• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে কৰুণ, নিশা ২ বজাত পুনৰ ডাৱৰ বিস্ফোৰণ, একেটা পৰিয়ালৰে ১৬ জনক উটুৱাই লৈ যায়

অতিকে কৰুণ, নিশা ২ বজাত পুনৰ ডাৱৰ বিস্ফোৰণ, একেটা পৰিয়ালৰে ১৬ জনক উটুৱাই লৈ যায়

2 years ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

2 minutes ago
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

20 minutes ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

9 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

10 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

10 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

11 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

12 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

12 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

13 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

13 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

14 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে কৰুণ, নিশা ২ বজাত পুনৰ ডাৱৰ বিস্ফোৰণ, একেটা পৰিয়ালৰে ১৬ জনক উটুৱাই লৈ যায়

editor by editor
August 4, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
অতিকে কৰুণ, নিশা ২ বজাত পুনৰ ডাৱৰ বিস্ফোৰণ, একেটা পৰিয়ালৰে ১৬ জনক উটুৱাই লৈ যায়
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে কৰুণ, নিশা ২ বজাত পুনৰ ডাৱৰ বিস্ফোৰণ, একেটা পৰিয়ালৰে ১৬ জনক উটুৱাই লৈ যায়

নিশা শুই থকা অৱস্থাতে গোটেই পৰিয়ালটোকেই উটুৱাই লৈ যায় পানীয়ে। মাজ নিশা প্ৰায় ২ মান বজাত শুই থকাৰ সময়ত ডাৱৰ বিস্ফোৰণ হৈ এই দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাৰ সময়ত ঘৰত নথকাৰ ফলত কোনোমতে প্ৰাণ ৰক্ষা পৰে এজনৰ।

এই শোকাৱহ ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশৰ ছিমলাত। প্ৰাণ ৰক্ষা পৰা লোকগৰাকীয়ে কান্দি কান্দি উদ্ধৰকাৰীৰ আগত পৰিয়ালৰ কথা কয়। ঘটনাৰ সময়ত ঘৰখনৰ মুৰব্বী ৰামে কৰ্মসূত্ৰে ছিমলাৰ ৰামপুৰত আছিল।

ডাৱৰ বিস্ফোৰণৰ খবৰ লাভৰ পাছতে পুৱা ৪ মান বজাতে উপস্থিত হয় ঘৰত। পাছে, তেতিয়ালৈ বহু পলম হয়। পৰিয়ালৰ সকলো পানীৰ ঢলত উটি যোৱাৰ লগতে ঘৰৰো কোনো চিন-মোকাম নোহোৱা হৈ পৰে।

উদ্ধাৰকাৰী দলক জনোৱা অনুসৰি ডাৱৰ বিস্ফোৰণৰ পানীৰ ঢলত গোটেই গাঁওখনতে ক্ষতি, এতিয়া কেৱল মাত্ৰ এটা ঘৰহে উটি নোযোৱাকৈ আছে । কেৱল কালি নিশাৰ ডাৱৰ বিস্ফোৰণতে নহয়, বিগত কেইবাদিনো ধৰি হৈ থকা বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ বাবে এনেদৰে গাঁওখন শেষ হৈ গৈছে।

এতিয়াও ৫০ৰ ওচৰা ওচৰি লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলে পুৱাৰ পৰা সন্ধিয়ালৈ অব্যাহত ৰাখিছে উদ্ধাৰকাৰ্য। নিহতৰ সংখ্যা ১৫ লৈ বৃদ্ধি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: clude brustHeavy RainHimachal Pradehsrain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ
জীৱনশৈলী

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

April 10, 2026
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
Next Post
পৰাজয়ৰ ভয়ে খেদি ফুৰিছে নেকি ট্ৰাম্পক! সমুখত কমলা হেৰিছ, তৰ্কৰ প্ৰত্যাহ্বান নাকচ ট্ৰাম্পৰ

পৰাজয়ৰ ভয়ে খেদি ফুৰিছে নেকি ট্ৰাম্পক! সমুখত কমলা হেৰিছ, তৰ্কৰ প্ৰত্যাহ্বান নাকচ ট্ৰাম্পৰ

‘পুৰুষ নে মহিলা’ বিতৰ্কৰ চাঞ্চল্য মাৰ নাযাওতেই, ইমান খালিফে পদক নিশ্চিত কৰি ৰিঙতে হুকহুকাই কান্দিলে

'পুৰুষ নে মহিলা' বিতৰ্কৰ চাঞ্চল্য মাৰ নাযাওতেই, ইমান খালিফে পদক নিশ্চিত কৰি ৰিঙতে হুকহুকাই কান্দিলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.