লক্ষণো ব্ৰেইন টিউমাৰৰেই একোটা লক্ষণ।

ভাৱ আৰু কোৱাৰ মাজক সামঞ্জস্য হেৰাই যোৱাটোও ব্ৰেইন টিউমাৰৰেই লক্ষণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
কাশী বিশ্বনাথৰ আৰ্হিতেই নিৰ্মাণ হ’ব কামাখ্যা কৰিডৰ! হিমন্ত বিশ্ব শৰ্মাক টুইটযোগে কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

কাশী বিশ্বনাথৰ আৰ্হিতেই নিৰ্মাণ হ’ব কামাখ্যা কৰিডৰ! হিমন্ত বিশ্ব শৰ্মাক টুইটযোগে কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

বিৰাটৰ উভতনি যাত্ৰা! ৪৬১ দিনৰ পাছত অধিনায়ক হৈ উভতিছে বিৰাট কোহলী

বিৰাটৰ উভতনি যাত্ৰা! ৪৬১ দিনৰ পাছত অধিনায়ক হৈ উভতিছে বিৰাট কোহলী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.