• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Exit Poll 2022, হিমাচলৰ ৪০ খন আসনেই লাভ কৰিব বিজেপিয়ে! আকৌ ধৰাশায়ী হ’ব কংগ্ৰেছ? কেইখন আসন লাভ কৰিব আপে?

Exit Poll 2022, হিমাচলৰ ৪০ খন আসনেই লাভ কৰিব বিজেপিয়ে! আকৌ ধৰাশায়ী হ’ব কংগ্ৰেছ? কেইখন আসন লাভ কৰিব আপে?

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

Exit Poll 2022, হিমাচলৰ ৪০ খন আসনেই লাভ কৰিব বিজেপিয়ে! আকৌ ধৰাশায়ী হ’ব কংগ্ৰেছ? কেইখন আসন লাভ কৰিব আপে?

editor by editor
December 5, 2022
in ভাৰত, ৰাজনীতি
0
Exit Poll 2022, হিমাচলৰ ৪০ খন আসনেই লাভ কৰিব বিজেপিয়ে! আকৌ ধৰাশায়ী হ’ব কংগ্ৰেছ? কেইখন আসন লাভ কৰিব আপে?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পিছত, সোমবাৰে প্ৰকাশ হোৱা এক্সিট প’লে কঢ়িয়াইছে বিজেপিৰ বাবে ভাল খবৰ। এক্সিট প’লত দেখুওৱা অনুসৰি বিজেপি দলেই হিমাচলত পুনৰ চৰকাৰ গঠন কৰিব। এক্সিট প’লৰ ফলাফলত পৰিৱৰ্তন হ’ব নে নহয় ৮ ডিচেম্বৰত ভোট গণনাৰ পিছত জানিব পৰা হ’ব।

হিমাচল প্ৰদেশত ১২ নৱেম্বৰত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন। ৬৮ খন বিধানসভা আসনত ভোটদানৰ হাৰ আছিল ৭৬ শতাংশ। ২০১৭ চনৰ হিমাচল বিধানসভা নিৰ্বাচনত, ভাৰতীয় জনতা পাৰ্টীয়ে মুঠ ৬৮ খন আসনৰ ভিতৰত ৪৪ খন আসন লাভ কৰিছিল। ২০১৭ চনৰ নিৰ্বাচনত বিজেপিক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। ১৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে ২১ খন আসন আৰু চিপিআই(এম)য়ে এখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও, দুজন নিৰ্দলীয় প্ৰাৰ্থীও জয়ী হৈছিল।

হিমাচলয়েই হৈছে এনে এখন ৰাজ্য, য’ত ৪২ বছৰ ধৰি মানুহে মাত্ৰ দুটা দলৰ ওপৰত বিশ্বাস ৰাখিছে, এটা হৈছে বিজেপি আৰু আনটো কংগ্ৰেছ দল। কিন্তু ২০২২ বৰ্ষৰ নিৰ্বাচনত আম আদমী পাৰ্টীয়েও তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

কোন হ’ব পাৰে হিমাচল প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী?
হিমাচল প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব সেই বিষয়টোক লৈও উৎসুক হৈ আছে দেশৰ জনতা। ইতিমধ্যে চৰ্চাত আছে ৭ গৰাকীকৈ নেতা। পোনতেই যদি চোৱা যায়, জয়ৰাম ঠাকুৰৰ পক্ষত আছে প্ৰায় ৩৫ শতাংশ লোক। কংগ্ৰেছৰ প্ৰতিভা সিঙৰ পক্ষত আছে প্ৰায় ১৮ শতাংশ লোক। অনুৰাগ ঠাকুৰৰ পক্ষত আছে ১২ শতাংশ লোক। মুকেশ অগ্নিহোত্ৰীৰ পক্ষত আছে ৯ শতাংশ লোক। সুখবিন্দৰ সিঙ সুখৰ পক্ষত আছে ৮ শতাংশ লোক। আশা কুমাৰীৰ পক্ষত আছে ৫ শতাংশ লোক আৰু হৰ্ষবৰ্ধন চৌহানৰ পক্ষত আছে ৮ শতাংশ লোক।

হিমাচলত কাৰ চৰকাৰ হ’ব বুলি এক্সিট প’লে কি কয়?

হিমাচল প্ৰদেশত, বিজেপিয়ে ৩৫ ৰ পৰা ৪০ খন আসন লাভ কৰিব বুলি আশা কৰা হৈছে। কংগ্ৰেছে ২০ ৰ পৰা ২৫ খন আসন লাভ কৰিব পাৰে। একে সময়তে, আম আদমী পাৰ্টীয়ে 0 ৰ পৰা ৩ খন আসন লাভ কৰিব পাৰে। ইয়াৰ বাহিৰেও, 0 ৰ পৰা ৫ খন আসন আন নিৰ্দলীয়ৰ হাতলৈ যাব পাৰে বুলি এক্সিট প’লৰ অন্তত দাবী কৰা হৈছে।

হিমাচলৰ এই ১৫ খন আসনত সকলোৰেই চকু কিয়?

হিমাচলৰ ৬৮ খন আসনৰ ভিতৰত, কেইখন মান আসনক লৈ বিশেষ চৰ্চা। এই চৰ্চিত ১৫ খন আসনৰ ভিতৰত আছে উনা, ড্ৰাং, মাণ্ডি, নালাগড়, সুহৌল, চিমলা(গ্ৰাম্য), ধৰ্মশালা, হামিৰপুৰ, ডেৰা, ডালহৌচি, কচুম্প্তি, হাৰোলি, নাদৌন আৰু চিৰাজ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
লক্ষ্য অবিচল! দুভৰিয়ে জানে কিমান দূৰত্বত গলপোষ্ট… ফুটবল কেৰিয়াৰত মেছিয়ে খেলিলে ১০০০ খন মেচ

লক্ষ্য অবিচল! দুভৰিয়ে জানে কিমান দূৰত্বত গলপোষ্ট... ফুটবল কেৰিয়াৰত মেছিয়ে খেলিলে ১০০০ খন মেচ

বাসগৃহ পালেহি গকুলৰ নশ্বৰ দেহ, শোকাকুল পৰিবেশ চামগুৰিত…

বাসগৃহ পালেহি গকুলৰ নশ্বৰ দেহ, শোকাকুল পৰিবেশ চামগুৰিত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.